• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৰুণ গগৈয়ে ১৫বছৰতো লোৱা নাছিল ইমান ঋণ, যিমান ঋণ হিমন্ত বিশ্ব শৰ্মাই ৩বছৰত ল’লে…

তৰুণ গগৈয়ে ১৫বছৰতো লোৱা নাছিল ইমান ঋণ, যিমান ঋণ হিমন্ত বিশ্ব শৰ্মাই ৩বছৰত ল’লে…

2 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

8 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

9 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

9 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

10 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

11 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

12 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

12 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

13 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

13 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

14 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

14 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

তৰুণ গগৈয়ে ১৫বছৰতো লোৱা নাছিল ইমান ঋণ, যিমান ঋণ হিমন্ত বিশ্ব শৰ্মাই ৩বছৰত ল’লে…

হিমন্ত বিশ্ব চৰকাৰে ৩বছৰত ল'লে ৫৫হাজাৰৰো অধিক টকাৰ ঋণ

editor by editor
December 16, 2023
in অসম, ৰাজনীতি
0
তৰুণ গগৈয়ে ১৫বছৰতো লোৱা নাছিল ইমান ঋণ, যিমান ঋণ হিমন্ত বিশ্ব শৰ্মাই ৩বছৰত ল’লে…
0
SHARES
11.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ  ঋণৰ ওপৰত ঋণ লৈছে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে। তাৰপিছতো মুখ্যমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰিছে যে, ঋণৰ বাবে তেওঁৰ কোনো টেনশ্যন নাই আৰু অইনেও ইয়াৰ বাবে টেনশ্যন লব নালাগে।’ চৰকাৰৰ ঋণ চৰকাৰে পৰিশোধ কৰি থাকিব বুলি নিৰ্ভয়ে ঘোষণা কৰাৰ পাছতে এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

মুখ্যমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰিলেও সচেতন মহলৰ মনত প্ৰশ্নৰ উদয় হৈছে যে,  ইমান ঘনাই ঋণ লবলৈ  হিমন্ত বিশ্ব শৰ্মা চৰকাৰ  চৰম বিত্তীয় সংকটত পৰিছে নেকি! বণ্ড বন্ধকত দি কিয় পুনৰ ৫০০কোটি টকাৰ ঋণ লব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, তৰুণ গগৈয়ে তেওঁৰ তিনিটা কাৰ্যকালত ৪১ হাজাৰ ৯৬৪ কোটি টকাৰ ঋণ লৈছিল। ইয়াৰ বিপৰীতে সৰ্বানন্দ সোণোৱালে তেওঁৰ এটা কাৰ্যকালতে প্ৰায় ৪৯হাজাৰ কোটি টকাৰ ঋণ লৈছিল।  সৰ্বানন্দ সোণোৱালে এই ঋণ লোৱাৰ পাছতে অসমৰ সৰ্বমুঠ ঋণৰ পৰিমাণ বৃদ্ধি হৈছিল ৯০হাজাৰ  ৯৬৪কোটি টকালৈ।

সৰ্বানন্দ সোণোৱালৰ পাছতে ৰাজ্যৰ দায়িত্বভাৰ লোৱা ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে প্ৰায় ৫৫হাজাৰ কোটি টকাৰো অধিক ঋণ লৈছে। প্ৰাপ্ত তথ্য অনুসৰি,  ২০২১-২২বিত্তীয় বৰ্ষত  ১৬,৯৫৫কোটি টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ২৩,৫৫৩কোটি টকা আৰু ২০২৩-২৪বৰ্ষৰ এতিয়ালৈকে ঋণ লৈছে প্ৰায় ১৫হাজাৰ কোটি টকা। খবৰ অনুসৰি,  চলিত বিত্তীয় বৰ্ষ সামৰণি পৰা লৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু ৫হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ যোজা কৰিছে।

হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে ৫৫হাজাৰ ৫০৮কোটি টকা ঋণ লৈছে। ইয়াৰ লগত যদি আৰু ৫হাজাৰ কোটি টকা যোগ হয় তেতিয়া এই ঋণৰ পৰিমাণ হবগৈ প্ৰায় ৬০হাজাৰ কোটি টকা। বৰ্তমান অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মূৰত আছে ৪৫হাজাৰৰো অধিক টকাৰ ঋণৰ বোজা।  ইমানৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে কেনেকৈ সদম্ভ ঘোষণা কৰিব পাৰে বুলি কটাক্ষ কৰিছে বিৰোধীয়ে। বছৰি প্ৰায় ২৩হাজাৰ কোটি টকা ঋণৰ ওপৰতে নিৰ্ভৰশীল অসম চৰকাৰে শেষত চৰকাৰী বণ্ড বন্ধকত থৈ ঋণ লোৱা ঘটনাক লৈ ৰাজ্যৰ সচেতন মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?
জীৱনশৈলী

পাৰ্লিয়ামেণ্টত একাধিক পদত বহু চাকৰি, কেনেকৈ কৰিব আবেদন? দৰমহা কিমান?

April 1, 2026
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
Next Post
স্কুটীত চলাওতে ঘূৰি নোচোৱা ‘ৰাজু দা’ একেবাৰে গ’লগৈ…

স্কুটীত চলাওতে ঘূৰি নোচোৱা 'ৰাজু দা' একেবাৰে গ'লগৈ...

জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়…

জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.