• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো  অসমীয়া ভাষাৰ চৰ্চা হওক!

অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো অসমীয়া ভাষাৰ চৰ্চা হওক!

3 years ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

20 minutes ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

1 hour ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

1 hour ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

2 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

4 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

4 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

4 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

5 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

23 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

24 hours ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

1 day ago
৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

৩বাৰ স্থান সলনি হ’ব বুধৰ, ফেব্ৰুৱাৰীত বৃহৎ সাফল্য আহি আছে ৩ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো অসমীয়া ভাষাৰ চৰ্চা হওক!

editor by editor
September 28, 2022
in অসম, উত্তৰ-পূব, নিয়োগ, ৰাজনীতি, শিক্ষা
0
অসম চৰকাৰৰ অধীনত চাকৰিৰ বাবে অসমীয়া ভাষা শিকক, ডিমাহাছাওতো  অসমীয়া ভাষাৰ চৰ্চা হওক!
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

 

অসম লাইভ ২৪ঃ ‘ডিমা হাছাওত অসমীয়া ভাষাৰ চৰ্চা আৰম্ভ হওক। তেতিয়া ডিমাহাছাওৰ ৩০০০ৰ পৰা ৫০০০ যুৱক-যুৱতীয়ে অসম চৰকাৰৰ অধীনত চাকৰি লাভ কৰিবলৈ সক্ষম হ’ব। হিন্দী ভাষাত পঢ়াশুনা কৰিলেও অসমীয়া বিষয়টো পাঠ্যপুথিৰ অন্তৰ্গত বিষয় হ’লে ডিমাহাছাউবাসীৰ সুবিধা হ’ব। অসম তেতিয়া সম্পূৰ্ণ আপোনালোকৰ হ’ব।’ উমৰাংছুৰ এখন ৰাজহুৱা সভাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বুধবাৰে উমৰাংছুত ২খনকৈ বিদ্যালয় উদ্বোধন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। হিন্দীত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়া ভাষাৰ চৰ্চা কৰিবলৈ আহ্বান জনাইছে ডিমা-হাছাওবাসী জনতাক। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত ভাষণ প্ৰদান কৰি কয় যে, হাফলঙৰ পৰা নিউ হাফলঙলৈ ৯০ কিঃমিঃ পকী ৰাস্তা বনোৱাৰো সিদ্ধান্ত লোৱা হৈছে। পৰ্যটন উদ্যোগটোক আগবঢ়াই নিবৰ বাবে ৰাস্তা, কাৰেণ্ট, নেটৱৰ্ক আদি দিশ ঠিক কৰাৰ বাবে সিদ্ধান্ত হৈছে চৰকাৰখনে।

উল্লেখ্য যে, নিযুক্তি প্ৰক্ৰিয়াত ডিমাহাছাওৰ ৫০ গৰাকী যুৱকে আৰক্ষী বিভাগত চাকৰি পাবলৈ সক্ষম হৈছে। ইয়াৰে ৩ গৰাকীয়ে আৰক্ষী অধীক্ষকৰ পদ লাভ কৰিছে। শিক্ষাত আৰু অধিক গুৰুত্ব দিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাকৰিৰ ৫ শতাংশ কোটা পাহাৰীয়া লোকসকলৰ বাবে ৰিজাৰ্ভ হৈ থাকে। ডিমাহাছাওবাসীয়ে সেয়া ল’বলৈ চেষ্টা কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest news channel of assamBest News Portal in Assamhimanta biswa sarmahimanta biswa sharma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে
বিবিধ

নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে

December 21, 2025
বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ
বিবিধ

বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ

December 21, 2025
Next Post
১০৭ টা সন্তান, আকৌ পিতৃ হোৱাৰ মন! কোন এই ব্যক্তি জানিবলৈ চাওক…

১০৭ টা সন্তান, আকৌ পিতৃ হোৱাৰ মন! কোন এই ব্যক্তি জানিবলৈ চাওক...

মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?

মাত্ৰ ৮ মিনিটতেই ধৰা পৰিব হৃদৰোগ! নতুন প্ৰযুক্তিত অইন কি কি সুবিধা আছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.