• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী ২০ হাজাৰ টকা EMI দিব পাৰিব? এই EMIত HDFC বেংকে কিমান টকাৰ ঋণ দিব আপোনাক?

1 year ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

13 minutes ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

50 minutes ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

1 hour ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

2 hours ago
তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

3 hours ago
তামিলনাডুৰ ৰাজনীতিৰ নতুন তাৰকা বিজয় থালাপতি কিমান শিক্ষিত?

4 hours ago
হঠাৎ মদ্যপানৰ প্ৰতি আসক্ত জাহ্নৱী কাপুৰ, কৰিলে অদ্ভুদ কাণ্ড!

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

5 hours ago
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহিলী ২০ হাজাৰ টকা EMI দিব পাৰিব? এই EMIত HDFC বেংকে কিমান টকাৰ ঋণ দিব আপোনাক?

মাহিলী ২০ হাজাৰ টকা EMI দিব পাৰিব? এই EMIত HDFC বেংকে কিমান টকাৰ ঋণ দিব আপোনাক?

editor by editor
April 21, 2025
in জীৱনশৈলী, বিবিধ
0
মাহিলী ২০ হাজাৰ টকা EMI দিব পাৰিব? এই EMIত HDFC বেংকে কিমান টকাৰ ঋণ দিব আপোনাক?
0
SHARES
771
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এখন সপোনৰ ঘৰ তৈয়াৰ কৰা কিংবা সপোনৰ ঘৰ ক্ৰয় কৰাৰ বাবে মধ্যবিত্ত মানুহে হোম লোন বা গৃহ ঋণৰ ওপৰতেই ভৰসা কৰে৷ কাৰণ বৃহৎ পৰিমাণৰ অৰ্থ এজন চাকৰিয়ালৰ হাতত নাথাকে৷ সেই কাৰণতেই ভৰসা হৈ উঠে হোম লোন৷ আৰু মাহে মাহে নিৰ্দিষ্ট অংকৰ ধন EMI হিচাপে পৰিশোধ কৰাৰ সুবিধা থাকে৷ এই ধন পৰিশোধ কৰাৰ বাবে নিৰ্দিষ্ট ম্যাদ বাচি ল’ব পাৰে ঋণগ্ৰহীতাই৷ ফলত এই সমস্ত কথা মূৰত ৰাখি চাকৰিয়ালে সাধাৰণতে নিজৰ সপোনৰ ঘৰ কিনাৰ বাবে হোম লোন লয়৷ আৰু EMIৰ মাধ্যমেৰে এয়া পৰিশোধ কৰিব পাৰে৷
বিগত কেইবা বছৰ ধৰি দেখা গৈছে যে, সম্পত্তিৰ চাহিদা দ্ৰুক হাৰত বাঢ়িছে৷ মানুহ ক্ৰমশ নিজৰ সপোনৰ ঘৰ ক্ৰয়ৰ পথত আগুৱাইছে৷ আৰু সেই কাৰণতেই দিনকদিনে বাঢ়িছে ঘৰৰ দাম৷ কিন্তু ইয়াতেই প্ৰশ্ন হয়, কাৰোবাৰ যদি সংসাৰত খৰচসহ সমস্ত প্ৰয়োজনীয় খৰচ কৰি ২০ হাজাৰ টকা EMI দিয়াৰ সামৰ্থ্য থাকে তেন্তে HDFCবেংকে কিমান টকা হোম লোন হিচাপে পাব?
দেশৰ সকলোতকৈ ডাঙৰ বেচৰকাৰী বেংক হৈছে HDFC বেংক৷ HDFC বেংকত হোম লোনৰ ওপৰত সুদৰ হাৰ ৮.৭০ শতাংশৰ পৰা ৯.৫৫ শতাংশ৷ অন্যহাতে HDFC বেংকৰ ষ্টেণ্ডাৰ্ড হোম লোনৰ হাৰ ৯.৪০ শতাংশৰ পৰা ৯.৯৫ শতাংশ৷ সেই হিচাপে যিসকলে প্ৰত্যেক মাহত EMI হিচাপে ২০ হাজাৰ টকা দিব পাৰে তেন্তে ৮.৭৫শতাংশ হাৰত ২০ বছৰৰ ম্যাদৰ বাবে বেংকৰ পৰা পাব ২৩ লাখ টকা৷
কোনোৱে যদি EMIৰ পৰিমাণ একেই ৰাখি ঋণ পৰিশোধৰ ম্যাদ আৰু বঢ়ায় দিয়ে তেন্তে তেওঁ আৰু বেছি পৰিমাণৰ লোন পাব পাৰে৷ উদাহৰণ হিচাপে ধৰা হ’ল, কোনোৱে যদি মাহিলী ২০ হাজাৰ টকাৰ EMI ২৫ বছৰ ধৰি দিয়ে তেন্তে একেই সুদৰ হাৰত HDFC বেংকৰ পৰা হোম লোন হিচাপে পাব ২৫ লাখ টকা৷ আৰু যদি লোনৰ ম্যাদ ৩০ বছৰ কৰিব খোজে তেন্তে ২৬ লাখ টকা HDFC বেংকে লোন দিব৷ এইক্ষেত্ৰত EMIৰ পৰিমাণ বাঢ়িব৷ মাহিলী প্ৰায় ২০৪৫৪ টকা EMI দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব
জীৱনশৈলী

May 4, 2026
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?
জীৱনশৈলী

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

May 4, 2026
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

May 4, 2026
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী
জীৱনশৈলী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

May 4, 2026
Next Post
জীৱনৰ গতি সলনি কৰিব বুধৰ ঘৰ সলনিয়ে! লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

১০ বছৰ হ’লেই কিশোৰ কিশোৰীসকলে খুলিব পাৰিব স্বাধীন বেংক একাউণ্ট, নতুন সিদ্ধান্ত RBIৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন