• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০ বছৰ হ’লেই কিশোৰ কিশোৰীসকলে খুলিব পাৰিব স্বাধীন বেংক একাউণ্ট, নতুন সিদ্ধান্ত RBIৰ

১০ বছৰ হ’লেই কিশোৰ কিশোৰীসকলে খুলিব পাৰিব স্বাধীন বেংক একাউণ্ট, নতুন সিদ্ধান্ত RBIৰ

1 year ago
স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

স্কুলৰ শান্ত ছোৱালীজনীয়ে কেনেকৈ ভাঙিলে বহু যুৱকৰ নিদ্ৰা? ছানী লিয়নীৰ এই কাহিনী

24 minutes ago
নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

1 hour ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

2 hours ago
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

3 hours ago
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

3 hours ago
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

4 hours ago
আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

আপুনিও শৰীৰৰ নোম আঁতৰাই নেকি? আপোনাৰ বাবে Waxing নে Shaving উত্তম?

5 hours ago
চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

চাকৰি বিচাৰে কিন্তু INTERVIEW লৈ ভয় কৰে? এই উপায়ে সহায় কৰিব আপোনাৰ আত্মবিশ্বাস বৃদ্ধিত

6 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

7 hours ago
গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

গ্ৰীষ্মকালত কিদৰে আনক বলিয়া কৰিব? শিকক অভিনেত্ৰী পলকৰ তিৱাৰীৰ পৰা

22 hours ago
BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

BCCI ৰ জৰিমনাৰ পিছত ৰিয়ান পৰাগৰ চমক, বন্ধ কৰিলে সমালোচকৰ মুখ!

22 hours ago
মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

মাহেকীয়াত কম ৰক্তক্ষৰণ, ই কোনো ৰোগৰ ইংগিত নেকি?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, May 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০ বছৰ হ’লেই কিশোৰ কিশোৰীসকলে খুলিব পাৰিব স্বাধীন বেংক একাউণ্ট, নতুন সিদ্ধান্ত RBIৰ

১০ বছৰ হ’লেই কিশোৰ কিশোৰীসকলে খুলিব পাৰিব স্বাধীন বেংক একাউণ্ট, নতুন সিদ্ধান্ত RBIৰ

editor by editor
April 22, 2025
in জীৱনশৈলী, ভাৰত
0
১০ বছৰ হ’লেই কিশোৰ কিশোৰীসকলে খুলিব পাৰিব স্বাধীন বেংক একাউণ্ট, নতুন সিদ্ধান্ত RBIৰ
0
SHARES
249
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পিতৃ-মাতৃ বা কোনো অভিভাৱকৰ তত্ত্বাবধানৰ প্ৰয়োজন নাই৷ এতিয়াৰে পৰা ১০ বছৰতকৈ বেছি বয়সীয়া নাবালক-নাবালিকাই নিজেই স্বাধীনভাৱে সঞ্চয় বা ম্যাদি আমানত একাউণ্ট খুলিব আৰু পৰিচালনাও কৰিব পাৰিব৷ সোমবাৰে এই অনুমতি প্ৰদান কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক বা আৰ বি আইয়ে৷

বাণিজ্যিক বেংক আৰু সমবায় বেংকসমূহৰ বাবে জাৰি কৰা এই নিৰ্দেশনাত ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা জনোৱা হৈছে যে ১০ বছৰতকৈ বেছি বয়সীয়া নাবালক নাবালিকাই কি কি চৰ্তত কিমান পৰিমাণৰ ধন ৰাখিব পাৰিব একাউণ্টত৷ বেংকসমূহে ৰিস্ক মেনেজমেণ্ট নীতি অনুসৰি নিৰ্ধাৰণ কৰিব৷ একাউণ্ট খোলা আৰু পৰিচালনা কৰাৰ যাৱতীয় চৰ্তাৱলী সংশ্লিষ্ট একাউণ্টধাৰীক যথাযথভানে জনোৱা হব৷

প্ৰাপ্তবয়স্ক হোৱাৰ পাছত একাউণ্টধাৰীক একাউণ্ট পৰিচালনাৰ নতুন নিৰ্দেশিকা জনোৱা হব৷ ইয়াৰ সৈতে তেওঁৰ স্বাক্ষৰৰ নমুনা নতুনকৈ সংগ্ৰহ কৰি ৰেকৰ্ড ৰাখিব লাগিব৷ বেংকসমূহে এই অপ্ৰাপ্তবয়স্ক গ্ৰাহকৰ ইণ্টাৰনেট বেংকিং, এটিএম, ডেবিট কাৰ্ড, চেক বুক ইত্যাদি অতিৰিক্ত বেংকিং সুবিধা দিব পাৰিব৷ এই সংশোধিত নিৰ্দেশিকা মানি বেংকসমূহে চলিত বছৰৰ ১ জুলাইৰ ভিতৰত নতুন নীতিমালা তৈয়াৰ কৰিব বা বিদ্যমান নীতিমালা সংশোধন কৰিব৷

ৰিজাৰ্ভ বেংকে লগতে জনাইছে যে ইয়াৰ বাহিৰে যিকোনো বয়সৰ নাবালক নাবালিকাই তেওঁলোকৰ স্বাভাৱিক বা আইনী অভিভাৱকৰ মাধ্যমেৰে সঞ্চয় আৰু ম্যাদি আমানত একাউণ্ট খুলিব আৰু পৰিচালনা কৰিব পাৰিব৷ মাককো অভিভাৱক হিচাপে ৰখা যাব৷ স্বাধীনভাৱে পৰিচালিত হওক বা অভিভাৱকৰ মাধ্যমেৰে পৰিচালিত হওক নাবালক নাবালিকাৰ একাউণ্টৰ পৰা যাতে অতিৰিক্ত টকা তোলা নহয় সেই কথাত মনোযোগ দিব লাগিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!
জীৱনশৈলী

নিশা শোৱাৰ পূৰ্বে খাওক এইকেইবিধ বস্তু, পাব জীৱনৰ মজা!

May 2, 2026
১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!
জীৱনশৈলী

১১ মে’ৰ পূৰ্বে সাৱধান ৮ ৰাশিৰ লোক, বাঢ়িব খৰচ, হ’ব পাৰে দুৰ্ঘটনা!

May 2, 2026
আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

আপুনিও নগ্ন হৈ স্নান কৰে নেকি? সঠিক নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

May 2, 2026
স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!
জীৱনশৈলী

স্বামীৰ বাবে ভাগ্যৱান এই মূল্যাংকৰ কন্যা, পাৰিব বিলাসী জীৱন কটাব!

May 2, 2026
Next Post
মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

মঙ্গলবাৰে এই কাম কৰক, সুখী হ’ব বজৰংবলী, তেওঁৰ কৃপাত দূৰ হ’ব জীৱনৰ সকলো সমস্যা

অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

অক্ষয় তৃতীয়াত লক্ষ্মী নাৰায়ণ ৰাজযোগ, লক্ষ্মীৰ কৃপাত ধনসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতক জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.