• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান

অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান

4 years ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

16 minutes ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

60 minutes ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

2 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

2 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

3 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

4 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

5 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

5 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

21 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

21 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

22 hours ago
ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, শীঘ্ৰে হ’ব মালামাল!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান

editor by editor
March 4, 2022
in বাণিজ্য, ভাৰত
0
অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান
0
SHARES
58
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ মুখ্য কাৰ্যবাহী বিষয়াৰূপে নিযুক্তি প্ৰদান কৰা হৈছে৷ শুকুৰবাৰে প্ৰতিষ্ঠানটোৱে এই ঘোষণা কৰিছে৷

প্ৰতিষ্ঠানটোৱে লগতে জনাইছে যে কাপুৰে অহা ৪ এপ্ৰিলত জেট এয়াৰৱেজৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰিব৷

সঞ্জীৱ কাপুৰে বৰ্তমান অ’বেৰয় হোটেল এণ্ড ৰিজ’ৰ্টৰ অধ্যক্ষৰ দায়িত্ব আছে৷ তেওঁ অ’বেৰয় গোটত যোগদান কৰাৰ পূৰ্বে ভিষ্টাৰাৰ মুখ্য ৰণনীতি আৰু বাণিজ্যিক বিষয়া আছিল৷ উক্ত প্ৰতিষ্ঠানটোত তেওঁ ৰণনীতি, বিপণন, নেটৱৰ্ক পৰিকল্পনা আৰু অন্যান্য কাৰ্যকলাপবোৰ তদাৰক কৰিছিল।

লগতে পঢ়ক বিতৰ্কৰ কুইন ৰাখী সাৱন্তৰ সকীয়নি ৰাছিয়াক, ‘যুদ্ধ বন্ধ কৰক নহ’লে…’ কি ক’লে ৰাখীয়ে?

২০১৪-১৫ বৰ্ষত কাপুৰে স্পাইচজেটক ইয়াৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নেতৃত্ব দি প্ৰতিষ্ঠানটোৰ অভিনৱ মূল্য নিৰ্ধাৰণ কৰি বিপণন ৰণনীতি ৰূপায়ণ কৰিছিল। এই সময়ছোৱাতে বিমান সংস্থাটোৱে বৰ্ধিত ইন্ধনৰ মূল্যৰ বাবে বিত্তীয় সংকটৰ সন্মুখীন হৈ মালিকীস্বত্ব হস্তান্তৰ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছতে ২০১৬ চনত সঞ্জীৱ কাপুৰে স্পাইচজেট এৰিছিল।

ইফালে যোৱা মাহত কনচৰ্টিয়ামে শ্ৰীলংকাএয়াৰলাইনছৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া বিপুল গুণটিলেকাক জেটৰ মুখ্য বিত্তীয় বিষয়া হিচাপে নিযুক্তি দিছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest assamese news portal of assamBest News Portal in AssamJet AirwaysSanjib Kapoor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!
বাণিজ্য

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

May 2, 2026
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত
ভাৰত

বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

May 1, 2026
১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
বাণিজ্য

১ মে’ৰ পৰা সলনি LPG ৰ পৰা আৰম্ভ কৰি বহুকেইটা নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

May 1, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
Next Post
কৰ্মচাৰীৰ বাবে সুখবৰ! পেঞ্চনৰ লগতে অৱসৰৰ বয়স বৃদ্ধি কৰিব চৰকাৰে!

কৰ্মচাৰীৰ বাবে সুখবৰ! পেঞ্চনৰ লগতে অৱসৰৰ বয়স বৃদ্ধি কৰিব চৰকাৰে!

বিল গেটছৰ গালত প্ৰাক্তন পত্নী মেলিন্দা ফ্ৰেন্স গেটছৰ পুনৰ প্ৰচণ্ড চৰ! কিয় হৈছিল বিচ্ছেদ?

বিল গেটছৰ গালত প্ৰাক্তন পত্নী মেলিন্দা ফ্ৰেন্স গেটছৰ পুনৰ প্ৰচণ্ড চৰ! কিয় হৈছিল বিচ্ছেদ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.