• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীৱনৰ গতি সলনি কৰিব বুধৰ ঘৰ সলনিয়ে! লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

জীৱনৰ গতি সলনি কৰিব বুধৰ ঘৰ সলনিয়ে! লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

1 year ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

28 minutes ago
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

1 hour ago
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

2 hours ago
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

2 hours ago
সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

সিজোৱা আমলখি নে কেঁচা আমলখি? কোনটো আপোনাৰ বাবে উত্তম?

3 hours ago
১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

১৮ ছেপ্টেম্বৰত মংগল গ্ৰহৰ গতিপথ সলনি, ৪ ৰাশি হ’ব লাভৱান!

3 hours ago
iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

iPhone 18 Pro Series Launch: iPhone ক্ৰয়ৰ পূৰ্বে জানক এই কথা, নহ’লে সমস্যাত পৰিব আপুনি!

5 hours ago
আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

আজি শুভ সংবাদ পাব ৫ ৰাশিৰ লোকে, কোনে হ’ব সাৱধান?

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

কিয় মহিলাৰ সঘনাই প্ৰস্ৰাৱ সংক্ৰমণে দেখা দিয়ে? আঁৰৰ কাৰণ জানক

16 hours ago
তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

তামৰ পাত্ৰত পানী খালে হ’ব পাৰে বিপদ! আওকাণ নকৰিব এইবোৰ কথা

16 hours ago
সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

সৰু শুকান মাছ খোৱাৰ উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

17 hours ago
পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

পিছফালকৈ খোজকঢ়াৰ আছে বহু উপকাৰিতা, জানি হ’ব আচৰিত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জীৱনৰ গতি সলনি কৰিব বুধৰ ঘৰ সলনিয়ে! লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

জীৱনৰ গতি সলনি কৰিব বুধৰ ঘৰ সলনিয়ে! লাকী ৰাশিৰ তালিকাত কোন কোন আছে?

editor by editor
April 21, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
জীৱনৰ গতি সলনি কৰিব বুধৰ ঘৰ সলনিয়ে! লাকী ৰাশিৰ তালিকাত কোন কোন আছে?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহৰেই নিজৰ নিজৰ অৱস্থান অনুসৰি বহু ৰাশিৰ জাতক জাতিকাই জীৱনত নানান প্ৰভাৱ পৰে৷ বুধ হৈছে বাণী, সঞ্চাৰ, ব্যৱসায়, বৃদ্ধি, অৰ্থব্যৱস্থাৰ কাৰক৷ আৰু সেই বুধেই ৰাশি সলনি কৰিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ মে মাহতেই আছে বুধৰ গোচৰ৷ বুধে মে মাহৰ আৰম্ভণিৰ পৰাই মেষ ৰাশিত থাকিব৷ তাৰফলত একাধিক ৰাশিৰ জাতক জাতিকাই লাভৰ মুখ দেখিব৷ জানি থওক লাকী জাতক কোন কোন?

মিথুন ৰাশি

আপোনাৰ বাবে বুধৰ গোচৰ ইতিবাচক হ’ব পাৰে৷ বুধ গ্ৰহ আপোনাৰ ৰাশিৰ একাদশতম স্থানত থাকিব৷ এই সময়ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব৷ উপাৰ্জনৰ নতুন নতুন ৰাস্তা তৈয়াৰ হব৷ কৰ্মক্ষেত্ৰত উন্নতিৰ পথ খুলিব৷ দৰমহা বৃদ্ধি আৰু ডাঙৰ ডাঙৰ পদ পাব পাৰে৷ কেৰিয়াৰত অপ্ৰত্যাশিত উন্নতিৰ যোগ তৈয়াৰ হ’ব৷ সন্তানৰ সৈতে জড়িত কোনো সুখবৰ পাব পাৰে৷

সিংহ ৰাশি

এই ৰাশি পৰিবৰ্তন আপোনাৰ গোচৰ কুণ্ডলীৰ নৱম স্থানত আছে৷ এই সময়ত আপুনি পাব ভাগ্যৰ সহায়তা৷ আয় বৃদ্ধি হ’ব পাৰে৷ কোনো ডাঙৰ পৰিকল্পনাত সফল হ’ব৷ কৰোবাত ব্যৱসায়িক সূত্ৰে বা কামৰ সূত্ৰে যাব পাৰে৷ এই সময়ত কোনো ধাৰ্মিক বা মাঙ্গলিক কাম কৰিব পাৰে বিদ্যাৰ্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত যিসকলে অংশ ল’ব খুজে তেওঁলোকে সাফল্য লাভ কৰিব৷ এই সময় সিংহ ৰাশিৰ বাবে সকলো দিশৰ পৰাই অনুকূল৷

তুলা ৰাশি

এই গোচৰ আপোনাৰ ৰাশিৰ জীৱনসংগী বা পাৰ্টনাৰৰ সৈতে জড়িত৷ কোনো অংশীদাৰীৰ কাম এই সময়ত ভালকৈ হ’ব পাৰে৷ পৰিয়াল পৰিস্থিতি ভালে থাকিব৷ সুখ শান্তিৰে ভৰি থাকিব ঘৰ৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব৷ সদস্যসকলৰ মাজত ভাল সম্পৰ্ক থাকিব৷ আপোনাৰ সম্পৰ্কসমূহ পূৰ্বতকৈ ভাল হ’ব৷ কেৰিয়াৰত অপ্ৰত্যাশিত উন্নতি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !
জীৱনশৈলী

আজিকালি কম বয়সতে কিয় মাহেকীয়া হয়? এয়া ৰোগৰ লক্ষণ নেকি জানক

September 10, 2026
গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক
জীৱনশৈলী

গৰমত উশাহ-নিশাহ লোৱাত সমস্যা? এয়া কোনো ৰোগৰ ইংগিত নেকি জানক

September 10, 2026
শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!
জীৱনশৈলী

শিৰত সেন্দূৰ ল’বলৈ টান পায় নেকি? অজানিতে কৰি আছে ডাঙৰ ভুল!

September 10, 2026
হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!
জীৱনশৈলী

হাতলৈ আহিব ধন আৰু সলনি হ’ব জীৱন, যদি কৰে এই কাম!

September 10, 2026
Next Post
১০ বছৰ হ’লেই কিশোৰ কিশোৰীসকলে খুলিব পাৰিব স্বাধীন বেংক একাউণ্ট, নতুন সিদ্ধান্ত RBIৰ

১০ বছৰ হ’লেই কিশোৰ কিশোৰীসকলে খুলিব পাৰিব স্বাধীন বেংক একাউণ্ট, নতুন সিদ্ধান্ত RBIৰ

মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.