• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

2 months ago
কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?

2 minutes ago
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

29 minutes ago
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

48 minutes ago
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

2 hours ago
হাৰ্ট এটেকৰ হিষ্ট্ৰি ফেমিলিত আছে? সাবধান, ভুলতো এই ৫কাম নকৰিব, কি কয় চিকিৎসকে?

ন’ন-এলক’হলিক ফেটি লিভাৰত ভূগি আছে নেকি? কি কি লক্ষণ দেখিলে বুজিব আপুনিও এই সমস্যাত ভূগি আছে?

লক্ষ্মী নাৰায়ণৰ বিশেষ প্ৰিয় এই ৪ৰাশি, সমগ্ৰ জীৱনেই অৰ্থ সমৃদ্ধিৰ অভাৱ নহয় এওঁলোকৰ

3 hours ago
শনিবাৰেই শপত থালাপতি বিজয়ৰ, ১৯৫২ চনৰ পাছত প্ৰথমবাৰৰ বাবে ত্ৰিশংকু বিধানসভা, কি কি প্ৰত্যাহ্বান এতিয়াও আছে TVKৰ সন্মুখত?

এদিনতে সফলতা অহা নাই! ধাপে ধাপে যাত্ৰা, কাউন্সিলাৰ, বিধায়ক, সাংসদ, মন্ত্ৰীৰ পৰা, বংগত তেওঁ বিজেপি শাসনৰ আৰম্ভণিতে প্ৰথম মুখ্যমন্ত্ৰী, জানি থওক শুভেন্দুৰ ৰাজনৈতিক উত্থানৰ কাহিনী

4 hours ago
‘এনেকুৱা মানসিকতা হ’লে আমি আপোনাক আমাৰ মাননি সম্পূৰ্ণ কৰাৰ মানসিকতা নাথাকিব!’ অভিনেত্ৰী পাপৰি বৰাক মুকলিকৈ প্ৰত্যাহ্বান কিয় জনাইছে ৰাজধানী থিয়েটাৰে?

হাজাৰ হাজাৰ যুৱতীৰ হৃদয় ভাঙি থালাপতি বিজয়ে কেনেকৈ বিচাৰি পাইছিল জীৱন লগৰী?

13 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

editor by editor
March 20, 2026
in জীৱনশৈলী
0
বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
0
SHARES
927
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষত বুধ গ্ৰহক বুদ্ধি, বাণী আৰু তৰ্কৰ প্ৰতীক বুলি ধাৰণা কৰা হয়৷ ইয়াক গ্ৰহৰ ৰাজকুমাৰো কোৱা হয়৷ জ্যোতিষশাস্ত্ৰ অনুসৰি বুধক ব্যৱসায়, শিক্ষা, গণিত, লেখামেলা, সঞ্চাৰ আৰু বিশ্লেষণৰ সৈতে সম্পৰ্কিত অধিপতি বুলি কোৱা হয়৷ চন্দ্ৰমাৰ পাছতেই বুধে সকলোতকৈ দ্ৰুত গতিত চলা গ্ৰহ৷ দ্ৰিক পঞ্চাঙ্গৰ গণনা অনুসৰি ২৫ মাৰ্চ ২০২৬চনত বুধে নিজৰ চলন সলনি দক্ষিণমাৰ্গী দিশত আগুৱাই যাব৷ জ্যোতিষশাস্ত্ৰত বুধৰ চিধা গতি অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ কাৰণ এই গোচৰে কৌশল, সিদ্ধান্ত লোৱাৰ ক্ষমতা আৰু আৰ্থিক উন্নতিক প্ৰভাৱিত কৰে৷ এই অৱস্থাত বুধে ৫ৰাশিৰ ওপৰত কৃপা বৰ্ষণ কৰিব৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে বুধৰ মাৰ্গী হোৱা কোনো বৰদানতকৈ কম নহয়৷ ৰৈ থকা অৰ্থ লাভ কৰিব আৰু বিনিযোগৰ পৰা ভাল ফল পাব৷ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ যাৰ ফলত আপুনি কৰ্মক্ষেত্ৰত ডাঙৰ সিদ্ধান্তত সফল হব৷ অৰ্থলাভৰ একাধিক ৰাস্তা খুলি যাব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ অধিপতি স্বয়ং বুধ৷ ইয়াৰ বাবে এই গ্ৰহৰ চিধা পথৰ যাত্ৰাই আপোনাৰ জীৱনলৈ গোল্ডেন টাইম কঢ়িয়াই আনিব৷ ব্যৱসায়ত কোনো ডাঙৰ চুক্তি চূড়ান্ত হব পাৰে৷ আপোনাৰ কথাই অন্যৰ ওপৰত প্ৰভাৱ পেলাব আৰু আপোনাৰ ৰৈ যোৱা কাম এই সময়ত সম্পন্ন হব৷ সামাজিক মান-প্ৰতিষ্ঠা বৃদ্ধি পাব৷

সিংহ ৰাশি

২৫ মাৰ্চৰ পাছত সিংহ ৰাশিৰ জাতকৰ বাবে আয়ৰ নতুন ৰাস্তা খুলি যাব৷ পৈতৃক সম্পত্তি সংক্ৰান্তিয় কোনো বিবাদৰ সমাধান হব৷ পঢ়ুৱৈসকলৰ বাবে এই সময় বিশেষভাৱে ফলদায়ক হব৷ প্ৰতিযোগী পৰীক্ষাৰ্থীসকল সফল হোৱাৰ প্ৰৱল যোগ আছে৷ ব্যৱসায়ত জৱৰদস্ত আৰ্থিক উন্নতি দেখা যাব৷

কন্যা ৰাশি

বুধৰ দক্ষিণমুখী অৱস্থান কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে কৰ্মজীৱনত পদোন্নতি আৰু পদোন্নতিৰ সুযোগ তৈয়াৰ কৰিছে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে কাঙ্খিত সুযোগ পাব৷ মানসিক চাপৰ পৰা মুক্তি পাব আৰু আপুনি আপোনাৰ পৰিকল্পনা বাস্তবায়ন কৰাত সফল হব৷

ধনু ৰাশি

ধনু ৰাশিৰ বাবে এই গোচৰে পাৰিবাৰিক সুখ আৰু স্বাচ্ছন্দ্য কঢ়িয়াই আনিব৷ মাটি বা যানবাহন ক্ৰয়ৰ পৰিকল্পনাত সফল হব পাৰে৷ আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক আৰু সৌহাৰ্দ্যপূৰ্ণ হৈ উঠিব৷ ঘৰৰ পৰিবেশ ইতিবাচক থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিয় ৫৭ বছৰ বয়সতো অবিবাহিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী? চৰ্চাত তেওঁৰ এটা সাক্ষাৎকাৰ, বিবাহ নকৰোৱাৰ বাখ্যা কি দিছিল শুভেন্দুৱে?
জীৱনশৈলী

May 9, 2026
PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?
জীৱনশৈলী

PM মোদীৰ পৰা আৰম্ভ কৰি ২৩জন মুখ্যমন্ত্ৰীলৈ, শুভেন্দুৰ শপতগ্ৰহণত উপস্থিত আছে কোন কোন?

May 9, 2026
ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?
জীৱনশৈলী

ব্ৰিগেড মঞ্চত মোদী ব্ৰিগেড! ২৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, জানি থওক কিমান টকাৰ মালিক মুখ্যমন্ত্ৰী শুভেন্দু?

May 9, 2026
নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?
জীৱনশৈলী

নিশা মাত্ৰ ৪ ঘণ্টাহে শুৱে? কমিব পাৰে শুক্ৰাণুৰ মান, টোপনিৰ সৈতে টেষ্টোষ্টেৰণ হৰমনৰ কি সম্পৰ্ক?

May 9, 2026
Next Post
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন