মেঘ— আনৰ প্ৰতি আঁকোৰগোজ ভাব হ’ব পাৰে, কৰ্মব্যস্ততা বৃদ্ধি, প্ৰেমত শুভ, সম্পদ লাভ, শুভ ৰং- মাখন, শুভ সংখ্যা- ২
বৃষ— খৰচ বৃদ্ধি, ভ্ৰমণত শুভ, বন্ধুৰ পৰা উপকৃত হ’ব, সুস্থিৰ চিন্তাৰে সমস্যা সমাধান, শুভ ৰং- নীলা, শুভ সংখ্যা- ৮
মিথুন— ব্যৱসায়-বাণিজ্যত শুভ, বিদ্যাত শুভ, শিক্ষাবিদ-ৰাজনীতিবিদসকলৰ ব্যস্ততা বৃদ্ধি, শুভ ৰং- বগা, শুভ সংখ্যা- ৬
SEE MORE: ‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’
কৰ্কট— কাৰ্যসিদ্ধিৰ যুগ, পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, বন্ধুৰ পৰা উৎসাহ পাব, শিৱ মন্দিৰ দৰ্শন কৰিব, শুভ ৰং- হালধীয়া, শুভ সংখ্যা- ৫
সিংহ— শিৱ মন্দিৰ দৰ্শন কৰিব, কাৰ্যসিদ্ধি, ভ্ৰমণ সোঁ-ফালে কৰিব, পৰিশ্ৰমৰ উপযুক্ত মৰ্যাদা পাব, শুভ ৰং- নীলা, শুভ সংখ্যা- ২
কন্যা— কৰ্মত নিষ্ঠা-সততা-দক্ষতা প্ৰকাশ পাব, প্ৰেমত মধ্যম, আনক অন্যায় নকৰিব, ভ্ৰমণত শুভ, শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা- ১
SEE MORE: অন্তৰংগ মুহূৰ্তত ক্ষুদ্ধ প্ৰেমিকাই গুপ্তাংগ কাটি শিৰচ্ছেদ কৰি হত্যা কৰিলে প্ৰেমিকক
তুলা— জ্ঞানী লোকৰ সান্নিধ্য পাব, বেল গছৰ তলত চাকি জ্বলাওক, ব্যৱসায়ত উন্নতি, শুভ ৰং- ক্ৰীম, শুভ সংখ্যা- ৭
বৃশ্চিক— কাৰ্যসিদ্ধিত আন প্ৰভাৱ পৰিব পাৰে, পানীৰ পৰা ভয়, শিক্ষাবিদ লেখিকা আদিৰ কৰ্মব্যস্ততা বৃদ্ধি, শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৪
ধনু— কৰ্মস্থানত কিছু জটিলতা হ’ব পাৰে, পৰিবেশৰ লগত মিলাই কাম কৰক, হুৰমূৰকৈ কাম নকৰিব, শুভ ৰং- বগা, শুভ সংখ্যা- ২
মকৰ— শিং থকা জন্তুৰ পৰা সাৱধান হওক, প্ৰেমত মধ্যম, সংঘাত আঁতৰিব, কৰ্মত শুভ, বন্ধুৰ পৰা উৎসাহিত হ’ব, শুভ ৰং- সোণালী, শুভ সংখ্যা- ৯
কুম্ভ— শাৰীৰিক আৰু মানসিক শান্তি লাভ, জেদভাব মনলৈ নানিব, কৰ্মস্থান মধ্যম, ক’লা গৰুক ৰুটি খুৱাব, শুভ ৰং- সেউজীয়া, শুভ সংখ্যা- ৩
মীন— আনৰ প্ৰতি উদাৰতা প্ৰকাশ, কৰ্তব্যৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি, প্ৰদূষণৰ পৰা কষ্ট পাব, শিৱ মন্দিৰ দৰ্শন কৰক, শুভ ৰং- ৰঙা, শুভ সংখ্যা- ৪
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ