• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

1 month ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

31 minutes ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

37 minutes ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

2 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

4 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

4 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

5 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

13 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

13 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

14 hours ago
অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

অসন্তুষ্ট BCCI! অজিত আগাৰকাৰৰ স্থানত দিয়া হ’ব নেকি ভিভিএছ লক্ষ্মণক দায়িত্ব?

14 hours ago
জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

জেঠীৰ উৎপাতত অতিষ্ঠ হৈছে নেকি?

15 hours ago
মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

মই বিৱাহিত পুৰুষৰ সৈতে সম্পৰ্কত আছিলো’ এই স্বীকাৰোক্তিৰ পিছতে চৰ্চাত অভিনেত্ৰী কাজল

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

এবাৰ দুবাৰ নহয় ৪বাৰকৈ কেতনক হ*ত্যাৰ অপচেষ্টা চলাইছিল ছিয়াই

editor by editor
June 24, 2026
in অপৰাধ, ভাৰত, লেখা
0
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই
0
SHARES
697
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সম্প্ৰতি সমগ্ৰ দেশজুৰি চৰ্চিত হৈ আছে পুনেৰ কেতন আগৰৱালা হ*ত্যাকাণ্ডৰ খবৰ। বিগত ১৮জুনত বাগদত্তা ছিয়া গোৱেলৰ সৈতে ট্ৰেকিং কৰি থকা অৱস্থাত পাহাৰৰ পৰা পিছলি মৃত্যুমুখত পৰিছিল কেতন আগৰৱালা। পৰিয়ালৰ ৰিয়েল ইষ্টেট কোম্পানীৰ ডাইৰেক্টৰ পদত থকা কেতন প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী হিচাপে পুনেত আছিল যথেষ্ট জনপ্ৰিয়। ঘটনাৰ সময়ত কেতনৰ লগত থকা ছিয়াৰ কিছুমাহ পিছতেই বিৱাহ সম্পন্ন হোৱাৰ কথা আছিল। প্ৰথমে কেতনৰ পৰিয়ালে এয়া স্বাভাৱিক দুৰ্ঘটনা বুলিয়েই ভবি লৈছিল যদিও কেতনৰ বন্ধু মহলে মানি ল’ব পৰা নাছিল এই ঘটনাক। কিয়নো বন্ধু মহলৰ মাজত অভিজ্ঞ ট্ৰেকাৰ হিচাপে পৰিচিত কেতন আগৰৱালা। পুনেৰ সাধাৰণ পাহাৰ এখনত ট্ৰেকিং কৰি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈ মৃত্যু মুখত পৰা ঘটনাটোক সহজভাৱে ল’ব পৰা নাছিল তেওঁলোকে।

কোনে হ*ত্যা কৰিছিল কেতন আগৰৱালাক?

প্ৰথমে দুৰ্ঘটনা বুলি ভবা হৈছিল যদিও কেতনৰ বন্ধুমহল আৰু পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰে ঘটনাৰ তদন্ত। আৰক্ষীৰ প্ৰাথমিক তদন্ততেই ওলাই পৰে ঘটনাৰ সময়ত পুনেৰ লোহাগড় ফ’ৰ্টৰ আশে-পাশে কেতবোৰ সন্দেহজনক গতিবিধি। লগে লগেই ঘটনাৰ সময়ত কেতন আগৰৱালাৰ সৈতে থকা তেওঁৰ বাগদত্তা ছিয়া গোৱেলক আৰক্ষীয়ে তলব কৰি আৰম্ভ কৰে জেৰা। আৰক্ষীয়ে কৰা জেৰাত ছিয়াৰ কেতবোৰ বিসংগতিৰে ভৰা কথাই আৰক্ষীৰ সন্দেহক আৰু অধিক মজবুত কৰে। এসময়ত আৰক্ষীয়ে নিশ্চিত কৰে যে কেতন আগৰৱালাৰ দুৰ্ঘটনাত মৃ*ত্যু হোৱা নাছিল, বাগদত্তা ছিয়া গোৱেলেই পৰিকল্পিতভাৱে হ*ত্যা কৰিছিল কেতনক।

কিয় কেতনক হ*ত্যা কৰিছিল ছিয়াই? হ*ত্যাকাণ্ডত আৰু কোনোবা জড়িত আছিল?

আৰক্ষীৰ তদন্তত ওলাই পৰে কেতন আগৰৱালাক কিয় হ*ত্যা কৰিলে ছিয়াই। প্ৰকৃততে কেতন আগৰৱালাৰ সৈতে পৰিয়ালৰ ইচ্ছানুসাৰেহে বিৱাহত সন্মতি জনাইছিল ছিয়াই। কিন্তু কেতন আগৰৱালাৰ সৈতে বিয়া পাতিবলৈ মুঠেই ইচ্ছা নাছিল ছিয়াৰ। কিয়নো ছিয়াৰ আছিল চেতন চৌধুৰী নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক। ছিয়াই কেতনৰ বিপৰীতে চেতনৰ সৈতেহে কটাব বিচাৰিছিল জীৱন, কিন্তু পৰিয়ালৰ হেঁচাতহে সন্মতি প্ৰদান কৰিছিল বিৱাহত। ছিয়া আৰু চেতনৰ প্ৰেমৰ সম্পৰ্কৰ মাজত কেতন আগৰৱালাক বাধাৰ প্ৰাচীৰ বুলি ভাবি নিজৰ জীৱনৰ পৰা আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লয় দুই প্ৰেমাস্পদে।

আৰক্ষীৰ কেনেকৈ সন্দেহ হৈছিল ছিয়াৰ ওপৰত?

১৮ জুনত সংঘটিত হৈছিল দেশজুৰি চৰ্চা লাভ কৰা এই হ*ত্যাকাণ্ড। পৰিয়ালৰ অভিযোগৰ পিছতে আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা লোহাগড় ফ’ৰ্টৰ আশে-পাশে থকা সকলো cctv ফুটেজ পৰীক্ষা কৰে। cctc ফুটেজত এক অস্বাভাৱিক দৃশ্যত আৰক্ষীৰ সন্দেহ অধিক বৃদ্ধি পায়। আৰক্ষীয়ে সন্দেহ কৰা cctv ফুটেজটোত পুনেৰ উৎকট গৰমতো এজন যুৱকক হুডী পৰিধান কৰি মুখমণ্ডল ঢাকি থকা অৱস্থাত কেইবাবাৰো ঘটনাস্থলীৰ আশে পাশে অহা-যোৱা কৰা দেখিবলৈ পায়। পিছত ছিয়াক সোধা-পোছা কৰোতে হুডী পৰিধান কৰা যুৱকজনেই ছিয়াৰ প্ৰেমিক চেতন চৌধুৰী বুলি স্বীকাৰোক্তি দিয়ে। আৰক্ষীৰ তদন্তত মোবাইল ফোনৰ লোকেশ্যন ধৰা পেলাব নোৱাৰিব বুলি ঘৰতেই মোবাইল ফোনো এৰি থৈ গৈছিল চেতন চৌধুৰীয়ে

পূৰ্বেও ৩ বাৰকৈ হ*ত্যাৰ পৰিকল্পনা কৰিছিল ছিয়া-চেতনে

আৰক্ষীৰ তদন্ত অনুসৰি চলিত বৰ্ষৰ ৩১ মে’ত প্ৰথমবাৰৰ বাবে ছিয়াই কেতন আগৰৱালাত হত্যাৰ অপচেষ্টা চলাইছিল। সেইদিনাও ছিয়াই কেতনক লৈ গৈছিল লোহাগড় ফ’ৰ্টলৈ। অভিযোগ অনুসৰি ছিয়াই সেইদিনাও কেতনক পাহাৰৰ পৰা ঠেলি পেলাবলৈ চেষ্টা কৰিছিল কিন্তু সৌভাগ্যবশতঃ সেইদিনা প্ৰাণৰক্ষা পৰিছিল কেতন আগৰৱালাৰ। পিছত সাপ দেখাৰ বাবেহে কেতনক তেনেকৈ ঠেলিছিল বুলি কৈছিল আৰু কেতনেও ছিয়াৰ সেই কথাক সহজভাৱে লৈ বিশ্বাস কৰিছিল। ৪ জুন আৰু ১৪ জুনতো কেতনক হত্যাৰ পৰিকল্পনা কৰিছিল ছিয়া আৰু চেতনে।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ছিয়া আৰু চেতনক

ঘটনাৰ তদন্তৰ অন্তত ইতিমধ্যে পুনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হ*ত্যাৰ মূল অভিযুক্ত ছিয়া গোৱেল আৰু ছিয়াক হ*ত্যাকাণ্ডত সহযোগ কৰা চেতন চৌধুৰীক। দুয়োৰে বিৰুদ্ধে হ*ত্যা আৰু ষড়যন্ত্ৰৰ গোচৰ ৰুজু কৰা হৈছে। ছিয়া আৰু চেতনৰ উপৰিও ঘটনাত আৰু অন্য লোক জড়িত আছে নেকি ইয়াৰো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। দুই অভিযুক্তৰ মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া
ভাৰত

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

August 6, 2026
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক
জীৱনশৈলী

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

August 6, 2026
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?
বিনোদন

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

August 6, 2026
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান
জীৱনশৈলী

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

August 6, 2026
Next Post
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ'ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.