• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বামীয়ে কিনি আনিলে পঠা মাংস। পত্নীয়ে নিদিয়ে ৰান্ধি। শেষত স্বামীয়ে অভিযোগ দিলে আৰক্ষীক

স্বামীয়ে কিনি আনিলে পঠা মাংস। পত্নীয়ে নিদিয়ে ৰান্ধি। শেষত স্বামীয়ে অভিযোগ দিলে আৰক্ষীক

4 years ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

7 minutes ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

2 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

3 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

3 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

16 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

17 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

17 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

18 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

19 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

19 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

20 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

স্বামীয়ে কিনি আনিলে পঠা মাংস। পত্নীয়ে নিদিয়ে ৰান্ধি। শেষত স্বামীয়ে অভিযোগ দিলে আৰক্ষীক

ধাৰা লাগিল কেইবাটাও

editor by editor
March 20, 2022
in বিবিধ, ভাৰত
0
স্বামীয়ে কিনি আনিলে পঠা মাংস। পত্নীয়ে নিদিয়ে ৰান্ধি। শেষত স্বামীয়ে অভিযোগ দিলে আৰক্ষীক
0
SHARES
314
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আছে…! এইখন দেশতে এনে কিছুমানুহ এতিয়াও আছে। যিয়ে আৰক্ষীক নিজৰ পৈত্ৰিক সম্পত্তি বুলি ভাৱে। ভাৱে যে আৰক্ষীয়ে চোৰ-ডকাইতৰ ওপৰিও সেই শ্ৰেণী মানুহৰ ভাতখোৱা-শাকখোৱা কাজিয়াবোৰকো আক্ষীয়ে সমাধান কৰি দিব। তেনে এক ঘটনাই সংঘটিত হ’ল তেলেংগনাত।

SEE MORE: চাই থকাৰ বাহিৰে ইউক্ৰেইন সেনাৰ হাতত কৰিব পৰা একোৱেই নাছিল। প্ৰথমবাৰ ৰাছিয়াই ব্যৱহাৰ কৰিলে এই অস্ত্ৰ

স্বামীৰ নাম নবীন। নবীনে যোৱা শুকুৰবাৰে ঘৰলৈ কিনি আনিছিল পঠাৰ মাংস। মাংস আনি পত্নীৰ হাতত গতাই ক’লে ৰান্ধি দিবলৈ। কিন্তু পত্নীও নাচোৰবান্দা। স্বামীয়ে অনা পঠাৰ মাংস ৰান্ধি নিদিয়ে পত্নীয়ে। শেষত পঠা মাংস খাবলৈ নাপায় মূৰ গৰম হোৱা স্বামীয়ে সিদ্ধান্ত ল’লে এই অপৰাধৰ বাবে পত্নীৰ বিৰুদ্ধে অভিযোগ দিব আৰক্ষীক।

SEE MORE: প্ৰেমিকৰ সৈতে যৌন সম্ভোগৰ ভিডিঅ’ ফাদিল কৰি ১৪৯ কোটি টকা উপাৰ্জন!

সেয়ে নবীনে প্ৰথমে ফোন কৰিলে আৰক্ষীৰ সৈতে যোগাযোগ কৰিব পৰা নম্বৰ ১০০ লৈ। প্ৰথম ফোনতেই আৰক্ষীয়ে ফোন উঠালে নবীনৰ। একেটা উশাহতে নবীনে অভিযোগ দিলে আৰক্ষীক পত্নীয়ে পঠা মাংস ৰান্ধি নিদিয়াৰ কথা। প্ৰথমতে আৰক্ষীয়ে কোনোলোকে ধেমালি কৰিছে বুলি ভাৱি বুজাই পৰাই ফোন কাটিলে নবীনৰ।

কিন্তু আৰক্ষীৰ পৰা কোনো সমাধান নাপাই এবাৰ নহয় দুবাৰ নহয় ছবাৰকৈ পুনৰ ফোন কৰিলে আৰক্ষীক। ইফালে নবীনৰ ফোনত অতিষ্ঠ হৈ পৰা আৰক্ষীয়ে সিদ্ধান্ত ল’লে নবীনক ভালকৈ এসেকা দিয়া যাওক।

সেয়ে বাহন লৈ আৰক্ষী নিশাই উপস্থিত হ’লগৈ তেলেংগানাৰ কানাগাল অঞ্চলৰ চাৰ্লা গাঁৱৰ নবীনৰ ঘৰত। ফলত জনতাৰ সেৱাৰ বাবে থকা আৰক্ষী বিভাগক অযথা অভিযোগেৰে অতিষ্ঠ কৰাৰ অপৰাধত নবীনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইন অনুসৰি আৰক্ষীয়ে গোচৰৰ ধাৰা লগালে ২৯০ আৰু ৫১০ ধাৰা। আৰু উপযুক্ত জৰিমনাৰে নবীনৰ ওপৰত ধাৰা আৰোপ কৰি নবীনক লৈ অহা হ’ল আৰক্ষী থানালৈ। কিন্তু সুৰা সেৱন কৰি নিচাসক্ত অৱস্থাত থকাৰ বাবে নবীনক শুকুৰবাৰে লকাপট ৰাখি পুনৰ শনিবাৰে নবীনক আৰক্ষীয়ে থৈ আহে ঘৰত।

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamkarnatak news
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!
বাণিজ্য

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

July 5, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

July 5, 2026
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা
অসম

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

July 5, 2026
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম
জীৱনশৈলী

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

July 5, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ : অভিনেত্ৰীক দিছিল কাপোৰ খোলাৰ নিৰ্দেশ!

বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ : অভিনেত্ৰীক দিছিল কাপোৰ খোলাৰ নিৰ্দেশ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.