• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮দিনৰ যাত্ৰালৈ গৈ ৯মাহ মহাকাশত বন্দী! সুনীতাই পাৰিশ্ৰমিকৰ বাবদ কিমান টকা পাব NASAৰ পৰা?

৮দিনৰ যাত্ৰালৈ গৈ ৯মাহ মহাকাশত বন্দী! সুনীতাই পাৰিশ্ৰমিকৰ বাবদ কিমান টকা পাব NASAৰ পৰা?

1 year ago
সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

11 minutes ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

44 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

2 hours ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

3 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

4 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

5 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

15 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮দিনৰ যাত্ৰালৈ গৈ ৯মাহ মহাকাশত বন্দী! সুনীতাই পাৰিশ্ৰমিকৰ বাবদ কিমান টকা পাব NASAৰ পৰা?

৮দিনৰ যাত্ৰালৈ গৈ ৯মাহ মহাকাশত বন্দী! সুনীতাই পাৰিশ্ৰমিকৰ বাবদ কিমান টকা পাব NASAৰ পৰা?

editor by editor
March 17, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
৮দিনৰ যাত্ৰালৈ গৈ ৯মাহ মহাকাশত বন্দী! সুনীতাই পাৰিশ্ৰমিকৰ বাবদ কিমান টকা পাব NASAৰ পৰা?
0
SHARES
5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৮দিনৰ যাত্ৰাৰে মহাকাশলৈ গৈছিল নাছাৰ দুই নভোশ্চৰ সুনীতা আৰু উইলমোৰ৷ কিন্তু এই ৮ দিনৰ যাত্ৰা দীৰ্ঘতৰ হৈ হৈছেগৈ ৯মাহ৷  ইমান দিন ধৰি আন্তৰ্জাতিক মহাকাশ ষ্টেচনতেই আছে সুনীতা আৰু উইলমোৰ৷ কিন্তু সেই অপেক্ষাৰ অৱসান হৈছে৷ তেওঁলোকক উভতাই আনিবলৈ দেওবাৰে মহাকাশত উপস্থিত হৈছে এলন মাস্কৰ সংস্থাৰ স্পেছ এক্সৰ মহাকাশযান ক্ৰিউ-১০৷ সকলো ঠিকে থাকিলে আগন্তুক ১৯ মাৰ্চত পৃথিৱীত ভৰি দিব সুনীতাই৷ ইমান মাহ ধৰি দুই নভোশ্চৰ মহাকাশত থকাৰ বাবে কিমান টকা পাব সুনীতা আৰু উইলমোৰে? সেই বিষয়টোক লৈয়ো উঠিছে আলোচনা৷

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাৰ অৱসৰপ্ৰাপ্ত মহাকাশচাৰী কোডি কোলমেনে জনাইছে যে নভোশ্চৰসকলৰ বাবে পৃথককৈ কোনো বিশেষ অভাৰটাইম দৰমহা নাই৷ যিহেতু তেওঁলোক ফেডাৰেল কৰ্মচাৰী, তেওঁলোকে মহাকাশত  থকা বা পৃথিৱীত থকা সকলোতেই একে বেতনেই পাব৷ কাৰণ তেওঁলোকৰ কামৰ কোনো ভাগ কৰা নহয়৷ ফলত সুনীতাহঁতে পূৰ্বে যিমান দৰমহা পাইছিল সিমান দৰমহাই এই ৯মাহৰ বাবেও ধৰা হব৷ অৱশ্যে ইমানদিন ধৰি আন্তৰ্জাতিক মহাকাশ ষ্টেচনত তেওঁলোকৰ খোৱা আৰু জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় অন্য সমস্ত ব্যৱহাৰ্য সামগ্ৰীৰ খৰচ বহন কৰি আহিছে নাছাই৷

মাৰ্কিন সংবাদমাধ্যমক কোডিয়ে জনাইছে যে এই ধৰণৰ আকস্মিক দুৰ্ঘটনাৰ বাবে অভিযান দীৰ্ঘায়িত হলে নভোশ্চৰসকলৰ বেতনৰ ওপৰিও এতিয়া দৈনিক ভাট্টা দিয়া হয় যাৰ পৰিমাণ খুবেই নগণ্য, দিনেপ্ৰতি মাত্ৰ চাৰি ডলাৰ ভাৰতীয় মুদ্ৰাত ৩৪৭ টকা৷ উদাহৰণ হিচাপে কোডিয়ে জনাইছে যে ২০১০-২০১১ চনত ১৫৯ দিনৰ এক অভিযানত যাওঁতে তেওং দৰমহাৰ ওপৰিও লাভ কৰিছিল ৬৩৬ ডলাৰ৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৫৫ হাজাৰৰো বেছি টকা অতিৰিক্ত ভাট্টা পাইছিল৷ সেই হিচাপত চাবলৈ গলে ২৮৭ দিনৰো বেছি সময় মহাকাশত কটোৱাৰ বাবে অতিৰিক্ত মাত্ৰ ১১৪৮ ডলাৰ অৰ্থাৎ প্ৰায় ১ লাখমান টকা পাব সুনীতাই৷

কিন্তু ইয়াতেই প্ৰশ্ন হয় সাধাৰণতে কিমান দৰমহা পায় মাৰ্কিন মহাকাশচাৰীয়ে? সুনীতা আৰু বুচ উইলমোৰৰ দৰমহাৰ স্তৰ হৈছে জি এছ-১৫৷  জি এছ ছিষ্টেমৰ নিৰিখত ফেডাৰেল কৰ্মীসকলৰ দৰমহাই সৰ্বোচ্চ৷ এই স্তৰৰ কৰ্মীসকলৰ বাৰ্ষিক দৰমহা সৰ্বোচ্চ ১৬২,৬৭২ ডলাৰ পৰ্যন্ত হব পাৰে৷ ভাৰতীয় মুদ্ৰাত প্ৰায় ১ কোটি ৪০ লাখ টকা হব পাৰে৷ ফলত প্ৰায় ১০ মাহ মহাকাশত থকাৰ বাবে সুনীতাই পাব পাৰে ১২২,০০৪ ডলাৰ, অৰ্থাৎ প্ৰায় ১ কোটি টকা৷

উল্লেখ্য যে দেওবাৰে আন্তৰ্জাতিক মহাকাশ ষ্টেচনত উপস্থিত হৈছে ক্ৰিউ-১০ৰ চাৰি মহাকাশচাৰী৷ সুনীতা আৰু বুচৰ সৈতে তেওঁলোকৰ দেখা হৈছে৷ ইমান দিন পাছত সহকৰ্মীসকলক পাই উচ্ছ্বাসিত সুনীতা৷ তেওঁলোকৰ উচ্ছ্বাসৰ সেই মুহূৰ্ত ধৰা পৰিছে কেমেৰাত৷ মাৰ্কিন টিভি চেনেলত সেই দৃশ্য সম্প্ৰচাৰিতও হৈছে৷ আগন্তুক বুধবাৰে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ডেৰ বজাত সুনীতাসহ চাৰি জনক লৈ আকৌ পৃথিৱীৰ উদ্দেশ্যে ৰাওনা হব স্পেছ এক্সৰ মহাকাশযান৷ সুনীতাসকলৰ সৈতে উভতিব  নাছাৰ নিক হগ আৰু ৰুছ নভোশ্চৰ আলেকজেণ্ডাৰ গবৰ্নভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা
স্বাস্থ্য

সাৱধান! অতিমাত্ৰা নিমখীয়া খাদ্যই শৰীৰত বৃদ্ধি কৰে চেনিৰ মাত্ৰা

April 7, 2026
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
Next Post
কেৱল সুদৰ পৰাই আয় কৰিব ১৮লাখ টকা, কেনেকৈ এই ধন লাভ সম্ভৱ?

কেৱল সুদৰ পৰাই আয় কৰিব ১৮লাখ টকা, কেনেকৈ এই ধন লাভ সম্ভৱ?

হোলি খেলাটো অপৰাধ! এইবাৰ মহম্মদ ছামীৰ কন্যাক টাৰ্গেট মৌলবী ৰিজভীৰ

হোলি খেলাটো অপৰাধ! এইবাৰ মহম্মদ ছামীৰ কন্যাক টাৰ্গেট মৌলবী ৰিজভীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.