• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

5 years ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

3 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

3 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

4 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

4 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

5 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

6 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

7 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

7 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

8 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

9 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

10 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

editor by editor
February 2, 2022
in অসম, বিশ্ব, ভাৰত
0
পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানত পুনৰ গুলীয়াই হত্যা কৰা হৈছে এগৰাকী হিন্দু ব্যৱসায়ীক৷ নিহত ব্যৱসায়ীজন চতন লাল বুলি প্ৰকাশ কৰিছে পাকিস্তানৰ সংবাদ পত্ৰসমূহে৷

পাকিস্তানৰ স্থানীয় সংবাদ পত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা সোমবাৰে দেশখনৰ সিন্ধু প্ৰদেশৰ ঘোটকী জিলাৰ দাহাৰ্কী চহৰৰ নিজা বাসভৱনৰ পৰা মাত্ৰ ২ কিলোমিটাৰৰ দূৰত্বত গুলীয়াই হত্যা কৰা হৈছে হিন্দু ব্যৱসায়ীগৰাকীক৷

অভিযোগ অনুসৰি দাহাৰ সম্প্ৰদায়ৰ এক উগ্ৰপন্থীৰ সদস্যই চতন লাল নামৰ হিন্দু ব্যৱসায়ীজনক গুলীয়াই হত্যা কৰে৷

উক্ত হত্যাকাণ্ডৰ পিছতে প্ৰদেশখনৰ হিন্দু লোকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ পাকিস্তানৰ সিন্ধু প্ৰদেশৰ আৰক্ষীয়ে দাহাৰ সম্প্ৰদায়ৰ নেতা অভিযুক্ত বাচল দাহাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত প্ৰতিবাদী লোকসকলে ৰাষ্ট্ৰীয় ঘাইপথটো মুকলি কৰি দিয়ে৷

ইফালে পাকিস্তানৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি দীৰ্ঘদিনৰ পৰা চতন লালক কট্টৰ দাহাৰ সম্প্ৰদায়ৰ উগ্ৰপন্থীয়ে মৃত্যুৰ ভাবুকি দি আহিছিল৷ কেইমাহমান পূৰ্বে ব্যৱসায়ীজনৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁ মৃত্যুৰ ভাবুকি লাভ কৰা বুলি দাবী কৰিছিল৷

‘‘তেওঁলোকে মোক হত্যাৰ কৰাৰ, মোৰ চুকু ঘুকুটি পেলোৱাৰ, মোৰ হাত ভৰি কাটি দিয়াৰ ভাবুকি দি আছে৷ তেওঁলোকে মোক পাকিস্তান এৰি যাবলৈও ভাবুকি দিছে৷ মই এই দেশৰ আৰু মই ইয়াতেই মৰিবলৈ পচন্দ কৰিম, তথাপিও মই আত্মসমৰ্পণ নকৰো৷’’ চতন লালে দাবী কৰা অনুসৰি সংগঠনটোৱে তেওঁৰ পৰা মাটি দাবী কৰি আহিছিল৷

নিহত ব্যৱসায়ীজনে এইদৰে কৈ পাকিস্তানৰ মুখ্য ন্যায়াধীশ আৰু কৰ্তৃপক্ষক ন্যায় প্ৰদানৰ লগতে নিৰাপত্তা দিবলৈও দাবী কৰি আহিছিল৷

উল্লেখ্য যে মাজে মাজে পাকিস্তানত ধৰ্মীয় সংখ্যালঘু হিচাপে হিন্দু লোকে অত্যাচাৰৰ সন্মুখীন হৈ আহিছে৷ যোৱা জানুৱাৰীৰ প্ৰথম ভাগতে সিন্ধু প্ৰদেশতে ৪৪ বছৰীয়া সুনীল কুমাৰ নামৰ অন্য এজন ব্যৱসায়ীকো হত্যা কৰা হৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamlive 24axom live 24hinndu killed in pakistanpakistan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ
বিবিধ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ

১৫ বছৰ কণিষ্ঠ পত্নীক বলপূৰ্বক অপ্ৰাকৃতিৰ যৌন উৎপীড়ন : পত্নীৰে দিলে আৰক্ষীক গোচৰ

প্ৰাক্তন প্ৰেমিক চলমানৰ সৈতেহে বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেণ্টাইন দে’ কেটৰিনাৰ!

প্ৰাক্তন প্ৰেমিক চলমানৰ সৈতেহে বৈবাহিক জীৱনৰ প্ৰথমটো ভেলেণ্টাইন দে’ কেটৰিনাৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.