• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইউক্ৰেইনত ভয়ংকৰ পৰিস্থিতি : আক্ৰমণত ছাৰখাৰ ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প

4 years ago
8th Pay Commission: প্ৰতিৰক্ষা কৰ্মচাৰীয়ে পালে ডাঙৰ নিশ্চয়তা, অৱসৰৰ সময়লৈকে পাব নেকি কেন্দ্ৰীয় কৰ্মচাৰীৰ মৰ্যাদা?

5 minutes ago
মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?

2 hours ago
কথা দিছিল, কথা ৰাখিলে অক্ষয় কুমাৰে! কাশ্মীৰৰ চৰকাৰী বিদ্যালয়লৈ ১ কোটিৰ অনুদান অভিনেতা অক্ষয়ৰ

প্ৰতি ঘণ্টাত আয় ৭৪০০ টকা! মহিলাৰ পেছা শুনিলে চমকি উঠিব আপুনি

3 hours ago
কেদাৰনাথ ধাম কোনে কেতিয়া নিৰ্মাণ কৰিছিল? কেদাৰনাথক ভোলানাথৰ বাসস্থান বুলি কিয় কোৱা হয়?

4 hours ago
ডাইন’ছৰতকৈ পুৰণি, জীয়াই থকাৰ অদ্ভুত ক্ষমতা, পঁইতাচোৰা সম্পৰ্কে জানি থওক ১০টা নজনা তথ্য

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

5 hours ago
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

মাত্ৰ ৫০ বছৰ বয়সৰ ভিতৰতেই ২ কোটি টকাৰ মালিক হোৱাৰ সপোন দেখিছে? যদি ৩০ বছৰ বয়স হয় তেন্তে কিমান টকাৰ SIP কৰিব?

6 hours ago
গজকেশৰী আৰু বুধাদিত্য যোগৰ ডাবল ধামাকা, আজিৰ পৰাই ৫ৰাশিৰ কেৰিয়াৰত উন্নতি, অৰ্থকষ্ট শেষ হ’ব কাৰ কাৰ?

জুন মাহত ৫গ্ৰহৰ অৱস্থান সলনিত গঠিত হ’ব ৩টাকৈ ৰাজযোগ, সলনি হ’ব এই ৪ৰাশিৰ জীৱন

7 hours ago
এটা ভাৱনাৰ পৰা সপোন আৰু সপোনৰ পৰা বাস্তৱ, এয়াতো আপোনাৰ আৰম্ভণিহে মুখ্যমন্ত্ৰী বিজয়, বিজয়ৰ হাতত বিশেষ নম্বৰপ্লেট তুলি কি ক’লে ভেংকট প্ৰভূৱে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ইউক্ৰেইনত ভয়ংকৰ পৰিস্থিতি : আক্ৰমণত ছাৰখাৰ ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প

editor by editor
March 4, 2022
in বিশ্ব, ৰাজনীতি
0
ইউক্ৰেইনত ভয়ংকৰ পৰিস্থিতি : আক্ৰমণত ছাৰখাৰ ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প
0
SHARES
239
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ আক্ৰমণত ক্ৰমশঃ বিধ্বস্ত হৈ পৰিছে যুদ্ধ বিধ্বস্ত ইউক্ৰেইন৷ ইতিমধ্যে ৰাছিয়ান বাহিনীৰ আক্ৰমণে নৱম দিনত প্ৰৱেশ কৰাৰ দিনাই জ্বলি ছাৰখাৰ হৈছে ইউৰোপ মহাদেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প৷

এই কথা সদৰী কৰিছে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দিমিট্ৰো কুলেবাই৷ মন্ত্ৰী কুলেবাই ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ সৰ্ববৃহৎ উক্ত পাৰমাণৱিক শক্তি প্ৰকল্পটো জ্বলি উঠিছে বুলি প্ৰকাশ কৰিছে৷

ইয়াৰ ফলত দেশখনত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি আশংকা কৰিছে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে৷

লগতে পঢ়ক যুদ্ধৰ বিৰল দৃশ্য; আক্ৰমণকাৰী ৰাছিয়ান সৈন্যক এইদৰে কি কৰিছে কিশোৰী ইক্ৰেইনীয়ানে?

ৰাছিয়ান সৈন্যৰ আক্ৰমণত প্ৰকল্পটোৰ এটা উৎপাদন অংশ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে একাংশত আগ্নিকাণ্ডৰ সংঘটিত হোৱা বুলি ইউক্ৰেইনৰ শক্তি মন্ত্ৰালয়ে নিশ্চিত কৰিছে৷

অৱশ্যে আক্ৰমণৰ ফলত এতিয়াও প্ৰকল্পটোৰ পৃষ্ঠভূমি ক্ষতিগ্ৰস্ত হোৱা নাই৷ সংবাদ সংস্থা RIAৰ আগত প্ৰকল্পটোৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা অনুসৰি বিকিৰণৰ পৃষ্ঠভূমিৰ স্তৰ একেই আছে৷

ৰাছিয়ান বাহিনীয়ে জাপোৰিজজিয়া এনপিপিৰ পাৰমাণৱিক শক্তি প্ৰকল্পটো ধ্বংস কৰিবলৈ সকলোফালৰ পৰাই গুলীবৰ্ষণ কৰিছিল বুলিও প্ৰকাশ কৰিছে মন্ত্ৰী কুলেবাই৷

লগতে পঢ়ক নিজৰ মাজতেই গুলীয়াগুলী, ঘুচিয়াঘুচি ৰাছিয়ান সেনাৰ! কিয় লাগিছে এই কন্দল? 

“ইতিমধ্যে প্ৰকল্পটোত অগ্নিকাণ্ড সংঘটিত হৈছে। ৰাছিয়ানসকলে অতি শীঘ্ৰেই আক্ৰমণ বন্ধ কৰিব লাগিব। অগ্নিনিৰ্বাপক বাহিনীক অগ্নি নিৰ্বাপনৰ বাবে অনুমতি দিব লাগিব৷ সুৰক্ষা ক্ষেত্ৰ স্থাপন কৰিব লাগিব!” মন্ত্ৰী কুলেবাই টুইটত কয়।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese Mews CBest News Portal in AssamRussia Ukraine invasionthe best news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহাদেৱৰ ১২ ট জ্যোতিৰ্লিংগ! কোন শিৱক্ষেত্ৰ দৰ্শন কৰিলে কি বিশেষ ফল পাব ভক্তই?
জীৱনশৈলী

May 22, 2026
বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?
জীৱনশৈলী

বকেয়া কাম দ্ৰুত শেষ কৰক, মন্ত্ৰিপৰিষদৰ বৈঠকত দেশৰ ভৱিষ্যতক লৈ কি কি সিদ্ধান্ত? মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতি, কি হ’ব পাৰে দেশৰ ভৱিষ্যত?

May 22, 2026
বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?
জীৱনশৈলী

বিবাহ বিচ্ছেদৰ পাছত স্বামীৰ কি কি সম্পত্তিৰ দাবী কৰিব নোৱাৰে মহিলাই? কি আছে আইনত?

May 22, 2026
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

Next Post
বিতৰ্কৰ কুইন ৰাখী সাৱন্তৰ সকীয়নি ৰাছিয়াক, ‘যুদ্ধ বন্ধ কৰক নহ’লে…’ কি ক’লে ৰাখীয়ে?

পাকিস্তানৰ মছজিদত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৩০, আহত ৫০ৰো অধিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন