• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ মছজিদত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৩০, আহত ৫০ৰো অধিক

পাকিস্তানৰ মছজিদত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৩০, আহত ৫০ৰো অধিক

5 years ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

জীৱনলৈ আহিব সোণালী সুযোগ, আজি কাৰ কাৰ উদয় হ’ব ভাগ্য?

38 minutes ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

9 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

10 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

10 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

11 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

11 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

11 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

13 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

14 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

14 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

14 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

পাকিস্তানৰ মছজিদত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৩০, আহত ৫০ৰো অধিক

editor by editor
March 4, 2022
in অপৰাধ, বিশ্ব
0
পাকিস্তানৰ মছজিদত ভয়ংকৰ বোমা বিস্ফোৰণ : নিহত ৩০, আহত ৫০ৰো অধিক
0
SHARES
84
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আকৌ অশান্ত হৈ পৰিছে পাকিস্তান৷ এদিনৰ পূৰ্বে দক্ষিণ পাকিস্তানত সংঘটিত বোমা বিস্ফোৰণৰ চাঞ্চল্যৰ মাৰ নৌ যাওঁতে শুকুৰবাৰে পুনৰ পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে৷

শুকুৰবাৰে বিয়লি পাকিস্তানৰ এটা মছজিদ সংঘটিত এক শক্তিশালী বোমা বিস্ফোৰণত অতি কমেও ৩০ জন লোকৰ মৃত্যু হৈছে৷

বিস্ফোৰণত কেবাডজন লোকক গুৰুlৰ ভাৱে আহত হোৱা বুলি প্ৰকাশ পাইছে৷

লগতে পঢ়ক ইউক্ৰেইনত ভয়ংকৰ পৰিস্থিতি : আক্ৰমণত ছাৰখাৰ ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প

ঘটনাৰ বিৱৰণীৰ মতে পাকিস্তানৰ পেছোৱাৰাৰ কুচা ৰিছালদৰ মছজিদ শুকুৰবৰীয়া নামাজৰ বাবে নামাজীসকল সমবেত হোৱাৰ সময়তে ভয়ংকৰ বিস্ফোৰণটো সংঘটিত হয়৷

বিস্ফোৰণটো ইমানেই বৃহৎ আছিল কে’বা কিলোমিটাৰ দূৰলৈকে ইয়াৰ প্ৰাৱল্য অনুভৱ কৰা গৈছিল৷ ইফালে বিস্ফোৰণটোৰ ঠাইতে প্ৰায় ৩০ গৰাকী লোকৰ মৃত্যু হৈছে৷ প্ৰায় ৫০ গৰাকীৰো অধিক লোকক আহত হৈছে৷

আহতসকলক উদ্ধাৰ কৰি লেডী ৰিডিং হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷ আহতসকলৰ মাজত বহুতৰে অৱস্থা অতি সংকটজনক বুলি প্ৰকাশ পাইছে৷

লগতে পঢ়ক ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : দুয়োকুল ৰক্ষা কৰিবলৈ গৈ সংকটত ভাৰত!

বিস্ফোৰণ কোনে সংঘটিত কৰিছে সেয়া এতিয়াও স্বীকাৰ কৰা নাই যদিও আফগান সীমান্ত এলেকাটোত তালিবানৰ সমৰ্থিত কোনো সন্ত্ৰাসবাদী সংগঠনে এই বিস্ফোৰণ সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷

উল্লেখ্য যে অঞ্চলটোত সংখ্যাগৰিষ্ঠ চুন্নী মুছলমান সংখ্যালঘু ছীট মুছলমানৰ মাজত ভাতৃঘাটি সংঘৰ্ষৰ ফলতে এই বিস্ফোৰণটো সংঘটিত হোৱা বুলিও ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest News Portal in AssamPakistan bomb blastPakistan explosionthe best news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড
অসম

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

September 7, 2026
Next Post
অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান

অভিজ্ঞ সঞ্জীৱ কাপুৰক জেট এয়াৰৱেজৰ CEO হিচাপে নিযুক্তি প্ৰদান

কৰ্মচাৰীৰ বাবে সুখবৰ! পেঞ্চনৰ লগতে অৱসৰৰ বয়স বৃদ্ধি কৰিব চৰকাৰে!

কৰ্মচাৰীৰ বাবে সুখবৰ! পেঞ্চনৰ লগতে অৱসৰৰ বয়স বৃদ্ধি কৰিব চৰকাৰে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.