• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভগৱানৰ লীলাঃ ১০মিনিট সময় উশাহ বন্ধ হৈ আছিল শ্ৰেয়াস তালপড়ে…

ভগৱানৰ লীলাঃ ১০মিনিট সময় উশাহ বন্ধ হৈ আছিল শ্ৰেয়াস তালপড়ে…

3 years ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

38 minutes ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

1 hour ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

2 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

3 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

4 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

4 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

22 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

23 hours ago
হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

হাই কামাণ্ডৰ ৰোষত গৌৰৱ গগৈ! নগাঁৱৰ নিৰ্বাচনী বিপৰ্যয়ৰ কাৰণ কি?

23 hours ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

1 day ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ভগৱানৰ লীলাঃ ১০মিনিট সময় উশাহ বন্ধ হৈ আছিল শ্ৰেয়াস তালপড়ে…

একমাত্ৰ নেদেখাজনৰ আৰ্শীবাদতহে অভিনেতাগৰাকী জীৱিত থকাৰ কথা সদৰি

editor by editor
December 17, 2023
in বিনোদন
0
ভগৱানৰ লীলাঃ ১০মিনিট সময় উশাহ বন্ধ হৈ আছিল শ্ৰেয়াস তালপড়ে…
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ বলিউদ তথা মাৰাঠী ছবিৰ অভিনেতা শ্রেয়াস তালপাড়েৰ স্বাস্থ্য শেহতীয়াকৈ কিছু উন্নত হৈছে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, দুই-এদিনতে হস্পাতালৰ পৰা ঘৰলৈ আহিব অভিনেতাগৰাকী।  অভিনেতাগৰাকীৰ পত্নী দিপ্তী তালপড়েই জানিবলৈ দিয়া অনুসৰি, হাৰ্ট এৰ্টেক হোৱাৰ পাছতে শ্ৰেয়াস তালপাড়েৰ ১০মিনিটৰ বাবে বন্ধ হৈ হৈছিল উশাহ। একমাত্ৰ নেদেখাজনৰ আৰ্শীবাদতহে অভিনেতাগৰাকী জীৱিত থকাৰ কথা সদৰি কৰে অভিনেতাগৰাকীৰ পত্নীয়ে।

সকলো ঠিকে ঠাকে থাকিলে সোমবাৰে পুৱাৰ ভাগতে ঘৰলৈ উভতিব অভিনেতাগৰাকী। শ্বুটিঙত ব্যস্ত থকাৰ সময়তে হঠাতে অসুস্থ হৈ পৰা অভিনেতাগৰাকীৰ স্বাস্থ্যক লৈ সকলো অনুৰাগী চিন্তিত হৈ আছিল যদিও শেহতীয়াকৈ তেওঁৰ স্বাস্থ্য সুস্থিৰ হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে,  বহুকেইখন হিন্দী ছবিত অভিনয় কৰা শ্ৰেয়াস তালপড়েই মাৰাঠী ছবিতো আছে বিশেষ দখল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’
বিনোদন

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

October 12, 2026
প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?
বিনোদন

প্ৰকৃততে কি কাৰণত মৃত্যু হৈছিল নানা পাটেকাৰৰ?

October 11, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
Next Post
আমেৰিকাত প্ৰেম, ঘৰলৈ আহি ঠিক হ’ল বিয়াঃ লগ্নৰ সময় পাৰ হোৱাৰ বাবেই ভাগিল বিয়া…

আমেৰিকাত প্ৰেম, ঘৰলৈ আহি ঠিক হ'ল বিয়াঃ লগ্নৰ সময় পাৰ হোৱাৰ বাবেই ভাগিল বিয়া...

অচল সংসাৰ, অভিষেকে দলিয়ালে বিয়াৰ আঙুঠিঃ  বিবাহ বিচ্ছেদ হ’লে মাহিলী কিমান টকা পাব ঐশ্বৰ্যাই…

অচল সংসাৰ, অভিষেকে দলিয়ালে বিয়াৰ আঙুঠিঃ বিবাহ বিচ্ছেদ হ'লে মাহিলী কিমান টকা পাব ঐশ্বৰ্যাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.