• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্মচাৰীৰ বাবে সুখবৰ! পেঞ্চনৰ লগতে অৱসৰৰ বয়স বৃদ্ধি কৰিব চৰকাৰে!

কৰ্মচাৰীৰ বাবে সুখবৰ! পেঞ্চনৰ লগতে অৱসৰৰ বয়স বৃদ্ধি কৰিব চৰকাৰে!

4 years ago
আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

18 minutes ago
বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

বিশ্বকাপ ফুটবল ২০২৬ৰ পৰা FIFAই কিমান টকা সংগ্ৰহ কৰিব জানেনে?

58 minutes ago
বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

বন্ধ হ’ব নেকি ভাৰতীয় ঐতিহ্য বহন কৰা লণ্ডনৰ ১০০ বছৰীয়া ৰেষ্টুৰেণ্ট বীৰাস্বামী?

3 hours ago
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

4 hours ago
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

5 hours ago
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

6 hours ago
ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

ৰিক্সাচালকৰ পৰা ৯০০ কোটি টকাৰ সাম্ৰাজ্যলৈ, ব্যৱসায় কৰিম বুলি ভবাসকলে পঢ়ক এই কাহিনী

6 hours ago
এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

এইবাৰ ইজৰাইলক ধমক ট্ৰাম্পৰ ‘মই নাথাকিলে ইজৰাইলো নাথাকিলহেঁতেন’

7 hours ago
‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

‘ছোৱালী হৈ ল’ৰাৰ খেলত!’ কণ্টকময় পথেৰে কেনেকৈ ফিফা বিশ্বকাপত মহিলা ফটো সাংবাদিক হিচাপে দপদপাইছে গীতিকাই?

8 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

অলংকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? হোৰাহোৰা কমিছে সোণ-ৰূপৰ মূল্য!

9 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

9 hours ago
ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

ওঁঠৰ কঁপনি আৰু বুকুৰ ধপধপনি কৰিশ্মাৰ, গোবিন্দৰ সৈতে শ্বুটিঙত ঘটে অদ্ভুত ঘটনা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, June 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কৰ্মচাৰীৰ বাবে সুখবৰ! পেঞ্চনৰ লগতে অৱসৰৰ বয়স বৃদ্ধি কৰিব চৰকাৰে!

editor by editor
March 4, 2022
in অসম, ভাৰত
0
কৰ্মচাৰীৰ বাবে সুখবৰ! পেঞ্চনৰ লগতে অৱসৰৰ বয়স বৃদ্ধি কৰিব চৰকাৰে!
0
SHARES
949
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি শীঘ্ৰেই চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব পাৰে এটা অতি ভাল খবৰ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ কৰ্মচাৰীসকলৰ অৱসৰ বয়সৰ সীমা বৃদ্ধি কৰাৰ বাবে চিন্তা চৰ্চা কৰিছে৷

ইমানেই নহয় কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পেঞ্চনৰ ধনো বৃদ্ধিৰ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷

ইতিমধ্যে প্ৰধানমন্ত্ৰী বিত্তীয় পৰামৰ্শ দাতা সমিতিয়ে এক সাৰ্বজনীন পেঞ্চন ব্যৱস্থাৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰিছে৷

লগতে পঢ়ক অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান

এই প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰ বয়স বৃদ্ধি আৰু পেঞ্চনৰ ধন বৃদ্ধিৰ প্ৰস্তাৱ আছে৷ ইয়াৰ পৰীক্ষণ চলি আছেও বুলি জানিব পৰা গৈছে৷

সমিতিৰ প্ৰতিবেদনত প্ৰতিজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক প্ৰতি মাহে কমেও ২ হাজাৰ টকাৰ পেঞ্চন দিয়াৰ লগতে জ্যেষ্ঠ নাগৰিকৰ বাবে সুৰক্ষিত বিত্তীয় সাহায্য প্ৰস্তুত কৰাৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে।

প্ৰতিবেদনত কোৱা হৈছে যে কৰ্মচাৰীসকলৰ কৰ্মবয়স বৃদ্ধি কৰাৰ লগতে সামাজিক চাপ হ্ৰাস নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা ল’ব লাগে। আনকি ৫০ বছৰৰ উৰ্ধৰ বয়সৰ লোকসকলে তেওঁলোকৰ দক্ষতাও বৃদ্ধি কৰিব পাৰে।

লগতে পঢ়ক বিতৰ্কৰ কুইন ৰাখী সাৱন্তৰ সকীয়নি ৰাছিয়াক, ‘যুদ্ধ বন্ধ কৰক নহ’লে…’ কি ক’লে ৰাখীয়ে?

ইফালে প্ৰধানমন্ত্ৰীৰ বিত্তীয় উপদেষ্টাৰ নিযুক্তিৰ বয়স বৃদ্ধিৰ সৈতে সাৰ্বজনীন পেঞ্চনৰ বিষয়টো কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in Assamcentral govt employeesGovt employeesthe best news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!
বিনোদন

আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ২৬ ৰান কৰিও কোহলিক চেৰ পেলালে শ্ৰেয়াছ আয়াৰে!

June 17, 2026
সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?
বিশ্ব

সমুদ্ৰত জাহাজ, নাবিকৰ সুৰক্ষাৰ দায়িত্ব কাৰ? জাহাজত থকা পতাকাৰ অৰ্থ কি?

June 17, 2026
১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ
জীৱনশৈলী

১ কিলোগ্ৰামত দাম ২০ লাখ টকা পৰ্যন্ত, হিমালয়ান VIAGRAৰ সন্ধানত খালী হৈছে নেপালৰ গাঁওসমূহ

June 17, 2026
মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা
বিনোদন

মেছি-ৰোনাল্ডোৰ সৈতে একেশাৰীতে স্মৃতি মান্ধানা

June 17, 2026
Next Post
বিল গেটছৰ গালত প্ৰাক্তন পত্নী মেলিন্দা ফ্ৰেন্স গেটছৰ পুনৰ প্ৰচণ্ড চৰ! কিয় হৈছিল বিচ্ছেদ?

বিল গেটছৰ গালত প্ৰাক্তন পত্নী মেলিন্দা ফ্ৰেন্স গেটছৰ পুনৰ প্ৰচণ্ড চৰ! কিয় হৈছিল বিচ্ছেদ?

ছুপাৰষ্টাৰ প্ৰভাসে কিয় ছবিৰ অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত শ্বুটিং কৰিব নিবিচাৰে?

ছুপাৰষ্টাৰ প্ৰভাসে কিয় ছবিৰ অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত শ্বুটিং কৰিব নিবিচাৰে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.