‘নিৰুত্তাপ এই জীৱন, নিৰ্লজ্জ আশাত অন্ধ। ভগ্ন হৃদয় অজ্ঞাত ভয়ত আচ্ছন্ন। তথাপি সময়-শানিত তৰোৱালৰ চিকমিকনিত এতিয়াও জ্বলিছে এখন পৃথিৱী। দিকহাৰা হৃদয়ৰ আশ্ৰয়।’