UPIৰ মাধ্যমেৰে টকা পঠিয়াবলৈ Google Pay প্ৰায়সংখ্যক লোকেই ব্যৱহাৰ কৰে৷ এই Google Payক বাছনি কৰি লোৱাৰ কাৰণ মূলত দুটা৷ এক নম্বৰতে ইয়াৰ মাধ্যমেৰে টকা পঠিওৱা পদ্ধতি খুবেই সহজ৷ দ্বিতীয়তে এয়া অত্যন্ত নিৰাপদো৷ আপোনাৰ সমস্ত ট্ৰানজেকশ্ব্যন হিষ্ট্ৰি নিজৰ হাতত ৰাখে গুগল পেই৷ কিন্তু আপুনি যদি বিচাৰে তেন্তে সেই হিষ্ট্ৰি সহজে ডিলিটো কৰি দিব পাৰে৷ ডিলিট কৰা পদ্ধতি অৱশ্যে বহুতেই নাজানে৷
কেনেকৈ ডিলিট কৰিব হিষ্ট্ৰি?
গুগল পে এপটো খুলি প্ৰফাইল ছেকচনলৈ প্ৰথমে যাওক৷ তাৰপাছতেই স্ক্ৰল কৰি ছেটিংছত যাওক৷ তাতেই প্ৰাইভেচি এণ্ড চিকিউৰিটি অপশ্ব্যন পাব৷ তাৰ পৰা ডাটা এণ্ড পাৰ্ছনেলাইজেশ্ব্যন অপশ্ব্যনত টেপ কৰি গুগল একাউণ্টৰ লিংকত ক্লিক কৰক৷ তেতিয়াই আপুনি গুগল একাউণ্ট পেজ দেখা পাব৷ এইবাৰ পেমেণ্টছ এণ্ড ছাবস্ক্ৰিপশ্ব্যনত গৈ পেমেণ্ট ইনফোত যাওক৷ তাতেই ক্লিক কৰি আকৌ যাওক মেনেজ এক্সপেৰিয়েন্সত৷ ইয়াৰ পাছতেই পেমেণ্টছ ট্ৰান্সেকশ্ব্যনছ এণ্ড এক্টিভিটিত গৈ পাব গুগল পে ট্ৰান্সেকশ্ব্যনৰ তালিকা৷ এইবাৰ চাই চাই উৰাই দিব পাৰিব লেনদেনৰ ইতিহাস৷
আপুনি যদি ডেস্কটপত গুগল পে খোলে তেন্তে তাতো একেদৰেই লেনদেনৰ ইতিহাস মুছি পেলাব পাৰিব৷ ডেস্কটপৰ পৰা ডিলিট কৰিবলৈ প্ৰথমে https://myaccount.google.com/ এই লিংকত ক্লিক কৰক৷ তাৰপাছতেই পেমেণ্টছ এণ্ড ছাবস্ক্ৰিপছন অপশ্ব্যনত যাওক৷ তাত গৈ পেমেণ্ট ইনফোত ক্লিক কৰি পেমেণ্টছ ট্ৰানজেকশ্ব্যন এণ্ড এক্টিভিটি অপশ্ব্যনত যাওক৷ একেদৰে গুগল পে ট্ৰানজেকশ্ব্যনৰ তালিকা পাব৷ তাৰপৰা বাচি বা
https://myaccount.google.com/ এই লিংকে ক্লিক করুন। তার পর পেমেন্টস অ্যান্ড সাবস্ক্রিপশনস অপশনে যান। সেখান থেকে পেমেন্ট ইনফো ও তাতে ক্লিক করে পেমেন্টস ট্রানজ্যাকশনস অ্যান্ড অ্যাক্টিভিটি অপশনে যান। একই ভাবে গুগল পে ট্রানজ্যাকশনসের তালিকা পেয়ে যাবেন। তার পর ধরে ধরে বা একেবারে উড়িয়ে দিতে পারেন লেনদেনের ইতিহাস।
গুগল পে অ্যাকাউন্ট ডিলিট করবেন কীভাবে
https://myaccount.google.com/ এই ঠিকানায় গিয়ে ডেটা অ্যান্ড প্রাইভেসি পলিসিতে যেতে হবে। সেখান থেকে ডিলিট এ গুগল সার্ভিসে। তার পর সেখানে গুগল পে সার্ভিস খুঁজে নিয়ে ডানদিকের ডাস্টবিন আইকনে ক্লিক করুন। একটি ওয়ার্নিং মেসেজ পাবেন। সেই অনুযায়ী ইনস্ট্রাকশন মেনে ডিলিট করে দিতে পারবেন আপনার অ্যাকাউন্ট। চিরতরে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ