• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিধৱাসকললৈ ৰাজ্য চৰকাৰে দিলে ভাল খবৰ, প্ৰতিমাহে বিধৱাসকলে লাভ কৰিব ১২০০ টকাকৈ ধন

বিধৱাসকললৈ ৰাজ্য চৰকাৰে দিলে ভাল খবৰ, প্ৰতিমাহে বিধৱাসকলে লাভ কৰিব ১২০০ টকাকৈ ধন

3 years ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

9 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

9 hours ago
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

10 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

11 hours ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

12 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

13 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

13 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

14 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

15 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

15 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

16 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিধৱাসকললৈ ৰাজ্য চৰকাৰে দিলে ভাল খবৰ, প্ৰতিমাহে বিধৱাসকলে লাভ কৰিব ১২০০ টকাকৈ ধন

editor by editor
January 26, 2023
in অসম, জীৱনশৈলী, ৰাজনীতি
0
বিধৱাসকললৈ ৰাজ্য চৰকাৰে দিলে ভাল খবৰ, প্ৰতিমাহে বিধৱাসকলে লাভ কৰিব ১২০০ টকাকৈ ধন
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
আজি দেশজুৰি উদযাপন কৰা হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস।
খানাপাৰাতো কেন্দ্ৰীয়ভাৱে উদযাপন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
গণৰাজ্য দিৱসৰ অনুষ্ঠানত ভাষণৰ আৰম্ভণিতে সংবিধান প্ৰণেতাক সোঁৱৰণ কৰে মুখ্যমন্ত্ৰীয়ে।
দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই হিমন্ত বিশ্ব শৰ্মাই।
ভাষণত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
কাশী, বৃন্দাবনৰ দৰে কামাখ্যাৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
মিছন বসুন্ধৰাই অসমৰ মানুহক ভূমি প্ৰদানত বিশেষ সহায় কৰিব বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়া মানুহক সুৰক্ষিত কৰিব।
এই বছৰৰ এপ্ৰিলৰ পৰা বিধৱা মহিলাৰ পেঞ্চন ৩০০ টকাৰ পৰিৱৰ্তে ১২০০ টকা দিয়াৰ লক্ষ্যৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
একেদৰে দিব্যাংগসকলৰ পেঞ্চন ১২৫০ টকালৈ বৃদ্ধি হ’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে।
১৯৪০ টকা ব্যয়ত ধান ক্ৰয়ৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।
এই বছৰত ১০ লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ লক্ষ্য চৰকাৰৰ।
আগন্তুক বাজেটত যুৱক–যুৱতীক স্বাৱলম্বী কৰাৰ বাবে ৩ হাজাৰ কোটি টকা ধাৰ্য কৰিব চৰকাৰে।
২০২৩ ত যুৱ ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰাৰ লক্ষ্যৰ কথাও ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
২৮ জানুৱাৰীত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়ালৰ লোকক চাকৰি প্ৰদান কৰিব চৰকাৰে।
৫০০খন হাইস্কুলৰ অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ লক্ষ্য চৰকাৰৰ।
আলফাৰ সৈতে আলোচনা সম্পন্ন হ’লে অসম শান্তিৰ দ্বীপত পৰিণত হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ।

ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে ভাষণত কয়, ‘কাৰোবাৰ দেশপ্ৰেমক মই কষ্ট নিদিও। কিন্তু ২৮ বছৰ আগৰ অসম এতিয়া নাই। সময় পৰিৱৰ্তন হৈছে। মোৰ বিশ্বাস কেইটামান বছৰ, মাহ পিছত হ’লেও অসমবাসীয়ে শান্তিৰ শেষ মাইল লাভ কৰিবলৈ সক্ষম হ’ম।’
এই বছৰৰ ১৪ এপ্ৰিলত বৃহৎ ঢুলীয়া–বিহুৱা লৈ গীণিজ বুক অফ ৰেকৰ্ডছৰ বাবে ব্যৱস্থা কৰিব চৰকাৰে।
ৰাজ্যৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে ২০২৩ চনত বিশেষ আঁচনি গ্ৰহণৰ কথাও উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই।
ছিপাঝাৰৰ ঢলপুৰৰ সমান্তৰালকৈ কাজিৰঙাৰ বুঢ়াচাপৰিত উচ্ছেদৰ কথা ঘোষণা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?
জীৱনশৈলী

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

January 15, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?
জীৱনশৈলী

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

January 15, 2026
Next Post
গণৰাজ্য দিৱসত দিল্লীৰ আকাশত গৰজি উঠিল ৰাফেল! বিশ্বই দেখিলে ভাৰতৰ শক্তি…

গণৰাজ্য দিৱসত দিল্লীৰ আকাশত গৰজি উঠিল ৰাফেল! বিশ্বই দেখিলে ভাৰতৰ শক্তি...

বিটিআৰলৈ আৰু এটা ভালখবৰ! ৪৩ খন বড়ো গাওঁ অন্তৰ্ভূক্ত হ’ব বিটিআৰত…

বিটিআৰলৈ আৰু এটা ভালখবৰ! ৪৩ খন বড়ো গাওঁ অন্তৰ্ভূক্ত হ’ব বিটিআৰত...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.