• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৩৩ গৰাকীসহ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত : পৰ্বতৰ শিখৰত সূত্ৰপাত ভয়াৱহ অগ্নিকাণ্ড

১৩৩ গৰাকীসহ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত : পৰ্বতৰ শিখৰত সূত্ৰপাত ভয়াৱহ অগ্নিকাণ্ড

5 years ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

5 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

5 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

6 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

6 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

7 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

7 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

8 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

9 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

10 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

11 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

12 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

১৩৩ গৰাকীসহ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত : পৰ্বতৰ শিখৰত সূত্ৰপাত ভয়াৱহ অগ্নিকাণ্ড

editor by editor
March 21, 2022
in ভাৰত
0
১৩৩ গৰাকীসহ যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত : পৰ্বতৰ শিখৰত সূত্ৰপাত ভয়াৱহ অগ্নিকাণ্ড
0
SHARES
279
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৩৩ গৰাকী যাত্ৰী লৈ উৰা মৰা এখন ব’য়িঙ বিমান দুৰ্ঘটাগ্ৰস্ত হৈছে৷ দক্ষিণ-পশ্চিম চীনৰ পৰ্বতৰ ওপৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে৷

সোমবাৰে চিচিটিভিৰ ফুটেজ শ্বেয়াৰ কৰি কোৱা হৈছে যে ৭৩৭ ব’য়িং বিমানখন গৌৱাংক্সী অঞ্চলৰ হুঝচৌ চহৰৰ সমীপৱৰ্তী পৰ্বতৰ ওপৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে পৰ্বতটোৰ শিখৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে৷

লগতে পঢ়ক বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ : অভিনেত্ৰীক দিছিল কাপোৰ খোলাৰ নিৰ্দেশ!

‘‘চাইনা ৱেষ্টাৰ্ণ এয়াৰলাইনছ ব’য়িং ৭৩৭ বিমানখনে ১৩৩ গৰাকী যাত্ৰী লৈ উৰি থকা অৱস্থাতে গৌৱাংক্সী অঞ্চলৰ হুঝচৌ চহৰৰ সমীপৱৰ্তী পৰ্বতৰ ওপৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে৷’’ চিচিটিভি ফুটেজ শ্বেয়াৰ কৰি অঞ্চলটোৰ জৰুৰী ব্যৱস্থাপনা ব্যু’ৰে এইদৰে কয়৷

ব্যু’ৰ মতে ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে৷

লগতে পঢ়ক স্বামীয়ে কিনি আনিলে পঠা মাংস। পত্নীয়ে নিদিয়ে ৰান্ধি। শেষত স্বামীয়ে অভিযোগ দিলে আৰক্ষীক

স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সোমবাৰে কুমিঙৰ পৰা উৰণ আৰম্ভ কৰা বিমানখনে নিৰ্দিষ্ট সময়(স্থানীয় সময় দিনৰ ১ বজাত)ৰ ভিতৰত গৌৱাঝৌত অৱতৰণ নকৰাৰ পিছতে বিমানখনৰ অনুসন্ধান আৰম্ভ কৰা হয়৷

ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে দুৰ্ঘটনাগ্ৰস্ত বিমানখন সম্পূৰ্ণৰূপে জ্বলি গৈছে আৰু পৰ্বতৰ শিখৰত প্ৰকাণ্ড অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে৷ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱালৈ চাই কোনো যাত্ৰীৰে প্ৰাণ ৰক্ষা পৰা নাই বুলি ধাৰণা কৰা হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMountain FirePlane Crashes
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!
অপৰাধ

ভিনীহিয়েকৰে মিলি স্বামীক হ*ত্যা পত্নীৰ!

October 15, 2026
DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে
বিনোদন

DEADLINE ২৮ অক্টোবৰ! ভাৰত এৰিব লাগিব ইমৰাণ খানে

October 15, 2026
FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ
বিশ্ব

FlyDubaiৰ আৰু দুজন পাইলটক গ্ৰেপ্তাৰ

October 15, 2026
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’
জীৱনশৈলী

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

October 14, 2026
Next Post
‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আমিৰ খানৰ বিশেষ মন্তব্য : কি ক’লে বলিউদৰ অভিনেতাগৰাকীয়ে?

‘দ্য কাশ্মীৰ ফাইলছ’ক লৈ আমিৰ খানৰ বিশেষ মন্তব্য : কি ক’লে বলিউদৰ অভিনেতাগৰাকীয়ে?

এইবাৰ দেশৰ অন্য ৰাজ্যত নহয় : খোদ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে দলৱদ্ধ ধৰ্ষণৰ বলি কিশোৰী

এইবাৰ দেশৰ অন্য ৰাজ্যত নহয় : খোদ প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে দলৱদ্ধ ধৰ্ষণৰ বলি কিশোৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.