জুবিনক ব্যৱহাৰ কৰি থকা বুলি জুবিন জীয়াই থাকোতেই কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷
জুবিনক ব্যৱহাৰ নকৰিব বুলি সঁকীয়াই দি মুখ্যমন্ত্ৰীয়ে কৈছিল-
ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে৷
জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া সেয়া বাদ দিব লাগিব৷
জুবিনৰ লগতে থাকিব জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰও চলাই থকা হৈছে৷
সাপ হৈ খুটি বেজ হৈ জৰাৰ পৰম্পৰাটো বাদ দিব লাগে৷
ছবছৰ পূৰ্বেই জুবিনক কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















