• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ANGRY মুডত গোবিন্দ ককাঃ ৰাইজক প্লাষ্টিকৰ চাউল খুৱাই বাঘৰ দৰে চোং সলাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই…VIDEO

ANGRY মুডত গোবিন্দ ককাঃ ৰাইজক প্লাষ্টিকৰ চাউল খুৱাই বাঘৰ দৰে চোং সলাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই…VIDEO

3 years ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

11 minutes ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

43 minutes ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

2 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

2 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

3 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

3 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

4 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

6 hours ago
প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে এটা মধুৰিআম খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
প্ৰেমত হাবুডুবু খাব সংগী, মাত্ৰ সলনি কৰক এইকেইটা অভ্যাস!

সম্পৰ্কত নাথাকে তিক্ততা, মৰম দিব বিচাৰিব স্বামীয়ে, মাত্ৰ অনুসৰণ কৰক এই টিপছ!

6 hours ago
চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

চাকৰি বিচাৰি হাবাথুৰি খাইছে যুৱপ্ৰজন্মই! ভাৰতৰ নিবনুৱা হাৰ কিমান?

7 hours ago
বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ANGRY মুডত গোবিন্দ ককাঃ ৰাইজক প্লাষ্টিকৰ চাউল খুৱাই বাঘৰ দৰে চোং সলাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই…VIDEO

গোবিন্দ ককাৰ তীক্ষ্ণ সমালোচনাৰ পৰা সাৰি নগ'ল জুবিন গাৰ্গো

editor by editor
December 17, 2023
in অসম
0
ANGRY মুডত গোবিন্দ ককাঃ ৰাইজক প্লাষ্টিকৰ চাউল খুৱাই বাঘৰ দৰে চোং সলাই ফুৰিছে হিমন্ত বিশ্ব শৰ্মাই…VIDEO
0
SHARES
8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ সাধাৰণ মানুহজনৰ ৰসাল কথাবোৰত সোমাই থাকে প্ৰচণ্ড ক্ষোভ। সাধাৰণ শ্ৰেণীৰ লোকৰ মনত চৰকাৰৰ বিৰুদ্ধে পঞ্জীভূত হৈ থকা ক্ষোভবোৰ তেওঁৰ কন্ঠতেই যেন প্ৰকাশ পায়। বহুতে তেওঁক ঘোৰ কংগ্ৰেছী বুলি কয়। এগৰাকী বিৰোধী দলৰ নেতাৰ দৰেই তেওঁ নিৰ্ভয়ে কটাক্ষ কৰে শাসকীয় দলক।

গোবিন্দ ককা বুলি কলে এতিয়া অসমত আৰু নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই। ৰসাল আৰু খুহুতীয়া কথাৰে চৰকাৰৰ লগতে সমাজৰ একাংশ লোকক সমালোচনা কৰা গোবিন্দ ককা আকৌ চৰ্চালৈ আহিছে। শেহতীয়াকৈ আমাৰ সাংবাদিকৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত গোবিন্দ ককাই চৰকাৰে হিতাধিকাৰীৰ নামত চৰকাৰে খৰচ কৰা ধনক লৈ এক প্ৰশ্ন উত্থাপন কৰে।

ৰাজ্যৰ হিতাধিকাৰীৰ নামত মুখ্যমন্ত্ৰী তথা চৰকাৰে খৰচ কৰা ধনক লৈ গোবিন্দ ককাই প্ৰশ্ন কৰে যে, এই টকাবোৰ কাৰ? ৰাস, ভাওনাৰ নামত চৰকাৰে বিলাই থকা ধনবোৰ কাৰ বুলি প্ৰশ্ন কৰে গোবিন্দ ককাই। জনতাৰ পইচা অবাবত খৰচ কৰি পুনৰ জনতাৰ মাজতে বিলাই আছে বুলি কটাক্ষ কৰে গোবিন্দ ককাই। যা টা ধন খৰচ কৰি ৰাইজক প্লাষ্টিকৰ চাউল খুৱাই আছে বুলিও চৰকাৰক কটাক্ষ কৰে গোবিন্দ ককাই।

ইফালে গোবিন্দ ককাৰ তীক্ষ্ণ সমালোচনাৰ পৰা সাৰি নগল জুবিন গাৰ্গো। বিভিন্ন কথাৰে সমাজত অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰি আছে বুলিও কটাক্ষ কৰে গোবিন্দ ককাই। উল্লেখ কৰা প্ৰয়োজন যে, গোবিন্দ ককাৰ ঘৰ গহপুৰত।  চাওঁক ককাৰ সেই VIDEO- 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন
অসম

বিপদে লগ এৰা নাই অমৃতপ্ৰভাক, আদালতৰ চৰ্ত উলংঘা কৰিলে বাতিল হ’ব জামিন

October 13, 2026
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত
অসম

অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

October 13, 2026
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?
অসম

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

October 12, 2026
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ
অসম

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

October 12, 2026
Next Post
লটাৰী বাদ দিয়ক, ভোট জলকীয়াৰ POWER চাওকঃ  ৩বছৰ ভোট জলকীয়া খেতি কৰি ঘৰলৈ আনক BMW কাৰ…

লটাৰী বাদ দিয়ক, ভোট জলকীয়াৰ POWER চাওকঃ ৩বছৰ ভোট জলকীয়া খেতি কৰি ঘৰলৈ আনক BMW কাৰ...

বিচনাত পৰি কেৱল গণিছে মৃত্যুৰ ক্ষণঃ কোনেও শাস্তি দিব নোৱাৰা ডাউদক ভগৱানে দিছে উচিত শাস্তি…

বিচনাত পৰি কেৱল গণিছে মৃত্যুৰ ক্ষণঃ কোনেও শাস্তি দিব নোৱাৰা ডাউদক ভগৱানে দিছে উচিত শাস্তি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.