মেঘ— সামাজিক কামত সুনাম বৃদ্ধি৷ উচ্চ বিদ্যাত যত্ন কৰক৷ চুটি ভ্ৰমণৰ যোগ৷ প্ৰেমত শুভ৷ শুভ ৰং নীলা, সংখ্যা ৮
বৃষ— পাৰিবাৰিক দায়বদ্ধতা বৃদ্ধি পাব৷ দিনটোত মনৰ কোনো আশা পূৰ্ণ হ’ব৷ পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখক৷ শুভ ৰং হালধীয়া, সংখ্যা ৬
মিথুন— আপোনলোকে প্ৰতাৰণা কৰিব৷ লৌহ ব্যৱসায়ত ধন বিনিয়োগ কৰিব পাৰে৷ ভ্ৰমণ হ’ব পাৰে৷ শুভ ৰং ক’লা, সংখ্যা ৬
কৰ্কট— দাম্পত্য আৰু প্ৰেমত মধ্যম৷ আজি অলপ ক’লা তিল পানীত বিসৰ্জন দিব৷ শুভ ৰং হালধীয়া, সংখ্যা ২
সিংহ— নিবনুৱাৰ শুভ৷ ঘৰত আলহীৰ আগমন৷ প্ৰেমত গতানুগতিক৷ বিদ্যাত শুভ৷ চুটি ভ্ৰমণ হ’ব পাৰে৷ শুভ ৰং মেৰুণ, সংখ্যা ৮
কন্যা— পাৰিবাৰিক অশান্তি বৃদ্ধি পাব৷ সতৰ্ক থাকক৷ সন্তানৰ শুভ৷ বিদ্যাৰ্থীয়ে ভবামতে ফল নাপাব৷ প্ৰেমত শুভ৷ শুভ ৰং আকাশী নীলা, সংখ্যা ১
তুলা— কৰ্ম দায়িত্ব বৃদ্ধি পাব৷ বিদ্যাত মধ্যম৷ স্বাস্থ্যৰ প্ৰতি যত্ন লওক৷ প্ৰেমত শুভ৷ শুভ ৰং সোণালী, সংখ্যা ৯
বৃশ্চিক— প্ৰেম আৰু দাম্পত্যত ভাল বুলি ক’ব পৰা যায়৷ এডাল তুলসীৰ মালা গুৰুজনাক দান কৰিব৷ ৰঙা কাপোৰ পৰিধান কৰিব৷ শুভ সংখ্যা ৭
ধনু— ধনাগম বৃদ্ধি পাব৷ যান-বাহন ক্ৰয় কৰিব পাৰে৷ বিবাহৰ যোগ৷ শুভ ৰং সেউজীয়া, সংখ্যা ২
মকৰ— আপোনাৰ দুৰ্বলতাৰ বাবে অইন লোকে কথা শুনাব৷ বিবাহৰ যোগ৷ বিদ্যাৰ্থীৰ কাৰণে দিনটো ভাল৷ শুভ ৰং বগা, সংখ্যা ৮
কুম্ভ— ব্যৱসায়ত ভাল৷ নতুন কাম হাতত ল’ব পাৰে৷ যান-বাহনৰ পৰা সাৱধান৷ পাবলগীয়া ধন ঘূৰাই পাব৷ শুভ ৰং মেৰুণ, সংখ্যা ৮
মীন— পাৰিবাৰিক অশান্তি বৃদ্ধি৷ সতৰ্ক থাকক৷ কৰ্মত ব্যস্ততা দেখা যায়৷ সন্তানৰ ভাল৷ প্ৰেমত অশুভ৷ হালধীয়া ৰং শুভ, শুভ সংখ্যা ৩
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ