• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অচল সংসাৰ, অভিষেকে দলিয়ালে বিয়াৰ আঙুঠিঃ  বিবাহ বিচ্ছেদ হ’লে মাহিলী কিমান টকা পাব ঐশ্বৰ্যাই…

অচল সংসাৰ, অভিষেকে দলিয়ালে বিয়াৰ আঙুঠিঃ বিবাহ বিচ্ছেদ হ’লে মাহিলী কিমান টকা পাব ঐশ্বৰ্যাই…

3 years ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

15 minutes ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

29 minutes ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

51 minutes ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

1 hour ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

2 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

3 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

4 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

4 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

5 hours ago
যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

যিখন কলেজত মাতৃ চাফাই কৰ্মী, সেই কলেজৰ পৰাই কন্যাই লাভ কৰিলে ডক্টৰেট ডিগ্ৰী

23 hours ago
এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

এবছৰলৈ প্ৰতিবাদ কৰিব নোৱাৰিব অভিজিত দীপকেই!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

অচল সংসাৰ, অভিষেকে দলিয়ালে বিয়াৰ আঙুঠিঃ বিবাহ বিচ্ছেদ হ’লে মাহিলী কিমান টকা পাব ঐশ্বৰ্যাই…

কিছু কথাক লৈ ঐশ্বৰ্যা- অভিষেকৰ মাজত চলি আছে অশান্তি!

editor by editor
December 17, 2023
in Uncategorized
0
অচল সংসাৰ, অভিষেকে দলিয়ালে বিয়াৰ আঙুঠিঃ  বিবাহ বিচ্ছেদ হ’লে মাহিলী কিমান টকা পাব ঐশ্বৰ্যাই…
0
SHARES
43.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ সংসাৰ সুখেৰে চলা নাই। কিছু কথাক লৈ ঐশ্বৰ্যা- অভিষেকৰ মাজত চলি আছে অশান্তি। এয়া আমি কোৱা কথা নহয়। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সবিস্তাৰে প্ৰকাশ পাইছে এই বাতৰি। প্ৰকাশিত বাতৰি অনুসৰি, দুয়োৰে মাজত ইমানেই বিভেদ আহিছে যে, ঐশ্বৰ্যাই বিয়াত অভিষেকক পিন্ধোৱা আঙুঠিটোও খুলি পেলালে। শেহতীয়াকৈ এখন ফটোও ভাইৰেল হৈছে অভিষেকৰ , চাওক ফটোখন-

Abhishek-Aishwarya's Marriage Hearing Towards Divorce? Actor Spotted  Without Wedding Ring Amid Rumours Of Split

ইফালে চৰ্চা হৈছে যে, যদিহে অভিষেক আৰু ঐশ্বৰ্যাৰ মাজত যদি বিবাহ বিচ্ছেদ হয়। তেন্তে অভিষেকে ক্ষতিপূৰণ হিচাপে কিমান টকা দিব লাগিব ঐশ্বৰ্যাক। এই হিচাপৰ বাতৰিও ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে সম্পন্ন কৰিছে। অভিষেক বচ্চনৰ মুঠ সম্পত্তিৰ পৰিমাণ ২৮০কোটি। প্ৰতিমাহে ১.৮কোটি টকা উপাৰ্জন কৰে অভিষেকে। বাৰ্ষিক  প্ৰায় ২৫কোটি টকা উপাৰ্জন কৰে অভিনেতাগৰাকীয়ে।

এই হিচাপলৈ চাই যদিহে বিবাহ বিচ্ছেদ হয় তেন্তে মাহিলী মুঠ সম্পত্তিৰ ২৫শতাংশ ধন অৰ্থাত প্ৰায় ৪৫লাখ টকা ক্ষতিপূৰণ হিচাপে প্ৰতিমাহে ঐশ্বৰ্যাক দিব লাগিব অভিষেকে। উল্লেখ কৰা প্ৰয়োজন যে, ২০০৭চনৰ ২০এপ্ৰিলত অভিষেক আৰু ঐশ্বৰ্যাৰ মাজত বিবাহ সম্পন্ন হৈছিল। অতি সুখেৰে দাম্পত্য জীৱন অতিবাহিত কৰা দুয়োৰে বিবাহ বিচ্ছেদৰ খবৰত নেটিজেন সকল আচৰিত হৈ পৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
ANGRY মুডত গোবিন্দ ককাঃ ৰাইজক প্লাষ্টিকৰ চাউল খুৱাই বাঘৰ দৰে চোং সলাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই…VIDEO

ANGRY মুডত গোবিন্দ ককাঃ ৰাইজক প্লাষ্টিকৰ চাউল খুৱাই বাঘৰ দৰে চোং সলাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই...VIDEO

লটাৰী বাদ দিয়ক, ভোট জলকীয়াৰ POWER চাওকঃ  ৩বছৰ ভোট জলকীয়া খেতি কৰি ঘৰলৈ আনক BMW কাৰ…

লটাৰী বাদ দিয়ক, ভোট জলকীয়াৰ POWER চাওকঃ ৩বছৰ ভোট জলকীয়া খেতি কৰি ঘৰলৈ আনক BMW কাৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.