• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিতৰ্কৰ কুইন ৰাখী সাৱন্তৰ সকীয়নি ৰাছিয়াক, ‘যুদ্ধ বন্ধ কৰক নহ’লে…’ কি ক’লে ৰাখীয়ে?

বিতৰ্কৰ কুইন ৰাখী সাৱন্তৰ সকীয়নি ৰাছিয়াক, ‘যুদ্ধ বন্ধ কৰক নহ’লে…’ কি ক’লে ৰাখীয়ে?

4 years ago
এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

এই ৫ ৰাশিৰ লোক হওঁক সাৱধান! আহি আছে বিভিন্ন প্ৰত্যাহ্বান

35 minutes ago
খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

1 hour ago
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

3 hours ago
কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

কিছুমান মানুহক মহে কিয় বেছিকৈ কামোৰে?

4 hours ago
দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

দৈনিক খাদ্য তালিকাত ৰাখক দেশী বুট

4 hours ago
পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

পিঁয়াজ কটাৰ সময়ত চকুপানী কমাবলৈ কি কৰিব?

5 hours ago
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

6 hours ago
আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

আগন্তুক ২৪ ঘণ্টা আপোনাৰ কেনে যাব?

7 hours ago
মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

মধুমেহে কেনেদৰে যৌ*ন স্বাস্থ্যত প্ৰভাৱ পেলায়?

19 hours ago
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

20 hours ago
আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

আহি আছে মহালক্ষ্মী ৰাজযোগ, এই ৩ ৰাশিৰ আৰম্ভ হব শুভ সময়

21 hours ago
ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

ছানী দেউল আৰু ববী দেউলৰ সৈতে হেমা মালিনীৰ সম্পৰ্ক কেনে?

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

বিতৰ্কৰ কুইন ৰাখী সাৱন্তৰ সকীয়নি ৰাছিয়াক, ‘যুদ্ধ বন্ধ কৰক নহ’লে…’ কি ক’লে ৰাখীয়ে?

editor by editor
March 4, 2022
in বিনোদন, বিশ্ব, ভাৰত
0
বিতৰ্কৰ কুইন ৰাখী সাৱন্তৰ সকীয়নি ৰাছিয়াক, ‘যুদ্ধ বন্ধ কৰক নহ’লে…’ কি ক’লে ৰাখীয়ে?
0
SHARES
443
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইটেম গাৰ্ল ৰাখী সাৱন্ত৷ বলিউদৰ এগৰাকী বিতৰ্কৰ কুইন৷ পেচাগত কাৰণতকৈ বিতৰ্কৰ বাবেই সৰ্বাধিক চৰ্চা থাকে এই ৰাখী সাৱন্তে৷

জিমলৈ ছুটি কাপোৰা পিন্ধি গৈ সততে বিতৰ্কৰ সৃষ্টি কৰি অহা ৰাখী সাৱন্তে বিতৰ্কিত মন্তব্য কৰি নিজকে লাইমলাইটত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰি আহিছে৷

এইবাৰ ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ সময়তো এইগৰাকী ৰাখী সাৱন্তে পুনৰ চৰ্চাত আহিবলৈ কৰিছে অতি তৰল মন্তব্য৷

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : দুয়োকুল ৰক্ষা কৰিবলৈ গৈ সংকটত ভাৰত!

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ কৰাৰ সন্দৰ্ভত মন্তব্য কৰি ৰাখী সাৱন্তে কয়, ‘ৰাছিয়াই যুদ্ধ বন্ধ কৰক৷’ ইয়াৰলৈকে সকলো ঠিকেই আছিল৷ কিন্তু ইয়াৰ পিছতে নিজৰ পুৰণি বেমাৰটো উক দিলে ৰাখী সাৱন্তৰ৷ ইয়াৰ পিছত ক’লে ৰাছিয়াই যুদ্ধ বন্ধ নকৰিলে তেওঁ হেলিকপ্টাৰেৰে গৈ ৰাছিয়াৰ ওপৰ গেছ চিলিণ্ডাৰ নিক্ষেপ কৰিব৷

‘‘ৰাছিয়াই যুদ্ধ বন্ধ নকৰিলে মই গৈ ৰাছিয়াৰ ওপৰত এলপিজি চিলিণ্ডিৰা পেলাই দিম৷’’ ৰাখী সাৱন্তই কয়৷

ইফালে কিছুদিনৰ পূৰ্বে প্ৰাক্তন স্বামী ৰীটেশ সিঙে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সম্বন্ধীয়া ৰাখীৰ এটা পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ যিটোত ৰাখীয়ে ইউক্ৰেইনৰ সেনাক সতৰ্ক কৰি দিছিল৷

লগতে পঢ়ক ‘ইউক্ৰেইনৰ প্ৰতিখন চহৰৰ ধ্বংস কৰাৰ মূল্য পৰিশোধ কৰিব লাগিব ৰাছিয়াই’

‘‘মৰমৰ ইউক্ৰেইনৰ সেনা, যদি তোমালোকে ভাৰতীয় শিক্ষাৰ্থী আৰু ভাৰতীয়সকলৰ ক্ষতি কৰা তোমালোকৰ পৰিমাণ ভয়াৱহ হ’ব৷ এয়া কেৱল সকীয়নিয়ে নহয়৷ আৰু মই ইউক্ৰেইনৰ সকলো কৰ্মচাৰীকে বেলজিয়ামলৈ স্থানান্তৰ কৰিবলৈও নিৰ্দেশ দিছিলো৷ এতিয়া মই এই নিৰ্দেশ বাতিল কৰিছো৷ কাৰণ তোমালোকে মোৰ মানুহক হাৰাশাস্তি কৰিছা, মই তোমালোকক সমৰ্থন কৰিব নোৱাৰো৷ ধন্যবাদ, জয় হিন্দ৷’’

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest assamese news portal of assamBest News Portal in Assamrakhi sawantRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?
বিশ্ব

খামেনেইৰ জানাজা সম্পন্ন হোৱা Imam Reza Shrineৰ মহত্ব কিমান?

July 9, 2026
ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?
বিশ্ব

ট্ৰাম্পৰ হুংকাৰৰ মূল্য কিমান? আমেৰিকা-ইৰানৰ বাবে বুজাবুজিৰ বিকল্প আছেনে?

July 9, 2026
হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ
বিনোদন

হাজাৰ হাজাৰ কোটি টকাৰ বিত্তীয় লেনদেন আৰ্জেণ্টিনা ফুটবল এছ’চিয়েশ্যনৰ

July 9, 2026
কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা
বিবিধ

কৰ্মচাৰীসকলৰ বাবে সুখবৰ! এই মাহৰ পৰাই বৃদ্ধি পাব দৰমহা

July 8, 2026
Next Post
পাকিস্তানৰ মছজিদত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৩০, আহত ৫০ৰো অধিক

পাকিস্তানৰ মছজিদত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৩০, আহত ৫০ৰো অধিক

অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান

অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.