• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰ্ভপাতৰ বাবে চিকিৎসালয়লৈ যাব নালাগে! টেবলেট খায়েই গৰ্ভপাত কৰিব পাৰিব, কোন কোন দেশত জাৰি হ’ল এই আইন?

গৰ্ভপাতৰ বাবে চিকিৎসালয়লৈ যাব নালাগে! টেবলেট খায়েই গৰ্ভপাত কৰিব পাৰিব, কোন কোন দেশত জাৰি হ’ল এই আইন?

3 years ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

24 minutes ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

40 minutes ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

1 hour ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

2 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

3 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

4 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

5 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

6 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

7 hours ago
এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

এই পদ্ধতিৰে কমাব পাৰে ধূমপানৰ আসক্তি

15 hours ago
৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

৩৭৫গৰাকী বেগমক নিকাহ কৰোৱা নবাব ৱাজিদ আলী শ্বাহৰ কাহিনী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৰ্ভপাতৰ বাবে চিকিৎসালয়লৈ যাব নালাগে! টেবলেট খায়েই গৰ্ভপাত কৰিব পাৰিব, কোন কোন দেশত জাৰি হ’ল এই আইন?

editor by editor
April 30, 2023
in জীৱনশৈলী, বিশ্ব, স্বাস্থ্য
0
গৰ্ভপাতৰ বাবে চিকিৎসালয়লৈ যাব নালাগে! টেবলেট খায়েই গৰ্ভপাত কৰিব পাৰিব, কোন কোন দেশত জাৰি হ’ল এই আইন?
0
SHARES
646
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ গৰ্ভপাতৰ মেডিচিন পোৱা যাব জাপানতো৷ সেই দেশৰ স্বাস্থ্য মন্ত্ৰণালয়ে এই ঔষধত অনুমোদন দিছে৷ শুকুৰবাৰে জাপানৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে যে এইবাৰ দেশত মুকলিকৈ বিক্ৰি কৰিব পাৰিব গৰ্ভপাতৰ ঔষধ৷ এই ঔষধ খায়েই প্ৰাথমিক স্তৰত গৰ্ভপাত কৰিব পাৰিব মহিলাসকলে৷ অস্ত্ৰোপচাৰ অবিহনেই কৰিব পাৰিব গৰ্ভপাত৷ কিন্তু ইয়াৰ বাবে মহিলাগৰাকীৰ স্বামীৰ অনুমোদনৰ প্ৰয়োজন হ’ব৷

২০২১ চনৰ ডিচেম্বৰত অনুমোদনৰ বাবে ব্ৰিটিছ ঔষধ প্ৰস্তুতকাৰী সংস্থাই আৱেদন কৰিছিল৷ অৱশেষত এই আৱেদনৰ স্বীকৃতি দিছে জাপানে৷ সমগ্ৰ পৃথিৱীত পোনতে ফান্সত প্রথম গৰ্ভপাতৰ টেবলেটক অনুমোদন দিছিল৷ সেই অনুমোদন দিছিল ১৯৮৮ চনত৷ আমেৰিকাত ২০০০ চনৰ পৰা এই টেবলেট মুকলিকৈ বিক্ৰি আহিছে৷ এইবাৰ এই টেবলেটত অনুমোদন দিলে জাপানেও৷ গৰ্ভধাৰণৰ ৯ সপ্তাহ পৰ্যন্ত এই টেবলেট খাব পাৰে৷

জাপানৰ এক চৰকাৰী সংবাদমাধ্যমে জনোৱা অনুসৰি চিকিৎসকৰ পৰামৰ্শ মানিহে এই ঔষধ খাব লাগে৷ এইধৰণে গৰ্ভপাত কৰিবলৈ জাপানী মুদ্ৰা অনুসৰি খৰচ হ’ব প্ৰায় এক লাখ ইয়েন৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ৬০ হাজাৰ টকা৷ তাত অস্ত্ৰোপছাৰৰ মাধ্যেমে গৰ্ভপাত কৰিলে খৰচ হয় প্ৰায় একৰ পৰা দুই লাখ টকা ইয়েন৷ জাপানী লোকে কৰা স্বাস্থ্য বীমাৰ পৰা কিন্তু এই খৰচ লাভ নকৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
Next Post
ভায়েগ্ৰা পাকিস্তানত নিষিদ্ধ! যৌনশক্তি বঢ়াবলৈ এইবিধ সৰীসৃপৰ তেল ব্যৱহাৰ কৰে পাকিস্তানীসকলে

ভায়েগ্ৰা পাকিস্তানত নিষিদ্ধ! যৌনশক্তি বঢ়াবলৈ এইবিধ সৰীসৃপৰ তেল ব্যৱহাৰ কৰে পাকিস্তানীসকলে

সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ, বদ্ৰীনাথ, চাৰিধাম তীৰ্থযাত্ৰীৰ বাবে জাৰি এইকেইটা নিৰ্দেশনা

সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ, বদ্ৰীনাথ, চাৰিধাম তীৰ্থযাত্ৰীৰ বাবে জাৰি এইকেইটা নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.