• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ : অভিনেত্ৰীক দিছিল কাপোৰ খোলাৰ নিৰ্দেশ!

বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ : অভিনেত্ৰীক দিছিল কাপোৰ খোলাৰ নিৰ্দেশ!

4 years ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

20 minutes ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

32 minutes ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

1 hour ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

1 hour ago
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

2 hours ago
সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

সপ্তাহত কিমানবাৰ চুলি ধোৱা উচিত? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

2 hours ago
কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

কম EMI ৰ কথা ভাবিলে পৰিব বিপদত! জানেনে কেনেকৈ বৃদ্ধি পায় ঋণৰ মুঠ পৰিমাণ?

4 hours ago
আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

আপোনাৰ নখত বগা চিহ্ন আছে নেকি? দিব ভাগ্যৰ ইংগিত

5 hours ago
নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

নাৰীৰ কোনবোৰ গুণে অশান্তি কৰে পুৰুষক? আচাৰ্য চাণক্যই ক’লে প্ৰকৃত কাৰণ

6 hours ago
দুঃসময় আঁতৰিব ৫ ৰাশিৰ জাতক-জাতিকাৰ! বাবা ভাংগাৰ ডাঙৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিকে ধৰি আন ৫ ৰাশিৰ হাতলৈ আহিব ধন

7 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

7 hours ago
PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

PAN কাৰ্ডধাৰীৰ বাবে ডাঙৰ খবৰ, এই ৫টা কামত PAN নম্বৰ নিদিলে পৰিব বিপদত!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ : অভিনেত্ৰীক দিছিল কাপোৰ খোলাৰ নিৰ্দেশ!

editor by editor
March 21, 2022
in চিনেমা, ভাৰত
0
বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ : অভিনেত্ৰীক দিছিল কাপোৰ খোলাৰ নিৰ্দেশ!
0
SHARES
344
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দ্য কাশ্মীৰ ফাইলছেৰে দেশৰ চৰ্চাত থকা বিবেক অগ্নীহোত্ৰীৰ বিৰুদ্ধে অতি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে৷ বলিউদৰে এগৰাকী অভিনেত্ৰীয়ে অভিযোগ কৰিছে যে বিবেক অগ্নহোত্ৰীয়ে অভিনেত্ৰীগৰাকীক কাপোৰ খুলিবলৈ নিৰ্দেশ দিছিল৷

MeTooৰ এই গুৰুতৰ অভিযোগ উত্থাপন কৰা বলিউদৰ অভিনেত্ৰীগৰাকী হৈছে তনুশ্ৰী দত্ত৷ অভিনেত্ৰীগৰাকীৰ মতে এই ঘটনাটো চকলেট নামৰ বিবেক অগ্নীহোত্ৰীৰ ছবিখনৰ শ্বুটিঙৰ সময়ত ঘটিছিল৷ ছবিখন ২০০৫ চনত মুক্তিলাভ কৰিছিল৷

তনুশ্ৰী দত্তৰ অভিযোগ অনুসৰি ছবিখনৰ শ্বুটিঙৰ সময়ত ইৰফান খানৰ এটা ক্ল’জআপ শ্বট আছিল৷ সেই সময়ত পৰিচালক বিবেক অগ্নীহোত্ৰীয়ে তনুশ্ৰীক ইৰফান খানৰ সন্মুখত কাপোৰ খুলি নৃত্য কৰিবলৈ নিৰ্দেশ দিছিল৷

লগতে পঢ়ক চাই থকাৰ বাহিৰে ইউক্ৰেইন সেনাৰ হাতত কৰিব পৰা একোৱেই নাছিল। প্ৰথমবাৰ ৰাছিয়াই ব্যৱহাৰ কৰিলে এই অস্ত্ৰ

তনুশ্ৰীৰ মতে সেই দৃশ্যটোত তনুশ্ৰীৰ কোনো শ্বট নাছিল৷ অথচ পৰিচালক বিবেকে তনুশ্ৰীক কাপোৰ খুলি নৃত্য কৰিবলৈ নিৰ্দেশ দিছিল৷

অভিনেতা ইৰফান খান আৰু সুনীল ছেত্ৰীয়ে বিবেক অগ্নিহোত্ৰীক সেই নিৰ্দেশ বিৰোধিতা কৰি তনুশ্ৰীক সুৰক্ষা দিয়া বুলিও অভিনেত্ৰী তনুশ্ৰী দত্তই প্ৰকাশ কৰিছে৷

লগতে পঢ়ক হোলীৰ ভয়াৱহ উদযাপন! নিজৰ বুকুতে ছুৰিকাঘাত কৰি সুৰাপায়ী যুৱকৰ মৃত্যু

‘‘এজন অভিনেতাৰ (ইৰফান খান) ক্ল’জআপ শ্বট আছিল। মোৰ তেতিয়া শ্বটও নাছিল। তেওঁ ক’লে, আপোনাৰ কাপোৰ খুলি তেওঁৰ সন্মুখত নাচিব। তাক এটা ইংগিত দিয়ক।’’ ইয়াৰ উত্তৰত ইৰফানে কৈছিল, ‘‘মই অভিনয় জানো আৰু ভংগীৰ প্ৰয়োজন নাই।’’ লগতে তাতে উপস্থিত থকা সুনীল চেট্টীও কৈছিল ‘‘মই তোমাক(ইৰফান) ইংগিত দিম।’’ ডিএনএ-ক তনুশ্ৰী দত্তই এইদৰে কয় ৷

ইফালে পৰিচালক বিবেক অগ্নীহোত্ৰীয়ে এই অভিযোগ মনেগঢ়়া বুলি দাবী কৰিছে৷ পৰিচালকগৰাকীয়ে তনুশ্ৰী দত্তৰ বিৰুদ্ধে মানহানি গোচৰ তৰা বুলিও প্ৰকাশ কৰিছে৷  ইতিমধ্যে অভিনেত্ৰীগকাৰীৰ আইনী জাননি প্ৰেৰণ কৰাও হৈছে৷

লগতে পঢ়ক শিশুৱে যৌন উৎপীড়নৰ বলি হোৱা বুলি কেনেকৈ বুজিব? এইবোৰ দিশত গুৰুত্ব দিয়ক…

উল্লেখ্য যে তনুশ্ৰী দত্তই ইয়াৰ পূৰ্বে অভিনেতা নানা পাটেকাৰৰ বিৰুদ্ধে MeTooৰ অভিযোগ উত্থাপন কৰিছিল৷ এখন ছবিৰ শ্বুটিঙৰ সময়ত অভিনেতা নানা পাটেকাৰে তেওঁক যৌন নিৰ্যাতনৰ অভিযোগ কৰা বুলি কৰিছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodMeTooTanushree DuttaVivek Angnihotri
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’
ভাৰত

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

June 14, 2026
কলীয়া মেঘে ঢাকিছে মহানগৰী, বতৰ বিজ্ঞানে মোবাইলে মোবাইলে দিলে জৰুৰী বাৰ্তা
অসম

কাইলৈ বতৰে ল’ব ভয়ংকৰ ৰূপ! অসমৰ লগতে এই ৫ খন ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ

June 14, 2026
মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?
ভাৰত

মৃত ব্যক্তিৰ যৌ*নাংগৰ আকাৰৰ পৰা আৰম্ভ কৰি ৩৭০ টকাৰ বিৰিয়ানীলৈ! কিয় বিতৰ্কত প্ৰণিত ম’ৰে?

June 13, 2026 - Updated on June 14, 2026
৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!
বিনোদন

৫০০ টকা লৈ মুম্বাইলৈ অহা ছোৱালীজনীৰ মডেলিঙে সলালে ভাগ্য!

June 13, 2026
Next Post
‘দ্যা কাশ্মীৰ ফাইলছ’ৰ পাৰ্শ্বক্ৰিয়া : তিনি হিন্দু যুৱকক ছুৰিকাঘাত মুছলমান ব্যক্তিৰ

‘দ্যা কাশ্মীৰ ফাইলছ’ৰ পাৰ্শ্বক্ৰিয়া : তিনি হিন্দু যুৱকক ছুৰিকাঘাত মুছলমান ব্যক্তিৰ

১৩৩ গৰাকীসহ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত : পৰ্বতৰ শিখৰত সূত্ৰপাত ভয়াৱহ অগ্নিকাণ্ড

১৩৩ গৰাকীসহ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত : পৰ্বতৰ শিখৰত সূত্ৰপাত ভয়াৱহ অগ্নিকাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.