• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
HONEYMOONত নকৰিব এইকেইটা কাম!  নহ’লে…

HONEYMOONত নকৰিব এইকেইটা কাম! নহ’লে…

4 years ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

1 hour ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

2 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

3 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

3 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

4 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

19 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

20 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

20 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

20 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

21 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

22 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

HONEYMOONত নকৰিব এইকেইটা কাম! নহ’লে…

editor by editor
November 22, 2022
in জীৱনশৈলী, বিনোদন, ভ্ৰমণ
0
HONEYMOONত নকৰিব এইকেইটা কাম!  নহ’লে…
0
SHARES
13.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ হনীমুন যিকোনো দম্পতীৰ বাবে এক বিশেষ সময়৷ এই দিনকেইটা দম্পতীয়ে জীৱনজোৰা স্মৃতি হিচাপে ৰাখে৷ বিয়াৰ পাছত এহাল দম্পতী একেলগে সময় কটাবলৈ হনীমুন যোৱাৰ পৰিকল্পনা বনাই৷ লগতে ফেমেলী প্লেনিং, বিভিন্ন ঠাই ভ্ৰমণৰ দিশ আদি সামৰি হনীমুন যায় দম্পতীয়ে৷ কিছুলোকে বিয়াৰ আগতেই প্লেন বনাই থয়, ক’ত যাম, কি খাম, কি কৰি ইত্যাদি৷ আৰু কিছু সংখ্যক দম্পতীয়ে বিয়াৰ পাছতহে যোৱাৰ আয়োজন কিম্বা পৰিকল্পনা বনাই৷ তেনেস্থলত কিছুমান ভুলৰ বাবে এই গোটেই হনীমুন ট্ৰিপটো অথলে যোৱাৰ সম্ভাৱনা থাকে৷ আজি আপোনালোকক জনাম হনীমুনত যাওতে কি কি কাম কৰিব নালাগে৷

বিয়াৰ ঠিক পাছতে HONEYMOONত নাযাব
মানৱ জীৱনত জন্ম-মৃত্যু-বিবাহ স্বাভাৱিক৷ বিবাহ নকৰো বুলি কৈ থাকিলেও কোনো সময়ত মান্তিও হৈ যাব পাৰে আপুনি৷ লগতে বিবাহ জীৱনত এবাৰে হয়৷ সকলো ধৰ্মৰ বেলেগ বেলেগ নীতি-ৰীতিৰে বিবাহ সম্পন্ন হয়৷ তেনে ক্ষেত্ৰত বিয়াৰ সপ্তাহটো বহুত ব্যস্ততাৰে পাৰ কৰে দৰা-কইনাহালে৷ তেনে ক্ষেত্ৰত ব্যস্ততাৰে ভৰা বিয়াৰ দিনবোৰ পাৰ কৰি তাত্ক্ষণিকভাৱে হনীমুন যোৱাতো অনুচিত৷ এনে অৱস্থাৰে হনীমুনত গ’লে গোটেই ট্ৰিপটোতে ভাগৰ-ভাগৰ লগাৰ সম্ভাৱনা থাকে৷ যাৰ ফলত হনীমুনৰ কালছোৱা ভালকৈ আনন্দৰে পাৰ কৰিব নোৱাৰে৷ বিয়া সমাপ্তৰ পাছত কমেও ৫-৬ দিন জিৰণি লোৱাৰ পিছতহে হনীমুন যোৱাৰ কথা ভাবিব লাগে৷

ঋতু নোচোৱাকৈ টিকট বুক কৰা
হনীমুনত সকলো দম্পতীয়ে বেলেগ বেলেগ ঠাইত যাবলৈ আগ্ৰহ কৰে৷ ঠাইখনৰ আকৰ্ষণীয় বস্তুসমূহ চাবলৈ আগ্ৰহ কৰে৷ তেনেস্থলত যোৱাৰ আগতে ঠাইখনৰ বতৰৰ সবিশেষ জানি থোৱা উচিত৷ বেয়া বতৰে ব্যাঘাত জন্মাব পাৰে গোটেই ট্ৰিপটোতে৷ আনকি হনীমুনৰ সময়ছোৱাত বেমাৰতো ভুগিব পাৰে আপুনি৷ সেইবাবে যোৱাৰ আগতে বা পৰিকল্পনা কৰাৰ আগতে ঠাইখনৰ বতৰৰ বিষয়ে সবিশেষ জানি থোৱা উচিত৷

স্বাস্থ্য নিৰ্দেশনা অনুসৰণ নকৰা
হনীমুনৰ ঠাই বাছনি কৰাৰ লগতে সেই ঠাইত সন্মুখীন হ’ব লগা সমস্যাখিনিৰ বিষয়েও জানি থ’ব৷ লগতে ভ্ৰমণ কৰাৰ আগতে এবাৰ শৰীৰটোৰ ভালদৰে চেক-আপ কৰি ল’ব৷ স্বাস্থ্যৰ প্ৰতি অলপো অৱহেলা নকৰিব। একো তথ্য নজনাকৈ যিকোনো ঠাইত গ’লে বেমাৰত ভোগাৰ সম্ভাৱনা থাকে৷ তেনে হ’লে গোটেই হনীমুন ট্ৰিপটো অথলে যোৱাৰ সম্ভাৱনা থাকে৷

হোটেলত বেছি সময় নাথাকিব
হনীমুন গ’ল বুলিয়েই গোটেই সময় হোটেলত নাথাকিব৷ ঠাইখনৰ চাৰিওফালে ফুৰা-চকা কৰিবলৈ ওলাই যাব৷ হনীমুন ট্ৰিপটো মধুৰ কৰি ৰাখিবলৈ বাহ্যিক পৰিৱেশসমূহৰো স্মৃতি ৰখা উচিত৷ গোটেই দিনটো হোটেলতে পাৰ কৰিলে ইটো-সিটো খোৱাৰ কথা মনত আহি থাকে৷ যাৰ ফলত অধিক টকা খৰচ হোৱাৰো সম্ভাৱনা থাকে৷ সেয়েহে বেছি সময় হোটেলত নাথাকি বাহিৰত ফুৰা-চকা কৰি আহিব পাৰে৷

বাজেটৰ ধ্যান ৰাখক
হনীমুনত যোৱা দম্পতীহালে ট্ৰিপটো সুমধুৰ কৰিবলৈ আগ-পিছ নাভাবি বহু অৰ্থ ব্যয় কৰা দেখা যায়৷ কিন্তু এইটো ভাল কথা নহয়৷ হনীমুনত বাজেটৰ প্ৰতি লক্ষ্য ৰাখি খৰচ কৰিব৷ অত্যধিক খৰচে আপোনাক সীমিত কাললৈ সুখ দিব সঁচা, কিন্তু আগন্তুক দিনত সমস্যাত পেলাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
Next Post
চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ৩৮ জন, আহত দুজন

চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ৩৮ জন, আহত দুজন

‘লাভ মেৰিজ’ৰ ৪ মাহ পাছত নিশা মহিলাক লগ কৰিবলৈ আহিল পুৰণি প্ৰেমিক৷ দেখিলে গাঁওবাসীয়ে, তাৰ পাছত…

‘লাভ মেৰিজ’ৰ ৪ মাহ পাছত নিশা মহিলাক লগ কৰিবলৈ আহিল পুৰণি প্ৰেমিক৷ দেখিলে গাঁওবাসীয়ে, তাৰ পাছত…

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.