• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাই থকাৰ বাহিৰে ইউক্ৰেইন সেনাৰ হাতত কৰিব পৰা একোৱেই নাছিল। প্ৰথমবাৰ ৰাছিয়াই ব্যৱহাৰ কৰিলে এই অস্ত্ৰ

চাই থকাৰ বাহিৰে ইউক্ৰেইন সেনাৰ হাতত কৰিব পৰা একোৱেই নাছিল। প্ৰথমবাৰ ৰাছিয়াই ব্যৱহাৰ কৰিলে এই অস্ত্ৰ

4 years ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

50 minutes ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

1 hour ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

2 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

3 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

4 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

4 hours ago
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

5 hours ago
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

6 hours ago
‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

‘বিগত ৬ বছৰে মোক শান্তি দিয়া নাই’ কাৰ বিৰুদ্ধে এই অভিযোগ মন্দানাৰ?

6 hours ago
আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

আজৱ কাণ্ড! মাত্ৰ ২৬ বছৰ বয়সতে মহিলাই লাভ কৰিলে চৰকাৰী বৃদ্ধ পেঞ্চন

7 hours ago
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

8 hours ago
ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

ঘৰত বৃদ্ধি পাইছে নেকি নিগনিৰ উপদ্ৰৱ? ঘৰুৱা উপায়েৰে কৰক দূৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

চাই থকাৰ বাহিৰে ইউক্ৰেইন সেনাৰ হাতত কৰিব পৰা একোৱেই নাছিল। প্ৰথমবাৰ ৰাছিয়াই ব্যৱহাৰ কৰিলে এই অস্ত্ৰ

editor by editor
March 20, 2022
in বিশ্ব, ৰাজনীতি
0
চাই থকাৰ বাহিৰে ইউক্ৰেইন সেনাৰ হাতত কৰিব পৰা একোৱেই নাছিল। প্ৰথমবাৰ ৰাছিয়াই ব্যৱহাৰ কৰিলে এই অস্ত্ৰ
0
SHARES
728
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়া-ইউক্ৰেন যুদ্ধৰ আজি ২৫ নম্বৰ দিন। আজিৰ দিনটো লৈকে ৰাছিয়াই অব্যাহত ৰাখিছে ইউক্ৰেইনত ধ্বংসযজ্ঞ। শেহতীয়া পৰ্যায়ত ইউক্ৰেইনৰ ফালৰ পৰা পুনৰ এবাৰ আলোচনাত বহাৰ কথা উল্লেখ কৰি আছে যদিও এইবাৰ ইউক্ৰেইনে দিয়া আলোচনাৰ প্ৰস্তাৱক উপেক্ষা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। দিন চেৰেকৰ পূৰ্বে এখন বিশেষ ৰেলীত ভাগ লৈ ৰাষ্ট্ৰপতি পুটিনে স্পষ্টকৈ জনাইছিল যে যেতিয়া লৈকে ইউক্ৰেইনবাসীৰ মনৰ পৰা পুটিনৰ প্ৰতি হিটলাৰ ভাৱধাৰা আঁতৰ নহয় তেতিয়ালৈকে ক্ৰমাগত ভাৱে আক্ৰমণ চলিয়েই থাকিব ইউক্ৰেইনৰ ওপৰত।

SEE MORE: আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আৰু শেহতীয়া পৰ্যায়ত আধুনিক যুদ্ধ ইতিহাসত ৰাছিয়াই ব্যৱহাৰ কৰিলে ৰাছিয়াৰ অন্যতম ঘাটক মিছাইল হাইপাৰছনিক মিছাইল। আৰু মিছাইলে ৰোমেনিয়াৰ সীমান্তৱৰ্তী অঞ্চলত থকা ইউক্ৰেইনৰ এটা অস্ত্ৰ ভাণ্ডাৰত আক্ৰমণ চলায়। এই আক্ৰমণৰ ফলত নিমিখতে ধ্বংসস্তুপত পৰিণত হয় সমগ্ৰ অস্ত্ৰভাণ্ডাৰটো।

SEE MORE: হোলীৰ ভয়াৱহ উদযাপন! নিজৰ বুকুতে ছুৰিকাঘাত কৰি সুৰাপায়ী যুৱকৰ মৃত্যু

আনকি হাইপাৰছনিক মিছাইলৰ গতিবেগ ইমানেই তীব্ৰ আছিল যে এই মিছাইলক আকাশৰ বুকুৰ পৰা লক্ষ্যস্থানত ভেদ কৰাৰ দৃশ্য চাই থকাৰ বাহিৰে ইউক্ৰেইন সেনাৰ হাতত কৰিব পৰা ব্যৱস্থা একোৱাই নাছিল।

SEE MORE: প্ৰেমিকৰ সৈতে যৌন সম্ভোগৰ ভিডিঅ’ ফাদিল কৰি ১৪৯ কোটি টকা উপাৰ্জন!

ইয়াৰ উপৰিও হাইপাৰছনিক মিছাইলৰ বিষ্ফোৰণৰ শব্দ ইমানেই বৃহৎ আছিল যে চুবুৰিয়া ৰাষ্ট্ৰ ৰোমেনিয়াৰ বহু দূৰলৈ শুনা পোৱা গৈছিল বিষ্ফোৰণৰ শব্দ। ইফালে ৰাছিয়াৰ ফালৰ পৰা জনোৱা হয় যে এই হাইপাৰছনিক মিছাইলত কেৱল ৰাছিয়াৰ ৱাৰ হেড হিচাপে সামান্য কিছু বিষ্ফোৰক সামগ্ৰীহে বান্ধি পঠাইছিল।

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assamlatest update of russia-ukraine warrussia ukraine awr updateRussia Ukraine invasion
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!
বিশ্ব

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

September 1, 2026
ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনক অৱস্থাত উদ্ধাৰ মমতা বেনাৰ্জীৰ ভতিজীৰ মৃ*তদেহ

September 1, 2026
নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী
বিনোদন

নেপকিনত চুক্তি স্বাক্ষৰকে ধৰি মেছিৰ জীৱনৰ ৭টা অল্পখ্যাত কাহিনী

August 31, 2026
ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা
ভাৰত

ইৰানৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা

August 31, 2026
Next Post
স্বামীয়ে কিনি আনিলে পঠা মাংস। পত্নীয়ে নিদিয়ে ৰান্ধি। শেষত স্বামীয়ে অভিযোগ দিলে আৰক্ষীক

স্বামীয়ে কিনি আনিলে পঠা মাংস। পত্নীয়ে নিদিয়ে ৰান্ধি। শেষত স্বামীয়ে অভিযোগ দিলে আৰক্ষীক

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.