• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গণৰাজ্য দিৱসত দিল্লীৰ আকাশত গৰজি উঠিল ৰাফেল! বিশ্বই দেখিলে ভাৰতৰ শক্তি…

গণৰাজ্য দিৱসত দিল্লীৰ আকাশত গৰজি উঠিল ৰাফেল! বিশ্বই দেখিলে ভাৰতৰ শক্তি…

4 years ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

4 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

4 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

4 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

5 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

5 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

6 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

7 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

8 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

8 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

9 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

9 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

গণৰাজ্য দিৱসত দিল্লীৰ আকাশত গৰজি উঠিল ৰাফেল! বিশ্বই দেখিলে ভাৰতৰ শক্তি…

editor by editor
January 26, 2023
in বিবিধ, ভাৰত
0
গণৰাজ্য দিৱসত দিল্লীৰ আকাশত গৰজি উঠিল ৰাফেল! বিশ্বই দেখিলে ভাৰতৰ শক্তি…
0
SHARES
365
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আজি ৭৮ সংখ্যক গণৰাজ্য দিৱস৷ দিল্লীত গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে পতাকা উত্তোলন কৰাৰ পাছতেই প্ৰদৰ্শিত হয় বৃহৎ পেৰেড৷ গণৰাজ্য দিৱসত ইজিপ্তৰ ৰাষ্ট্ৰপতি আবলেদ ফাটাহ এল চিচিয়ে গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূক সামৰিক কায়দাৰে অভিবাদন জনায় সেনাৰ বহুকেইটা ৰেজিমেণ্টে৷ ইপিনে পুৱাই National War Memorial লৈ যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

বায়ুসেনাই দেখুৱালে শক্তি
৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডl ভাৰতীয় বায়ুসেনাৰ ৪৫ খন বিমান, ভাৰতীয় নৌসেনাৰ এখন আৰু ভাৰতীয় সেনাৰ চাৰিখন হেলিকপ্টাৰে আকাশত বিস্ময়কৰ ষ্টাণ্ট প্ৰদৰ্শন কৰে। এই সময়ত বিশ্বই ৰাফেল জেট বিমানৰ শক্তিও দেখিবলৈ পায়।

নাৰী শক্তিৰ ওপৰত বিশেষ গুৰুত্ব
গণৰাজ্য দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সাংস্কৃতিক মন্ত্ৰালয়ে বিশেষ প্ৰদৰ্শন দাঙি ধৰে৷ এই উপস্থাপনত নাৰী শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

গুজৰাটৰ প্ৰতীকপটত সেউজ শক্তিৰ ওপৰত গুৰুত্ব

গণৰাজ্য দিৱসৰ দিনা গুজৰাটৰ প্ৰতীকপটত ‘স্বচ্ছ-সেউজ শক্তি দক্ষ গুজৰাট’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত আছিল। এই টেবুলখনত শক্তিৰ নবীকৰণযোগ্য উৎসসমূহ চিত্ৰিত কৰা হৈছে।

পেৰেডত অংশ লৈছে অগ্নিবীৰে
প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈছে অগ্নিবীৰে। লেফটেনেণ্ট কমাণ্ডাৰ দিশা অমৃতৰ নেতৃত্বত ১৪৪ জন যুৱ নাৱিকৰ এটা নৌসেনাৰ দলে প্ৰদৰ্শন কৰে শক্তি৷ এই প্ৰদৰ্শন দাঙি ধৰে ৩ গৰাকী মহিলা আৰু ৬ গৰাকী পুৰুষ অগ্নিবীৰে৷

প্ৰদৰ্শিত হয় উটৰ সমদল
বি এছ এফৰ উটে গণৰাজ্য দিৱসৰ পেৰেডত দৰ্শকক মোহিত কৰে। বিশ্বৰ একমাত্ৰ এই উটৰ সমদল আছে ভাৰতৰ। গণৰাজ্য দিৱস উপলক্ষে ভাৰতীয় নৌসেনা আৰু ভাৰতীয় বায়ুসেনায়ো নিজৰ শক্তি প্ৰদৰ্শন কৰে।

ব্ৰাহ্মোছ ক্ষেপণাস্ত্ৰই বিশ্ববাসীক দেখুৱালে শক্তি
৮৬১ মিছাইল ৰেজিমেণ্টৰ ব্ৰাহ্মোছকো গণৰাজ্য দিৱসৰ পেৰেডত অন্তৰ্ভুক্ত কৰা হৈছিল। লেফটেনেণ্ট প্ৰজ্বল কলাৰ নেতৃত্বত বিশ্বই ভাৰতৰ এই ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ শক্তি দেখিবলৈ পালে। মিছাইলৰ শক্তি দেখুৱালে লেফটেনেণ্ট চেতনা শৰ্মাই৷ কেপ্তেইন সুনীল দশৰথৰ নেতৃত্বত ২৭ এয়াৰ ডিফেন্স মিছাইল ৰেজিমেণ্টৰ স্কাই মিছাইল ছিষ্টেমেও এই পেৰেডত অংশগ্ৰহণ কৰে। ৫১২ লাইট এডি মিছাইল ৰেজিমেণ্টৰ লেফটেনেণ্ট চেতনা শৰ্মাও উপস্থিত থাকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি
বিশ্ব

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

September 29, 2026
Next Post
বিটিআৰলৈ আৰু এটা ভালখবৰ! ৪৩ খন বড়ো গাওঁ অন্তৰ্ভূক্ত হ’ব বিটিআৰত…

বিটিআৰলৈ আৰু এটা ভালখবৰ! ৪৩ খন বড়ো গাওঁ অন্তৰ্ভূক্ত হ’ব বিটিআৰত...

ভালপোৱাৰ কথাবোৰ এনেকুৱাই! সঞ্জু বাবালৈ অনুৰাগীয়ে উইল কৰিলে ৭২ কোটি টকাৰ সম্পত্তি

ভালপোৱাৰ কথাবোৰ এনেকুৱাই! সঞ্জু বাবালৈ অনুৰাগীয়ে উইল কৰিলে ৭২ কোটি টকাৰ সম্পত্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.