• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্তন কৰ্কটৰ ইংগিত কেনেকৈ পাব? হিনা খানেও কৰিছিল এই ভুল, আজিয়েই জানক কিয় বাঢ়িছে স্তনৰ কৰ্কট

স্তন কৰ্কটৰ ইংগিত কেনেকৈ পাব? হিনা খানেও কৰিছিল এই ভুল, আজিয়েই জানক কিয় বাঢ়িছে স্তনৰ কৰ্কট

2 years ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

10 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

11 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

11 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

12 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

13 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

14 hours ago
পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

পুনৰ ট্ৰাম্পৰ হুংকাৰ ‘বহু পলম কৰিলে, এতিয়া পৰিণাম ভুগিবলৈ সাজু হওঁক’

15 hours ago
১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

১১ শিশুক আক্ৰ*মণ পাকিস্তানৰ! অব্যাহত আক্ৰ*মণ-প্ৰত্যাক্ৰমণ 

17 hours ago
এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

এমহীয়া প্ৰেমৰ বাবেই ১৩ বছৰীয়া সংসাৰৰ মায়া এৰিলে এগৰাকী জনপ্ৰতিনিধিয়ে!

17 hours ago
৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

৩০ হাজাৰ ফুটত হাহাকাৰ! যাত্ৰীয়ে ভাঙিলে বিমানৰ খিৰিকী, তাৰ পিছত…

19 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

প্ৰস্ৰাৱৰ দুৰ্গন্ধ, বমি আৰু অস্থিৰতা, এয়া বৃক্কৰ সমস্যা নেকি?

20 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

পুৰুষৰ কি বস্তু ভাল পায় নাৰীয়ে? ৯৯% লোকে নাজানে এই কথা!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্তন কৰ্কটৰ ইংগিত কেনেকৈ পাব? হিনা খানেও কৰিছিল এই ভুল, আজিয়েই জানক কিয় বাঢ়িছে স্তনৰ কৰ্কট

স্তন কৰ্কটৰ ইংগিত কেনেকৈ পাব? হিনা খানেও কৰিছিল এই ভুল, আজিয়েই জানক কিয় বাঢ়িছে স্তনৰ কৰ্কট

editor by editor
June 29, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
স্তন কৰ্কটৰ ইংগিত কেনেকৈ পাব? হিনা খানেও কৰিছিল এই ভুল, আজিয়েই জানক কিয় বাঢ়িছে স্তনৰ কৰ্কট
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্তনৰ কৰ্কটত আক্ৰান্ত অভিনেত্ৰী হিনা খান৷ সম্প্ৰতি সামাজিকমাধ্যমত নিজেই অসুস্থতাৰ কথা স্বীকাৰ কৰিছে ৩৬ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে৷ ৩০ পাৰ হোৱা বেছিসংখ্যক ভাৰতীয় মহিলাৰেই স্তন কৰ্কট হোৱা দেখিবলৈ পোৱা যায়৷ চিকিৎসকৰ মতে, স্তন কৰ্কটৰ ক্ষেত্ৰত ৰোগ নিৰ্ণয়ৰ চাবিকাঠি আক্ৰান্তগৰাকীৰ হাততেই থাকে৷ স্তনৰ কৰ্কটৰ ক্ষেত্ৰত ছেলফ ডিটেকশ্ব্যনৰ কোনো বিকল্প নাই৷ ভাৰতত দৈনিক বৃদ্ধি পাইছে স্তন কৰ্কটত আক্ৰান্তৰ সংখ্যা সেয়ে সজাগ হোৱাটো খুবেই প্ৰয়োজন৷

বয়স যিমানেই বাঢ়ে সিমানেই স্তন কৰ্কটৰ সংখ্যা বাঢ়ে৷ বয়সীয়ালসকলৰ এই ৰোগ হয় তেনে নহয়৷ ২০ বছৰীয়া তৰুণীও এই ৰোগত আক্ৰান্ত হ’ব পাৰে৷ সাধাৰণতে পৰিয়ালৰ কাৰোবাৰ স্তন কৰ্কট থাকিলে বা পৰিয়ালৰ ইতিহাসত কৰ্কট থাকিলে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ ইয়াৰোপৰি অবেচিটিও কিন্তু স্তনৰ কৰ্কটৰ অন্যতম প্ৰধান কাৰণ হৈ উঠিছে৷ বাহিৰৰ খাদ্য, ভজা, পুৰা খাদ্য আদিৰ পৰাও কৰ্কটৰ আশংকা বাঢ়ে৷

কি কি লক্ষণে দেখা দিলে সাৱধান হ’ব?

স্তনত কোনো ধৰণৰ যন্ত্ৰণাহীন মাংসপিণ্ড দেখিলে সেই সম্পৰ্কে চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰক৷ প্ৰতি মাহে এবাৰ ব্ৰেষ্ট ছেলফ এক্সামিনেছনো কৰিব পাৰে৷ অৰ্থাৎ নিজৰ স্তন নিজেই পৰীক্ষা কৰি চাওক৷ কৰোবাত কিমা টেমুনা বান্ধিছে নেকি? স্তনৰ ৰঙৰ পৰিবৰ্তন হৈছে নেকি? স্তনবৃন্তৰ পৰা অকাৰণে কোনো তৰল নিঃসৃত হৈছে নেকি? দুটি স্তনৰ আকাৰ পৃথক পৃথক হৈ পৰিছে নেকি এই সম্পৰ্কে নিজেই পৰীক্ষা কৰক৷ অস্বাভাৱিক কোনো পৰিবৰ্তন দেখিলেই চিকিৎসৰ পৰামৰ্শ লওক৷

অভিনেত্ৰী হিনা খানৰ স্তন কৰ্কট ধৰা পৰিছে তৃতীয় পৰ্যায়ত৷ স্তনৰ কৰ্কটৰ ক্ষেত্ৰত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ক প্ৰাথমিক ধাপ বুলিয়েই ধৰা হয়৷ এই পৰ্যায়ত ৰোগ ধৰা পৰিলে ৰোগীৰ সুস্থতাৰ হাৰ বহু বেছি৷ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ত এই ৰোগৰ ভয়াৱহতা বহু পৰিমানে বাঢ়ি যায়৷ তৃতীয় পৰ্যায় পালেই ৰোগীৰ স্তনৰ বহু অংশলৈ কৰ্কটৰ কোশ বিয়পি পৰা বুজাই৷ চতুৰ্থ পৰ্যায় পালে ৰোগীৰ স্তনৰ পৰা কৰ্কট শৰীৰৰ বিভিন্ন অংগলৈ বিয়পি পৰে৷ তৃতীয় পৰ্যায়ত এই ৰোগ ধৰা পৰিলে সাধাৰণতে কেমোথেৰাপিৰ সহায়চ চিকিৎসা আৰম্ভ হয় আৰু তাৰ পাছতেই অস্ত্ৰোপচাৰ হয়৷ পূৰ্বৰ দৰে এতিয়া স্তন কাটি পেলাই দিয়া নহয়৷ উন্নত চিকিৎসা পদ্ধতিৰ সহায়ত নতুন কৈ আকৌ স্তন তৈয়াৰো পৰিব পাৰে৷ তৃতীয় পৰ্যায়ত ধৰা পৰিলে এই ক্ষেত্ৰত সুস্থতাৰ হাৰ যথেষ্ট বেছি৷

প্ৰতিকাৰৰ উপায়

১) পৰিয়ালৰ কোনোবা কৰ্কটত আক্ৰান্ত থাকিলে সতৰ্ক হৈ থাকক৷

২) ওজন সকলো সময়তে নিয়ন্ত্ৰণত ৰাখক৷

৩) স্তনৰ অস্বাভাৱিক কোনো পৰিবৰ্তন দেখিলেই সতৰ্ক হওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ
বিশ্ব

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

June 10, 2026
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন
ক্ৰীড়া

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

June 10, 2026
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে
ভাৰত

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

June 10, 2026
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা
ভাৰত

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

June 10, 2026 - Updated on June 11, 2026
Next Post
মহাকাশতেই ভাঙি পৰিল ৰুছ ছেটেলাইট! অনিশ্চয়তাত সুনীতা উইলিয়ামছৰ উভটনি যাত্ৰা, পৃথিৱীলৈ কেতিয়া আহিব সুনীতা?

মহাকাশতেই ভাঙি পৰিল ৰুছ ছেটেলাইট! অনিশ্চয়তাত সুনীতা উইলিয়ামছৰ উভটনি যাত্ৰা, পৃথিৱীলৈ কেতিয়া আহিব সুনীতা?

২৯ জুনৰ পৰা বক্ৰী গতিত শনি, ১৩৯ দিন প্ৰতিপদতে সফল হ’ব ৪ ৰাশি, বিপদত পৰিব কোন কোন?

২৯ জুনৰ পৰা বক্ৰী গতিত শনি, ১৩৯ দিন প্ৰতিপদতে সফল হ’ব ৪ ৰাশি, বিপদত পৰিব কোন কোন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.