• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হনীমুন ইন শ্বিলং’, সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে

‘হনীমুন ইন শ্বিলং’, সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে

8 months ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

19 minutes ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

49 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

1 hour ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

2 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

2 hours ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

2 hours ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

3 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

4 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

4 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

4 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

5 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

‘হনীমুন ইন শ্বিলং’, সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে

editor by editor
July 29, 2025
in উত্তৰ-পূব, বিবিধ, ভাৰত
0
‘হনীমুন ইন শ্বিলং’, সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে
0
SHARES
573
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘হনীমুন ইন শ্বিলং’, সোনম ৰঘুবংশীৰ ঘটনা এতিয়া চিনেমাত দেখা পাব দৰ্শকে

হনীমুন মাৰ্ডাৰ হিচাপে সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা ৰাজা ৰঘুবংশী হত্যা কাণ্ড এতিয়া আহি আছে চিনেমাৰ ৰূপত। সোনম ৰঘুবংশীৰ এই সমস্ত ঘটনাৰ পৰিকল্পনা এতিয়া দেখা পাব চিনেমাত।

উত্তৰ প্ৰদেশৰ পৰা আহি উত্তৰপূৱৰ মনোমোহা স্থান শ্বিলঙত হনীমুনৰ সময়তে পূৰ্ব পৰিকল্পিত অনুসৰি সদ্য বিবাহিত হোৱাৰ পাছতো প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছিল স্বামী ৰাজা ৰঘুবংশীক।

এই ঘটনাৰ সমগ্ৰ দেশকো জোকাৰি গৈছিল। বিবাহ আৰু হনীমুনৰ পৰা বিশ্বাসেই উঠি গৈছিল মানুহৰ। কাৰণ বিবাহৰ সময়ত হাঁহি সকলো নিয়ম নীতি সমাপন কৰা সোনমে বিবাহৰ পাছতে পৰিকল্পনা কৰিছিল শ্বিলং হনীমুনৰ , আৰু সেই হনীমুনতেই প্ৰাণে মাৰি পেলাইছিল স্বামী ৰাজাক।

প্ৰেমিক ৰাজ কুশৱাহৰ সৈতে মিলি বিবাহৰ পূৰ্বেই পৰিকল্পনা কৰিছিল এই হত্যা কাণ্ডৰ। সেই পৰিকল্পনা অনুসৰিয়েই শ্বিলঙৰ জনশূণ্য স্থানলৈ গৈ সংগী ৪ জনকো মাতি হানি খুচি পাহাৰৰ পৰা পেলাই দি প্ৰাণ কাঢ়ে ৰাজা ৰঘুবংশীৰ।

স্বামী হত্যাৰ পাছত নিজেও ইন্দোৰলৈ গৈ আত্মগোপন কৰি থাকে। শেষত অভিনয় কৰি কোনোবাই অপহৰণ কৰি নিয়া বুলি সমুখলৈ আহে। কিন্তু সাৰি যায় ক’ত। মেঘালয় আৰক্ষীয়ে লগে লগে আটক কৰি মাৰাথান জেৰা চলোৱাৰ অন্তত সকলো সৈ কাঢ়ে সোনমৰ লগতে প্ৰেমিক ৰাজ কুশৱাহে। তেতিয়াই ওলাই পৰে সোনমৰ ক্ৰুৰ মানসিকতা।

এই সমস্ত ঘটনাৰ ওপৰতেই মুম্বাই ফিল্ম ডাইৰেক্টৰ এস পি নিম্বাৱতে চিনেমা নিৰ্মাণ কৰিবলৈ গৈ আছে। চিনেমাখনৰ নামো ৰাখিছে ‘হনীমুন ইন শ্বিলং’। চিনেমা খনৰ দৃশ্যগ্ৰহণ ইন্দোৰ আৰু মেঘালয়তে কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FilmHoneymoon In ShillongRaja Raghubanchi CaseRaja RaghubanshiSonam Raghubanchi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?
জীৱনশৈলী

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

March 31, 2026
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
Next Post
১৩ ছেপ্টেম্বৰলৈ সাৱধানে থাকক এই ৫ ৰাশিৰ লোক, হ’ব পাৰে কিছু ক্ষতি

১৩ ছেপ্টেম্বৰলৈ সাৱধানে থাকক এই ৫ ৰাশিৰ লোক, হ'ব পাৰে কিছু ক্ষতি

সৰ্বাৰ্থ সিদ্ধি যোগত সিদ্ধিদাতাৰ কৃপা, বুধবাৰে আৰ্থিকভাৱে সচ্ছল হ’ব এই ৫ ৰাশি

সৰ্বাৰ্থ সিদ্ধি যোগত সিদ্ধিদাতাৰ কৃপা, বুধবাৰে আৰ্থিকভাৱে সচ্ছল হ'ব এই ৫ ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.