• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়…

জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়…

3 years ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

12 minutes ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

1 hour ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

2 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

2 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

3 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

21 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

22 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

22 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

23 hours ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

24 hours ago
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়…

সহজ-সৰল জয়ন্ত দাসে যি বিচাৰিছিল সেয়াই হ'ল...

editor by editor
December 17, 2023
in অসম
0
জীৱনত এনে কাম কৰিব লাগে, যাতে শশ্মানত মানুহৰ ভিৰ হয়…
0
SHARES
596
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ অকাল মৃত্যুক এতিয়াও সহজে মানি ল’ব পৰা নাই অনুৰাগীসকলে। শনিবাৰে নিশাই নৱগ্ৰহত শেষকৃত্য সম্পন্ন হোৱা অভিনেতাগৰাকীক সোঁৱৰি এতিয়াও সমগ্ৰ ৰাজ্যত বৈ আছে শোকৰ বন্যা। মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সমাজৰ ভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত সকলোৱে আজি অভিনেতাগৰাকীক সুঁৱৰিছে।

অভিনেতাগৰাকীৰ মৃত্যুৰ পাছতে তেওঁৰ সহজ-সৰল অথচ গভীৰ ব্যক্তিত্বৰ কথা সকলোৰে মাজত আলোচনা হৈছে। এক বিশেষ সাক্ষাতকাৰত অভিনেতাগৰাকীয়ে জীৱনক লৈ কোৱা বহু গভীৰ কথা এতিয়া চৰ্চা হৈছে নেটিজেনসকলৰ মাজত।  সেই বিশেষ সাক্ষাতকাৰটোত জয়ন্ত দাসে কৈছিল যে- মানুহ অত্যাধিক উচ্চাকাংক্ষী হ’ব নালাগে। আচলতে মানুহৰ জীৱনত যিখিনি প্ৰয়োজন সেইখিনিতেই সন্তুষ্ট হৈ থাকিব লাগে। তেতিয়া জীৱন সুখৰ হয়।

অভিনেতাগৰাকীয়ে লগতে কৈছিল-  ধন-সম্পত্তিতকৈ মানুহে জীৱনত আৰ্শীবাদ আৰু মৰম আৰ্জিব লাগে।  আৰু এনেকে জীৱনত কাম কৰিব লাগে যাতে শশ্মানত মৃত্যুৰ সময়ত মানুহৰ ভিৰ হয়। যাতে ১০জনৰ মাজত দুজনে হলেও কয় যে এজন ভাল মানুহ হেৰাই গ’ল। ধন-সম্পত্তিতকৈ এজন মানুহে এইবোৰ বস্তুহে আৰ্জিব লাগে।’

অতি সহজ-সৰলকৈ জীৱন কটোৱা জয়ন্ত দাসে যি বিচাৰিছিল সেইমতেই সকলো হৈছে। তেওঁৰ অবৰ্তমানত এতিয়া সকলোৱে তেওঁৰ গুণ-গৰিমাক স্মৰণ কৰিছে। সমগ্ৰ অসমত তেওঁৰ মৃত্যুত বৈছে শোকৰ বন্যা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?
অসম

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

October 11, 2026
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য
অসম

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

October 11, 2026
Next Post
লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম…

লোকচান আপোনাৰ, যদিহে ৩১ডিচেম্বৰৰ পূৰ্বে নকৰে এই ৩টা কাম...

ভগৱানৰ লীলাঃ ১০মিনিট সময় উশাহ বন্ধ হৈ আছিল শ্ৰেয়াস তালপড়ে…

ভগৱানৰ লীলাঃ ১০মিনিট সময় উশাহ বন্ধ হৈ আছিল শ্ৰেয়াস তালপড়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.