হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম

অসমজুৰি এতিয়া পদুমৰ সুবাস।
এয়া মাথোঁ আৰম্ভণিহে৷ মূল ছবিলৈ এতিয়াও বাকী৷
আপোনালোকৰ অকৃত্ৰিম মৰম আৰু আশীৰ্বাদেই ভাৰতীয় জনতা পাৰ্টিৰ অমূল্য সম্পদ ৷

মনোনয়ন পত্ৰ দাখিল যাত্ৰাৰ কেইখনমান বিশেষ ফটো শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ
পত্নী ৰিণিকি ভূঞা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মাক লগত লৈ মনোনয়ন দাখিলৰ বাবে যাত্ৰা হিমন্ত বিশ্ব শৰ্মাৰ৷
হিমন্ত বিশ্ব শর্মাৰ এই যাত্ৰাত ভিৰ কৰিছে হাজাৰ হাজাৰ জনতাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ