• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

2 months ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

45 minutes ago
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

2 hours ago
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

3 hours ago
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

4 hours ago
প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

প্ৰেমিকক দিবলৈ হ’বলগীয়া স্বামীৰ পৰা ১ কোটি টকা লৈছিল ছিয়াই!

5 hours ago
দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

দাঁতৰ মাজত ফাঁক আছে নেকি?এয়া শুভ নে অশুভ সংকেত জানক

6 hours ago
স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

স্মৃতি নে পৰ্যটনৰ উন্মাদনা? কেতনৰ মৃত্যুৰ পিছত লোহাগড় দুৰ্গৰ ‘ছিয়া পইণ্ট’ত চেলফিৰ জোৱাৰ

7 hours ago
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে নহ’ব চিন্তিত, ঘৰুৱা সহজ পদ্ধতিৰে কৰক ঠিক

7 hours ago
দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

দুই বন্ধুৰ মাজত সংঘাত! নাৰীয়েই আছিল নেকি অন্যতম কাৰণ?

8 hours ago
স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

স্বামীৰ ওচৰত যাবলৈ অনীহা? এটা হীৰাই ঠিক কৰিব আপোনাৰ সম্পৰ্ক!

8 hours ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

9 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!

editor by editor
May 1, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
চাহে দূৰ কৰিব গেছৰ সমস্যা, মাত্ৰ সেৱন কৰক এইদৰে!
0
SHARES
461
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

Home Remedies For Gas: গ্ৰীষ্মকালত বহুতে খাদ্য খোৱাৰ লগে লগে গধুৰ বা পেট ফুলা অনুভৱ কৰে। এইটো কেৱল এটা সৰু সমস্যা নহয়, আপোনাৰ পাচনতন্ত্ৰ সঠিকভাৱে কাম নকৰাৰ লক্ষণ। আজিৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলী আৰু বাহিৰৰ খাদ্য খোৱাৰ ফলত আমাৰ পেটৰ ক্ষতি হ’ব পাৰে। কিন্তু চিন্তা নকৰিব, ইয়াৰ নিৰাময় আপোনাৰ পাকঘৰতে নিহিত হৈ আছে।

চফৰ চাহ কিয় বিশেষ?

আমি প্ৰায়ে চফক মুখ শুদ্ধি হিচাপে ব্যৱহাৰ কৰো, কিন্তু যেতিয়া ইয়াক চাহ হিচাপে সেৱন কৰা হয়, তেতিয়া ইয়াৰ সুফল বহুগুণে বৃদ্ধি পায়। দৈনিক একাপ চফৰ চাহে আপোনাৰ শৰীৰত কি কি প্ৰভাৱ পেলাব জানো আহক…

  1. পাচন- চফৰ চাহ খালে পেটৰ পেশীবোৰ শিথিল হৈ পৰে, গেছ, পেট ফুলা, বদহজম আদি মিনিটৰ ভিতৰতে নাইকিয়া হয়। যদি আপুনি খোৱাৰ পিছত গধুৰ অনুভৱ কৰে তেন্তে এই চাহে আপোনাক অধিক সহজে হজম কৰাত সহায় কৰিব পাৰে।
  2. চৰ্দি আৰু কাহ- চফৰ প্ৰাকৃতিক গুণ আছে যিয়ে শৰীৰৰ প্ৰদাহ কমায়। পৰিৱৰ্তিত বতৰত যদি ডিঙিৰ বিষ বা বুকুৰ টান হয়, তেন্তে চফৰ চাহ খালে আপোনাৰ বায়ুপথ পৰিষ্কাৰ হৈ তৎক্ষণাত সকাহ পোৱা যায়।
  3. মহিলাৰ সমস্যা- হৰম’নৰ ভাৰসাম্যহীনতা আজিকালি মহিলাৰ মাজত এক সাধাৰণ সমস্যা। চফত ফাইটোইষ্ট্ৰজেন থাকে, যিয়ে শৰীৰত হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। ঋতুস্ৰাৱৰ বিষৰ সমস্যা দূৰ কৰাত এই চাহ এক শক্তিশালী প্ৰতিকাৰ।
  4. শৰীৰৰ মলি- চফৰ চাহত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ই শৰীৰৰ ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু মানসিক চাপ কমায়। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্য উন্নত হোৱাই নহয়, ছালখনো জিলিকি উঠে।
  5. ভাল টোপনি- যদি আপুনি টোপনি অহাত অসুবিধা পায় বা অতি মানসিক চাপ অনুভৱ কৰে, তেন্তে শোৱাৰ পূৰ্বে চফৰ চাহ খাব লাগে। ই আপোনাৰ মনক শান্ত কৰে আৰু গভীৰভাৱে শুবলৈ সহায় কৰিব পাৰে।

কেনেকৈ চফৰ চাহ বনাব?

কেৱল এগিলাচ পানীত এচামুচ চফৰ গুটি দি উতলিবলৈ ল’ব। যেতিয়া পানী আধা কমি যায়, চফৰ ৰং নোহোৱা হৈ যায়, তেতিয়া চেকি লওক আৰু পান কৰক। ইচ্ছা কৰিলে অলপ মৌ দিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা
বিবিধ

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

June 30, 2026
ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?
বিশ্ব

ভয়ংকৰ ভৱিষ্যতৰ দিশে ইউৰোপ! কি কয় জলবায়ু বিশেষজ্ঞই?

June 30, 2026
শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?
জীৱনশৈলী

শুই থাকোঁতে মুখৰ পৰা লেলাৱতি ওলাই নেকি? জানক এয়া কিহৰ সংকেত?

June 30, 2026
আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম
জীৱনশৈলী

আৰ্থিক অসুবিধাৰ সন্মুখীন হৈ আছে নেকি? এই মাহৰ ভিতৰতে কৰক এইটো কাম

June 30, 2026
Next Post
সাৱধান নহ’লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

সাৱধান নহ'লে বিপদত পৰিব পাৰে পুৰুষৰো গু*প্তাংগ! মানি চলক এই নিয়ম

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ!

বাৰে বাৰে নাক খজুৱাই থাকে নেকি? হ'ব পাৰে কোনো ৰোগৰ লক্ষণ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.