মেঘ— কৰ্মত সফলতা পাব৷ বিদ্যাৰ্থীসকলৰ শুভ৷ প্ৰেমত শুভ৷ শুভ ৰং নীলা৷
বৃষ— সামাজিক কামত উৎসাহ৷ ৰাজনীতিৰ লগত জড়িতসকলৰ শুভ৷ শুভ ৰং ৰঙা৷
মিথুন— যাত্ৰাৰ কাৰণে নিৰাপদজনক৷ সোমবাৰে নিৰামিষ খাব৷ আজিৰ দিনত কোনো কাম হাতত ল’ব পাৰে৷
কৰ্কট— কামটোত মনযোগ দিয়া দৰকাৰ৷ মনৰ ইচ্ছা পূৰণ হোৱাৰ যোগ৷ প্ৰেমত কষ্ট৷
সিংহ— বিবাহিত মহিলাই পাৰিলে যাত্ৰা নকৰিব৷ পুৰণি ঋণ শোধ কৰাৰ সুযোগ পাব৷ ভ্ৰমণত অৰ্থলাভ৷
কন্যা— আইনী কামত সফলতা লাভ৷ নতুন কোনো বস্তু ক্ৰয় কৰিব পাৰে৷ শুভ ৰং সেউজীয়া৷
তুলা— হঠাৎ স্বাস্থ্য বেয়া হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে মিছাতে অশান্তি সৃষ্টি হ’ব পাৰে৷ শুভ ৰং নীলা৷
বৃশ্চিক— অভিনেতাৰ শুভ৷ ব্যৱসায়ীসকলৰ শুভ৷ বিদ্যাৰ্থীৰ মধ্যম৷ শুভ ৰং হালধীয়া৷
ধনু— বন্ধুৰ লগত মত বিৰোধ৷ আইনী কোনো সমস্যাই দেখা দিব৷ শুভ ৰং গুলপীয়া৷
মকৰ— নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যোগ৷ নতুন গৃহ ল’ব পাৰে৷ বিদ্যাৰ্থীসকলৰ ভ্ৰমণৰ যোগ আছে৷ প্ৰেমত শুভ৷
কুম্ভ— চাকৰিয়ালৰ পদোন্নতিৰ যোগ৷ ব্যৱসায়ত মধ্যম৷ দূৰ যাত্ৰা নকৰিব৷ নিৰামিষ আহাৰ গ্ৰহণ কৰিব৷ প্ৰেমত সাৱধান৷
মীন— চাকৰিয়ালৰ চাকৰিৰ যোগ৷ প্ৰেমত সুখ৷ শত্ৰু নাশ হ’ব৷ পাব লগা ধন ঘূৰাই পাব৷
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ