• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ৩৮ জন, আহত দুজন

চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ৩৮ জন, আহত দুজন

4 years ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

6 minutes ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

35 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

2 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

3 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

4 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

4 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

5 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

7 hours ago
টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

টাইগাৰ শ্ৰফক গুলী কৰা তিনি অভিযুক্তক গ্ৰেপ্তাৰ, আক্ৰমণকাৰীসকলৰ এজন নাবালক

7 hours ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

20 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ৩৮ জন, আহত দুজন

editor by editor
November 23, 2022
in বিবিধ, বিশ্ব
0
চীনৰ কাপোৰ নিৰ্মাণ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, থিতাতে নিহত ৩৮ জন, আহত দুজন
0
SHARES
452
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সোমবাৰে মধ্য চীনৰ হেনান প্ৰদেশৰ এটা কাপোৰ নিৰ্মাণ কাৰখানাত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত কমেও ৩৮ জন লোক নিহত হোৱাৰ লগতে দুজন লোক আহত হয়।

হেনান প্ৰদেশৰ আনয়াং চহৰৰ ৱেনফেং জিলাত সংঘটিত হয় এই অগ্নিকাণ্ডটো। এটা কাপোৰ নিৰ্মাণ কাৰখানাত সংঘটিত অগ্নিকাণ্ডটো ইমানেই বৃহৎ আছিল যে জুই নুমাবলৈ অগ্নিনিৰ্বাপক বাহিনীক চাৰি ঘণ্টাতকৈও অধিক সময় লাগিছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে সোমবাৰে নিশা প্ৰায় ১১ বজাৰ পৰা জুই নুমাবলৈ চেষ্টা কৰি আছিল৷ জুই নিয়ন্ত্ৰণ কৰিবলৈ ৬৩ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু ২৪০ জন কৰ্মচাৰীৰ প্ৰয়োজন হৈছিল৷

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ৱেল্ডিঙৰ কাম কৰি থকাৰ সময়ত জু্ইৰ ফিৰিঙতি চিটিকি পৰিছিল কাষত থকা কাপোৰত৷ যাৰ ফলত অতি কম সময়তে জুইৰ প্ৰকোপ বাঢ়ি গৈছিল আৰু গোটেই কাৰখানাটোতেই বিয়পি পৰিছিল৷ এই অগ্নিকাণ্ডত ৩৮ জন লোক নিহত হয় আৰু দুজন লোক সন্ধানহীন হৈছিল৷ কিন্তু অৱশেষত দুয়োজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী প্ৰশাসন৷ উদ্ধাৰ কৰিয়েই আহত লোককেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷

চীনত এই অগ্নিকাণ্ডই প্ৰথম ঘটনা নহয়, ইয়াৰ আগতেও বহুবাৰ বিভিন্ন ঔদ্যোগিক অনুষ্ঠানত অগ্নিকাণ্ড সংঘটিত হৈছিল৷ স্থানীয় লোকে কাৰখানা কৰ্তৃপক্ষক নিয়ম অনুসৰি কাম নকৰা আৰু স্বাস্থ্য নিৰ্দেশনাক অৱহেলা কৰি কাম কৰা বুলি দোষাৰোপ কৰে৷

আনহাতে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে অগ্নিকাণ্ডত আহত দুজনৰ চিকিৎসাৰ বাবে যাৱতীয় প্ৰচেষ্টা চলাই থকা বুলি প্ৰকাশ কৰে চীনৰ সংবাদ মাধ্যমে৷ ঘটনাটোত জড়িত দোষীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে জি জিনপিঙে৷ আৰক্ষীয়ে তদন্তৰ বাবে কিছুমান সন্দেহজনক লোকক আটক কৰিছে।

২০১৫ চনৰ আগষ্টত হোৱা গুদাম বিস্ফোৰণৰ সাক্ষী হৈছিল চীনবাসী৷ তিয়ানজিন বন্দৰৰ এটা গুদামত বিস্ফোৰণৰ ফলত ১৭০ জনৰো অধিক লোক নিহত হৈছিল আৰু আহত হৈছিল প্ৰায় ৭০০ জন কৰ্মচাৰী৷ গুদামটোত বৃহৎ পৰিমাণৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ সংৰক্ষণ কৰা হৈছিল, কিছু কাৰিকৰী বিজুতিৰ ফলত বিস্ফোৰণ সংঘটিত হৈছিল গুদামঘৰটোত৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা
বাণিজ্য

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

October 19, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

October 19, 2026
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

October 19, 2026
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’
অসম

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

October 19, 2026
Next Post
‘লাভ মেৰিজ’ৰ ৪ মাহ পাছত নিশা মহিলাক লগ কৰিবলৈ আহিল পুৰণি প্ৰেমিক৷ দেখিলে গাঁওবাসীয়ে, তাৰ পাছত…

‘লাভ মেৰিজ’ৰ ৪ মাহ পাছত নিশা মহিলাক লগ কৰিবলৈ আহিল পুৰণি প্ৰেমিক৷ দেখিলে গাঁওবাসীয়ে, তাৰ পাছত…

সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?

সপ্তাহত ৫ কোটি দৰমহা লোৱা ৰোনাল্ড’ই খেলিব ৩৫০০ টকা দৰমহাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.