• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিল গেটছৰ গালত প্ৰাক্তন পত্নী মেলিন্দা ফ্ৰেন্স গেটছৰ পুনৰ প্ৰচণ্ড চৰ! কিয় হৈছিল বিচ্ছেদ?

বিল গেটছৰ গালত প্ৰাক্তন পত্নী মেলিন্দা ফ্ৰেন্স গেটছৰ পুনৰ প্ৰচণ্ড চৰ! কিয় হৈছিল বিচ্ছেদ?

4 years ago
জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

2 hours ago
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

2 hours ago
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

3 hours ago
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

4 hours ago
কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

কোনো কাৰণত শিক্ষামন্ত্ৰীৰ পদ ত্যাগ নকৰে ধৰ্মেন্দ্ৰ প্ৰধানে! স্পষ্ট কৰিলে চৰকাৰে

4 hours ago
প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

প্ৰতিজন বৃদ্ধই পাব পেঞ্চন! এই সন্দৰ্ভত সংসদত স্পষ্ট কৰিলে চৰকাৰে

5 hours ago
বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

বুকুৰ বিষ অবিহনে হ’ব পাৰে হাৰ্ট এটেক! জানক এইবোৰ লক্ষণ

5 hours ago
কি কি খাদ্যই বৃক্কত পাথৰ সৃষ্টি কৰিব পাৰে? চিকিৎসকৰ পৰা জানক

বৃক্কৰ সমস্যা কিদৰে হৃদযন্ত্ৰৰ বাবে হৈ পৰে বিপদ? আজিয়েই হওক সাৱধান

6 hours ago
বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

বিতৰ্কত নাজিৰাৰ অগ্নিনাভ শিৱ মন্দিৰ! বানৰ মাজতে কোনে কৰিলে ভুৱা প্ৰচাৰ?

7 hours ago
বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

8 hours ago
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

9 hours ago
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

বিল গেটছৰ গালত প্ৰাক্তন পত্নী মেলিন্দা ফ্ৰেন্স গেটছৰ পুনৰ প্ৰচণ্ড চৰ! কিয় হৈছিল বিচ্ছেদ?

editor by editor
March 4, 2022
in বিবিধ, বিশ্ব
0
বিল গেটছৰ গালত প্ৰাক্তন পত্নী মেলিন্দা ফ্ৰেন্স গেটছৰ পুনৰ প্ৰচণ্ড চৰ! কিয় হৈছিল বিচ্ছেদ?
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাক্তন স্বামী তথা মাইক্ৰছ’ফ্টৰ প্ৰতিস্থাপক বিল গেটছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে প্ৰাক্তন পত্নী মেলিন্দা ফ্ৰেন্স গেটছে৷ বিল গেটছেৰে বিবাহ বিচ্ছেদৰ পিছত প্ৰথমবাৰলৈ মুখ খুলি মেলিন্দা গেটছে প্ৰাক্তন স্বামীৰ বিষয়ে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷

এটা সাক্ষাৎকাৰত বিল গেটছৰ প্ৰাক্তন মেলিন্দাই কয় যে বিল গেটছে অগণন কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱা আৰু ছেক্স টেফিকিং চলোৱা অপৰাধী জেফ্ৰেৰী এপষ্টেইনক কেবাবাৰো সাক্ষাৎ কৰিছিল৷ অৰ্থাৎ তেওঁলোকৰ দুয়োৰে মাজত ভাল সম্পৰ্ক আছিল৷

উল্লেখ্যে যে অগণন কিশোৰীক ধনৰ বিনিয়মত যৌন নিৰ্যাতন চলাই আৰু বেশ্যা বৃত্তি গ্ৰহণ কৰিবলৈ বাধ্য কৰোৱা এপষ্টেইনে কাৰাৰুদ্ধ অৱস্থাতা ২০১৯ চনত কাৰাগাৰৰ ভিতৰতে ডিঙি ফাঁচি লগাই আত্মহত্যা কৰিছিল৷

লগতে পঢ়ক অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান

কিশোৰীক ধন দি যৌন নিৰ্যাতন চলোৱা আৰু তেওঁলোকৰ নগ্ন ফ’টো আৰু ভিডিঅ’ ৰেকৰ্ডিং কৰি সেইবোৰ বিভিন্ন ডিভাইছত সংৰক্ষণ কৰি তেওঁলোকক পতিতা বৃত্তিত জড়িত হ’বলৈ বাধ্য কৰোৱাৰ দৰে অতি জঘন্য অপৰাধত দুবাৰকৈ কাৰাৰুদ্ধ হৈছিল জেফ্ৰেৰী এপষ্টেইনে৷

যোৱা মে’ মাহত বিল গেটছেৰে বিবাহ বিচ্ছেদ কৰাৰ পিছত মেলিন্দা ফ্ৰেন্স গেটছে প্ৰাক্তন স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে এপষ্টাইনক এবাৰ লগ পাই তেওঁৰ স্বামীৰে সাক্ষাৎ কৰিবলৈ হাক দিছিল৷

ফ্ৰেঞ্চ গেটছে লগতে কয়, ‘‘বিলৰ লগত এপষ্টাইনৰ কি সম্পৰ্ক কি আছিল সেই উত্তৰ বিলে দিব৷ কিন্তু মই মানুহজনৰ বিষয়ে যি অনুভৱ কৰিছিলো সেয়া স্পষ্টভাৱে কৈ দিছিলো।’’

লগতে পঢ়ক পাকিস্তানৰ মছজিদত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৩০, আহত ৫০ৰো অধিক

তেওঁলোকৰ বিবাহ বিচ্ছেদত এপষ্টাইনৰ সৈতে থকা স্বামী বিলৰ সম্পৰ্কৰো অৱদান আছে নেকি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মেলিন্দা ফ্ৰেন্স গেটছে অৱদান থকা বুলি স্বীকাৰ কৰিছে৷

অৰ্থাৎ এজন অপৰাধীৰে বিল গেটছৰ সম্পৰ্ক থকা কথাটোৱে তেওঁলোকৰ বিবাহ বিচ্ছেদত অৰহিণা যোগাইছিল বুলি স্পষ্টভাৱে কয় মেলিন্দাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assambill gatesMelinda French Gates
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ
বিনোদন

জোৰকৈ চুম্বন আৰু অত্যাচাৰ! কৰণ কুন্দ্ৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ সানভি তালৱাৰৰ

July 24, 2026
বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত
জীৱনশৈলী

বানৰ সময়ত মাহেকীয়া? এই পদ্ধতিৰে সংক্ৰমণৰ পৰা নিজকে কৰক সুৰক্ষিত

July 24, 2026
বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণীত বছৰৰ শেষত সলনি হ’ব ৫ ৰাশিৰ ভাগ্য! দূৰ হ’ব আৰ্থিক সংকট, অপ্ৰত্যাশিতভাৱেই কোটিপতি হ’ব এইকেইটা জাতক
জীৱনশৈলী

কাইলৈ দুৰ্ঘটনাৰ আশংকা আছে ৩ ৰাশিৰ! জানক কেনেকুৱা যাব আপোনাৰ দিনটো?

July 24, 2026
কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ
ভাৰত

কেন্দ্ৰীয় মন্ত্ৰীৰ পদত্যাগ! ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিলে পদত্যাগ পত্ৰ

July 24, 2026
Next Post
ছুপাৰষ্টাৰ প্ৰভাসে কিয় ছবিৰ অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত শ্বুটিং কৰিব নিবিচাৰে?

ছুপাৰষ্টাৰ প্ৰভাসে কিয় ছবিৰ অন্তৰংগ আৰু চুম্বনৰ দৃশ্যত শ্বুটিং কৰিব নিবিচাৰে?

প্ৰাণৰ মমতাত যুদ্ধক্ষেত্ৰ ত্যাগ কৰি বিদেশলৈ পলায়ন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

প্ৰাণৰ মমতাত যুদ্ধক্ষেত্ৰ ত্যাগ কৰি বিদেশলৈ পলায়ন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.