• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

4 months ago
ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

12 seconds ago
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

1 hour ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

3 hours ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

4 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

4 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

4 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

5 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

6 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

6 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

8 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

8 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

শীঘ্ৰে অসমত বলবৎ হ'ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

editor by editor
May 13, 2026 - Updated on May 15, 2026
in অসম, বিবিধ, লেখা
0
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ
0
SHARES
176
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক। শপতগ্ৰহণৰ পিছতেই মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী হৈয়েই এক্সন মুডত হিমন্ত বিশ্ব শৰ্মা। ইন্ধন ৰাহি, চাকৰিৰ পৰা আৰম্ভ কৰি UCC লৈ বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি কেইবাটাও ডাঙৰ ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

ইন্ধন ৰাহি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, “আগন্তুক ৬ মাহলৈ মন্ত্ৰী, বিধায়ক,চৰকাৰী বিষয়াৰ বিদেশ ভ্ৰমণ বন্ধ। চৰকাৰৰ আওতাত থকা বিধায়ক-মন্ত্ৰীয়ে ক্ৰয় কৰিব নোৱাৰিব বিদেশী সামগ্ৰী।” কেৱল সেয়াই নহয়, ৬মাহলৈ চৰকাৰে অনুষ্ঠিত নকৰে কৰ্মশালা, চৰকাৰীসভা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছুদিন পূৰ্বে ইন্ধন ৰাহি কৰিবলৈ কোৱাৰ পিছত আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী-বিধায়কৰ কনভয়ৰ বাহন হ্ৰাস কৰা হ’ব বুলি জনায়। এই কনভয়ৰ বাহন হ্ৰাস কৰাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যপালৰো। মন্ত্ৰী,বিধায়ক,চৰকাৰী বিষয়া কোনো সাৰি যাব নোৱাৰিব।

ইয়াৰোপৰি, ৰাজ্যৰ প্ৰথমখন বিধানসভা অধিবেশনতে আহি আছে UCC, আজি প্ৰথমখন কেবিনেটতে UCC লৈ বৃহৎ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। এতিয়া অতি শীঘ্ৰেই অসমত বলৱৎ হ’ব UCC । নামাজ পঢ়াৰ ক্ষেত্ৰত UCCয়ে ক’তো বাধা নিদিয়ে। UCC বলৱৎ হ’লেই ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ। ৪ টা গুৰুত্বপূৰ্ণ বিষয়ত কঠোৰ হ’ব UNIFORM CIVIL CODE আৰু লিভ ইন ৰিলেশ্বনশ্বীপ হ’ব সম্পূৰ্ণৰূপে বন্ধ। মুখ্যমন্ত্ৰীয়ে কয়, এতিয়া ৰাজ্যত কোনেও কৰিব নোৱাৰিব বহু বিবাহ। জনজাতীয় লোকক UCCৰ পৰা বাহিৰত ৰখা হ’ব আৰু বিভিন্ন ধৰ্মৰ পৰম্পৰাকো UCCৰ আওতাৰ বাহিৰত ৰখা হ’ব। আনহাতে মুখ্যমন্ত্ৰীয়ে কয়, সকলো ধৰ্মৰ ক্ষেত্ৰত বিবাহৰ পঞ্জীয়ন বাধ্যতামূলক হ’ব লগতে সম্পত্তি অধিকাৰৰৰ ক্ষেত্ৰত পুত্ৰৰ সমানে অধিকাৰ থাকিব কন্যাৰ।

ইয়াৰ মাজতে নিৱনুৱাসকলৰ বাবেও ডাঙৰ ঘোষণা কৰে মোদীয়ে। হিমন্ত চৰকাৰৰ প্ৰথমখন কেবিনেটত ২ লাখ চাকৰিক লৈ ডাঙৰ খবৰ। লাখ লাখ নিবনুৱাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ৩ মাহৰ ভিতৰতে প্ৰতিশ্ৰুতি পূৰণৰ দিশে আগবাঢ়িব চৰকাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ
জীৱনশৈলী

ৰাখী বন্ধনৰ পৰা ঘূৰিব ভাগ্যৰ চকা! ৩ ৰাশিয়ে পাব সুখবৰ

August 27, 2026
গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ
জীৱনশৈলী

গৰমত শৰীৰ শীতল কৰা পঁইতা ভাতক ইংৰাজীত কি বুলি কয়? ৯৯% লোকে নাজানে উত্তৰ

August 27, 2026
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
Next Post
হাই চিকিউৰিটি জ’নত কেনেকৈ ভাইৰেল NEET-UG ৰ প্ৰশ্নকাকত? পোহৰলৈ আহিছে আচৰিত তথ্য

হাই চিকিউৰিটি জ'নত কেনেকৈ ভাইৰেল NEET-UG ৰ প্ৰশ্নকাকত? পোহৰলৈ আহিছে আচৰিত তথ্য

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.