• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৰ্ডে দিছে ৫১ কোটি, প্ৰথমবাৰ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে?

5 months ago
PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?

7 hours ago
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

8 hours ago
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

9 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

10 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

11 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

12 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বৰ্ডে দিছে ৫১ কোটি, প্ৰথমবাৰ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে?

বৰ্ডে দিছে ৫১ কোটি, প্ৰথমবাৰ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে?

editor by editor
November 3, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বৰ্ডে দিছে ৫১ কোটি, প্ৰথমবাৰ বিশ্বকাপ জয় কৰি কিমান টকা লাভ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে?
0
SHARES
785
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বচেম্পিয়ন হোৱাৰ ওপৰিও কেইবা কোটি টকা উপাৰ্জনো কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে৷ হৰমনপ্ৰীত কৌৰ, স্মৃতি মন্ধানাৰাহঁতৰ সাফল্যত আজি সুখী সমগ্ৰ ভাৰত৷ ইফালে টকাৰ অংকৰেও ভাৰতৰ পুৰুষ দলতকৈ বেছি উপাৰ্জন কৰিছে মহিলা দলটোৱে৷ আনকি ২০২৩ চনত পুৰুষে এই দিনত বিশ্বকাপ জিকি অষ্ট্ৰেলিয়াই যিমান টকা পাইছিল, তাতকৈ বেছি টকা পাইছে ভাৰতীয় মহিলা দলটোৱে৷

বিশ্বকাপ জিকাৰ পুৰস্কাৰমূল্য হিচাপে ৩৯ কোটি ৭৮ লাখ টকা পাইছে ভাৰতীয় মহিলা দলে৷ ২০২৩ চনত পুৰুষৰ বিশ্বকাপত ৰোহিত শৰ্মাৰ ভাৰতক হৰুৱাই অষ্ট্ৰেলিয়াই পাইছিল চাৰে ৩৫ কোটি টকা৷ অৰ্থাৎ পেট কামিন্সে যি টকা পাইছিল হৰমনপ্ৰীতহঁতে তেওঁলোকতকৈ ৪ কোটি বেছি পাইছে৷

এইবাৰ চেম্পিয়ন দলে বিগত বাৰৰ মহিলা বিশ্বকাপ চেম্পিয়ন দলতকৈ ২৩৯ শতাংশ বেছি টকা পাইছে৷ ৰানাৰ্ছ আপ দলে পূৰ্বতকৈ ২৭৩ শতাংশ বেছি অৰ্থ পাইছে৷ বিগত বছৰ চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দলে পাইছিল যথাক্ৰমে ১১ কোটি আৰু ৫ কোটি টকা৷ দুই ছেমিফাইনেলিষ্ট অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে এইবাৰ পাইছে ৯.৩ কোটি টকাকৈ৷ বিহত বছৰ সেয়া আছিল ২.৫ কোটি টকা৷

এইবাৰ বিশ্বকাপৰ মুঠ পুৰস্কাৰমূল্য ১২৩ কোটি টকা৷ বিগত বাৰৰ চাৰিগুণ৷ এইবাৰ আই চিচি পুৰুষ আৰু মহিলাসকলৰ বাবে সমান পুৰস্কাৰমূল্য আৰম্ভ কৰিছে৷ বিগত বছৰ পুৰুষৰ বিশ্বকাপত অৰ্থ দিয়া হৈছিল ৮৪ কোটি৷  মহিলা ক্ৰিকেটাৰসকলক তাতকৈ বেছি অৰ্থ দিয়া হৈছে৷

বিশ্বকাপ খেলা প্ৰতিটো দলে পাইছে ১ কোটি টকাকৈ৷ পঞ্চম আৰু ষষ্ঠ স্থানলৈকে যোৱা দলে পাইছে ৫.৮ কোটি টকা৷ সপ্তম আৰু অষ্টম স্থান শেষ কৰা দলে পাইছে ২.৩ কোটি টকাকৈ৷ গ্ৰুপ পৰ্বত প্ৰতিখন মেচ জয় কৰাৰ বাবে ২৮ লাখ টকাকৈ দিয়া হৈছে৷

২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত ৰোহিত শৰ্মা, বিৰাট কোহলিসহ সমগ্ৰ দলক ১২৫ কোটি টকা দিছিল ভাৰতীয় বৰ্ডে৷ হৰমনপ্ৰীতহঁতে ট্ৰফি জয় কৰাৰ পাছত বৰ্ডৰ সচিব দেৱজিৎ লন শইকীয়াই দলক ৫১ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছে ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

PNBত ৩৯০ দিনৰ FDত ৩,০০,০০০ টকা জমা কৰিলে মেচিউৰিটিত কিমান টকা লাভ কৰিব?
জীৱনশৈলী

March 31, 2026
সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা
জীৱনশৈলী

সন্তান হোৱাৰ পাছত পিতৃয়েও সন্তানৰ প্ৰতিপালনৰ বাবে ছুটি পাব লাগে, ৰাজ্যসভাত সৰৱ আপ সাংসদ ৰাঘৱ চাড্ডা

March 31, 2026
মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে!  শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?
জীৱনশৈলী

মেঘালয়ৰ মধুচন্দ্ৰিমাত পত্নীয়ে জীৱন শেষ কৰা ৰাজা আকৌ উভতিছে! শোকৰ মাজতো আনন্দ উৎসৱৰ আয়োজন ৰাজা ৰঘুবংশীৰ ঘৰত, আঁৰত কি কাৰণ?

March 31, 2026
প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ
জীৱনশৈলী

প্ৰস্ৰাৱত ফেন উঠে? মাৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো? সতৰ্ক নহ’লেই বিপদ

March 31, 2026
Next Post
এই মাহতেই ৫ টাকৈ ৰাজযোগ, হীৰাৰ দৰে চমকিব ভাগ্য, ভাগ্যবান ৫ ৰাশি কি কি?

অৱসৰপ্ৰাপ্তসকলৰ বাবে ডাঙৰ সুযোগ, মাহত পাব ১১ হাজাৰকৈ টকা, জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন