• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৎকট গৰমে দহিব এইবাৰ, স্বাস্থ্যমন্ত্ৰীৰ সতৰ্কতা জাৰী, পাৰাস্তম্ভই লাহে লাহে আৰোহণ কৰিছে শিখৰ

উৎকট গৰমে দহিব এইবাৰ, স্বাস্থ্যমন্ত্ৰীৰ সতৰ্কতা জাৰী, পাৰাস্তম্ভই লাহে লাহে আৰোহণ কৰিছে শিখৰ

2 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

4 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

5 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

5 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

6 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

6 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

7 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

7 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

8 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

9 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

9 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

10 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

উৎকট গৰমে দহিব এইবাৰ, স্বাস্থ্যমন্ত্ৰীৰ সতৰ্কতা জাৰী, পাৰাস্তম্ভই লাহে লাহে আৰোহণ কৰিছে শিখৰ

editor by editor
April 4, 2024
in অসম, উত্তৰ-পূব, ভাৰত
0
উৎকট গৰমে দহিব এইবাৰ, স্বাস্থ্যমন্ত্ৰীৰ সতৰ্কতা জাৰী, পাৰাস্তম্ভই লাহে লাহে আৰোহণ কৰিছে শিখৰ
0
SHARES
98
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উৎকট গৰমে দহিব এইবাৰ, স্বাস্থ্যমন্ত্ৰীৰ সতৰ্কতা জাৰী, পাৰাস্তম্ভই লাহে লাহে আৰোহণ কৰিছে শিখৰ

এফালে বৰষুণ, যাৰ বাবে হয়তো এতিয়াও কিছু কিছু ঠাইত শীতৰ প্ৰভাৱ সামান্য হ’লেও আছে। পাছে তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰিছে আন এক সতৰ্কতাহে। এইবাৰ উৎকট গৰমে দহিব সমগ্ৰ দেশবাসীক।

পূৰ্বৰ তুলনাত অত্যাধিক মাত্ৰাত বৃদ্ধি পাব গৰমৰ প্ৰকোপ। সদৰি কৰা অনুসৰি এপ্ৰিলৰ মাজ ভাগৰ পৰাই বৃদ্ধি পাব গৰমৰ প্ৰভাৱ। যাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰা দেশবাসীক এতিয়াৰে পৰা সতৰ্ক হোৱাৰ বাবে আহ্বান জনাইছে।

ইফালে আকৌ এপ্ৰিলৰ মাজ ভাগৰ পৰা নিৰ্বাচন হোৱা হেতুকে সকলো ৰাজনৈতিক কৰ্মীকো নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত কিছু সাৱধান হ’বৰ বাবে আহ্বান জনাইছে। কেৱল গৰমেই নহয়, এই গৰমৰ প্ৰভাৱত ডিহাইড্ৰেছন অথবা অন্য স্বাস্থ্য সম্পৰ্কীয় ৰোগত আক্ৰান্ত হোৱাৰো আশংকা আছে বুলি প্ৰকাশ।

ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে আলোচনা কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনছুখ মাণ্ডৱিয়াই। আলোচনা অনুসৰি, দেশৰ কোন কোন প্ৰান্তত অধিক গৰম পৰে সেয়া চাব, তাৰ পাছত সেই অঞ্চল সমূহলৈ কেন্দ্ৰৰ ফালৰ পৰা বিশেষজ্ঞৰ দল প্ৰেৰণ কৰিব সহায়ৰ বাবে।

কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰত্যেক ৰাজ্য চৰকাৰকো এই সন্দৰ্ভত পূৰ্বেই সতৰ্কতা জাৰি কৰি ইয়াৰ পৰা সামান্য হ’লেও পৰিত্ৰাণ পাবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনাইছে। যাতে জনসাধাৰণক কিছু পৰিমানে হ’লেও ৰক্ষা কৰিব পৰা যায়। ৰাজ্য সমূহত আৱশ্যক অনুযায়ী যাৱতীয় সকলো ঔষধ আদিৰ যোগাৰ কৰি থোৱাৰ বাবেও আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ।

ৰাজনৈতিক কৰ্মী সকললৈয়ো আহ্বান সতৰ্ক হৈ থকাৰ বাবে। নিয়মিত ৰূপত পানীৰ সেৱন কৰাৰ লগতে চৰৱত আদিয়ো গ্ৰহন কৰি থাকিবলৈ আহ্বান যাতে ডিহাইড্ৰেছনত নোভোগে লগতে হিট-ষ্ট্ৰোকৰ পৰাও ৰক্ষা পায়।

উল্লেখ্য যে, ভয়ংকৰ জলবায়ু পৰিৱৰ্তনৰ ফলতেই এনে পৰিস্থিতি আহি পৰিছে আজিৰ দিনত। এফালে শীতৰ প্ৰকোপ বৃদ্ধি আনফালে গৰমৰো প্ৰকোপ বৃদ্ধে পাইছে। কেৱল এই বৰ্ষতেই নহয় আগামী বৰ্ষ বোৰতো এইদৰে দিনে দিনে গৰমৰ প্ৰকোপ বৃদ্ধি পাব বুলি শংকা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam liveAssam WeatherHit strokeHot weatherIndian WeatherweatherWeather Hit
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
Next Post
সুৰক্ষাজনিত কাৰণত থকা চিকিউৰিটি চিষ্টেমেই প্ৰাণ ল’লে দুই কন্যাৰ, নাছিল ভেণ্টিলেছন, খিৰিকিৰ গ্লাছো নোৱাৰিলে ভাঙিব

সুৰক্ষাজনিত কাৰণত থকা চিকিউৰিটি চিষ্টেমেই প্ৰাণ ল'লে দুই কন্যাৰ, নাছিল ভেণ্টিলেছন, খিৰিকিৰ গ্লাছো নোৱাৰিলে ভাঙিব

চিনি পাইনে নুজদক, ১০ বছৰ বয়সতে কৰুণ জীৱনৰ ওপৰত কিতাপ লিখি বিখ্যাত- ‘মই নুজদ, বয়স ১০ আৰু বিবাহ বিচ্ছেদিতা’

চিনি পাইনে নুজদক, ১০ বছৰ বয়সতে কৰুণ জীৱনৰ ওপৰত কিতাপ লিখি বিখ্যাত- 'মই নুজদ, বয়স ১০ আৰু বিবাহ বিচ্ছেদিতা'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.