• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাকিস্তানৰ হাতৰ পৰা কেনেকৈ লাক্ষাদ্বীপক উদ্ধাৰ কৰিছিল বল্লভভাই পেটেলে? জানক ইতিহাস

পাকিস্তানৰ হাতৰ পৰা কেনেকৈ লাক্ষাদ্বীপক উদ্ধাৰ কৰিছিল বল্লভভাই পেটেলে? জানক ইতিহাস

2 years ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

6 minutes ago
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

39 minutes ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

1 hour ago
মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

2 hours ago
ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

3 hours ago
জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

3 hours ago
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

3 hours ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

5 hours ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

5 hours ago
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

23 hours ago
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

1 day ago
জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পাকিস্তানৰ হাতৰ পৰা কেনেকৈ লাক্ষাদ্বীপক উদ্ধাৰ কৰিছিল বল্লভভাই পেটেলে? জানক ইতিহাস

editor by editor
January 10, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
পাকিস্তানৰ হাতৰ পৰা কেনেকৈ লাক্ষাদ্বীপক উদ্ধাৰ কৰিছিল বল্লভভাই পেটেলে? জানক ইতিহাস
0
SHARES
304
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ লাক্ষাদ্বীপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ফটোশ্বুট ভাইৰেল হোৱাৰ পাছতেই দেশজুৰি চলি আছে বয়কট মালদ্বীপ ট্ৰেণ্ড। প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয়শাসিত অঞ্চলটোক মালদ্বীপৰ সমকক্ষ বুলি দাবী কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। প্রধানমন্ত্ৰী মোদীয়ে লাক্ষাদ্বীপৰ প্ৰচাৰ চলোৱাৰ পাছতেই মালদ্বীপৰ একাংশ সাংসদেও প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি বিশেষ টুইট কৰিছে। আৰৱ সাগৰত অৱস্থিত এই লাক্ষাদ্বীপ এসময়ত পাকিস্তানৰ দখলত আছিল। পাকিস্তানে ইচ্ছা কৰিও দখল কৰিব পৰা নাছিল লাক্ষাদ্বীপ। ইয়াৰ আঁৰত আছিল গুজৰাটৰ দুগৰাকী তামিল বাসিন্দাৰ বিশেষ ত্যাগ। কেনেকৈ পাকিস্তানৰ হাতৰ পৰা লাক্ষাদ্বীপক উদ্ধাৰ কৰিছিল দুই ভাৰতীয় ব্যক্তিয়ে?

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে। স্বাধীনতা কাগজে পত্ৰই লাভ কৰিলেও সেই সময়ত দেশৰ অংশত ব্ৰিটিছৰ শাসন আছিল। সেই অঞ্চলসমূহ দখলীকৰণৰ পৰা উলিয়াই আনিবলৈ প্ৰশাসনে যথেষ্ট কষ্টও কৰিব লগা হৈছিল। যেনেকৈ কুটনৈতিক ষড়যন্ত্ৰ কৰি হায়দৰাবাদ আৰু কাশ্মীৰক ভাৰতৰ অংশ কৰা হৈছিল তেনেকৈয়ে বুদ্ধিয়ে লাক্ষাদ্বীপকো ভাৰতৰ দখললৈ অনা হৈছিল। লাক্ষাদ্বীপক ভাৰতৰ দখললৈ অনাৰ বাবে সেই সময়ত বিশেষ বুদ্ধিমত্তাৰ পৰিচয় দিছিল উপ প্ৰধানমন্ত্ৰী বল্লভভাই পেটেলে। লাক্ষাদ্বীপত সেই সময়ত অধিকাংশ মুছলমান লোকেই বসবাস কৰিছিল। আৰৱ সাগৰৰ সেই অঞ্চল নিজৰ হাতলৈ আনিবলৈ সৰ্বতোপ্ৰকাৰে যত্ন কৰিছিল পাকিস্তানে। আনকি যুদ্ধ জাহাজো পঠিয়াইছিল ইছলামাবাদৰ পৰা। এই খবৰ যেতিয়া ভাৰতৰ উপপ্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ কাণত পৰে, তেওঁ লগে লগেই কুটনৈতিক কৌশল অৱলম্বন কৰি কেইটামান বিশেষ কাম কৰি পেলাই।

পাকিস্তানৰ পৰা যুদ্ধজাহাজ লাক্ষাদ্বীপলৈ যোৱাৰ খবৰ লাভ কৰিয়েই চৰ্দাৰ বল্লভভাই পেটেলে তামিলনাডুৰ বাসিন্দা আৰকট ৰামেশ্বৰী মুদালিয়াৰ আৰু ভাই লক্ষ্মণ স্বামী মুদালিয়াৰক লাক্ষাদ্বীপলৈ পঠিয়াই দিয়ে। তামিলনাডুৰ পৰা লাক্ষাদ্বীপলৈ যাওঁতে দুই ভাতৃৰ হাতত তুলি দিয়া হয় জাতীয় পতাকা। পাকিস্তানৰ জাহাজ লাক্ষাদ্বীপত উপস্থিত হোৱাৰ পূৰ্বেই ভাৰতৰ দুই তামিল ভাতৃ লাক্ষাদ্বীপত উপস্থিত হয়। পাক যুদ্ধজাহাজ যেতিয়া লাক্ষাদ্বীপৰ কাষ পাইছিলগৈ তেতিয়া দূৰৈৰ পৰাই তেওঁলোকে ভাৰতৰ পতাকা লাক্ষাদ্বীপত উৰি থকা দেখিছিল। ভাৰতৰ পতাকা দেখিয়েই পাকিস্তানৰ যুদ্ধ জাহাজ অহা বাটেৰে উভতি যায়। এই কাহিনী মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল।

উল্লেখ্য যে বল্লভভাই পেটেলৰ এই কুটনৈতিক কৌশলৰ কথা প্রথম পোহৰলৈ আনিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০১৯ চনৰ আগষ্ট মাহৰ মন কী বাত অনু্ষ্ঠানত তেলেংগানাৰ হায়দৰাবাদ আৰু গুজৰাটৰ জুনাগড়ক ভাৰতৰ অন্তৰ্ভূক্ত কৰাৰ কাহিনীও শুনাইছিল মোদীয়ে। সেই সময়তেই লাক্ষাদ্বীপৰ প্ৰসংগও টানি আনিছিল প্ৰধানমন্ত্ৰী মোদীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক
জীৱনশৈলী

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

January 3, 2026
২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি
জীৱনশৈলী

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

January 3, 2026
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?
জীৱনশৈলী

অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

January 3, 2026
মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল
জীৱনশৈলী

মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

January 3, 2026
Next Post
ৰাম আমাৰ আৱেগ কিন্তু আমি RSS আৰু BJPয়ে আয়োজন কৰা ইভেণ্টত নাযাওঃ কংগ্ৰেছে স্পষ্টৰূপত প্ৰত্যাখান কৰিলে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ

ৰাম আমাৰ আৱেগ কিন্তু আমি RSS আৰু BJPয়ে আয়োজন কৰা ইভেণ্টত নাযাওঃ কংগ্ৰেছে স্পষ্টৰূপত প্ৰত্যাখান কৰিলে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ

১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী

১০ জানুৱাৰীৰ পৰাই সলনি গুগল পে, ফোন পেৰ নিয়ম! UPI লেনদেন কৰোতে এইকেইটা নিয়ম জনাটো খুবেই জৰুৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.