• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?

শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?

4 years ago
এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

এখিলা পাতে দূৰ কৰিব শৰীৰৰ সকলো সমস্যা, উপকাৰী গুণ জানি হ’ব আচৰিত!

56 minutes ago
ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

ভাৰতৰ কোনখন চহৰে প্ৰথমে বিদ্যুৎ লাভ কৰিছিল? বুদ্ধিমানসকলে পাৰিব সঠিক উত্তৰ

2 hours ago
বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

বিস্কুটত কিয় ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

2 hours ago
কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

কেতিয়া মুকলি হ’ব IPL 2026 ৰ সম্পূৰ্ণ সূচী? আহিছে ডাঙৰ আপডেট

3 hours ago
পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

পুৱাই টোপনিৰ পৰা উঠিলে মূৰটো গধুৰ লাগে নেকি? জানক কি কৰিব

4 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

ধন আগমনৰ যোগ! কোন ৰাশিৰ কেনে যাব দিনটো?

4 hours ago
এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

এলোভেৰা জেলৰ আচৰিত উপকাৰ, জিলিকি উঠিব আপোনাৰ ছাল!

12 hours ago
Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

Bathroom নে Washroom? ৯৯% লোকে নাজানে ইয়াৰ প্ৰকৃত অৰ্থ!

13 hours ago
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

13 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

14 hours ago
ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

ব্ৰেইন ষ্ট্ৰোক কিয় হয়, প্ৰথম লক্ষণ দেখিলে কি কি কৰিব?

15 hours ago
বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

বয়সীয়াল পুৰুষক কিয় পছন্দ কৰে মহিলাই? প্ৰেম নে অন্য কিবা জানক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?

editor by editor
May 30, 2022
in বাণিজ্য, ভাৰত
0
শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?
0
SHARES
192
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাস :  ২০২০ চনত ভাৰতীয় শ্বেয়াৰ বজাৰত পতন ঘটিছিল। সেই সময়ত কৰ’না মহামাৰীৰ বাবে সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰতে কুপ্ৰভাৱ পৰিছিল। অৱশ্যে ২০২১ চনত দেশৰ শ্বেয়াৰ বজাৰলৈ পুনৰ স্বাভাৱিক ছন্দ উভতি আহে। অৰ্থাৎ স্বাভাৱিক ব্যৱসায় আৰম্ভ হয়। ২০০০ টা কোম্পানীৰ শ্বেয়াৰৰ দাম একেৰাহে বাঢ়িবলৈ লয়। তাৰ পৰিণতিত ২০০ টাৰো অধিক কোম্পানীৰ শ্বেয়াৰে ৬/৭ মাহত চাৰি গুণ পৰ্যন্ত লাভ দিছে। সেইবাবে যোৱ মাৰ্চ মাহৰ পৰা শ্বেয়াৰৰ বিক্ৰী বাঢ়িছে। বিক্ৰী বাঢ়িলে শ্বেয়াৰৰ দাম কমিবলৈ আৰম্ভ কৰে। বৰ্তমান এই ধাৰা অব্যাহত আছে।

ইয়াৰ পূৰ্বৰ লেখাত আমি ট্ৰেডিং লেভেলৰ বিষয়ে আলোচনা কৰিছিলো। গতিকে সেই বিষয়ে বিতংকৈ পুনৰ আলোচনা কৰাৰ প্ৰয়োজন নাই। বৰ্তমান মুদ্ৰাস্ফীতি আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবেও বহ শ্বেয়াৰৰ দাম কমিছে। আৰু নিম্ন স্তৰত শ্বেয়াৰৰ কিনা বেচা চলিব লাগিছে। অৰ্থাৎ কম টকা বিনিয়োগ কৰিও ভাৰতীয় শ্বেয়াৰ বজাৰত ব্যৱসায় কৰিব পৰা পৰিবেশ সৃষ্টি হৈছে। নতুন বিনিয়োগকাৰী বাবে ই এক সু খবৰ। কিন্তু তাৰ পূৰ্বে জানিব লাগিব কোন কোম্পানীৰ শ্বেয়াৰত ধন বিনিয়োগ কৰা উচিত। গতিকে আজি সেই বিষয়ে আলোচনা কৰা হ’ব।

লগতে পঢ়ক দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

বৰ্তমান ষ্টিল অথৰিটি অৱ ইণ্ডিয়া (চেইল)ৰ এটা শ্বেয়াৰৰ দাম ৭৫/- টকাত কৈ কম। এই শ্বেয়াৰটো ৭০/৭১ টকাত কিনিব পাৰিলে ভাল। এবছৰৰ ভিতৰত ইয়াৰ দাম ১৫০/- টকা বা ততোধিক হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই শ্বেয়াৰ ৮০/- টকাৰ কমত কিনিব পাৰি।

বেংক অব ইণ্ডিয়াৰ শ্বেয়াৰ ৫০/- টকা বা তাতকৈ কম দামত কিনিব পাৰিলে ৫/৬ মাহত দুগুণ লাভ আৰ্জন কৰাৰ সুবিধা পোৱা যাব। বৰ্তমান সময়ত বেংক অব ইণ্ডিয়াৰ শ্বেয়াৰ কনি ৰাখিব লাগে। পঞ্জাৱ নেছনেল বেংকৰ শ্বেয়াৰৰ বৰ্তমান ট্ৰেডিং লেভেল ৩০/- টকাৰ পৰা ৩৫/- টকাৰ ভিতৰত। এই শ্বেয়াৰৰ দাম  কম সময়ত ৪৫/- টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পঞ্জাৱ নেছনেল বেংকৰ শ্বেয়াৰো এতিয়া কিনি ৰাখিব পাৰি।

লগতে পঢ়ক পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা

ভাৰতীয় শ্বেয়াৰ বজাৰৰ অধিক অৱনতি হ’লেও পঞ্জাৱ নেছনেল বেংকৰ শ্বেয়াৰৰ দাম ২৮/- টকাতকৈ কম হোৱাৰ সম্ভাৱনা নাই। কিয়নো এই শ্বেয়াৰটোৰ চাপ’ৰ্ট লেভেল ২৮.৩০ টকা। চাপ’ৰ্ট লেভেল সম্পৰ্কে পৰবৰ্তী লেখাত বিতংকৈ আলোচনা কৰা হ’ব। আন এটা ভাল শ্বেয়াৰ হৈছে ইণ্ডিয়ান অইল কৰ্প’ৰেছন চমুকৈ আই অ’ চি। বৰ্তমান আই অ’ চি ৰ এটা শ্বেয়াৰৰ দাম ১১৫/- টকাত কৈ কম। বজাৰৰ অৱস্থা অধিক শোচনীয় হ’লে আই অ’ চি ৰ শ্বেয়াৰৰ দাম ১০০/- লৈ কমিব পাৰে। গতিকে বিপদৰ সম্ভাৱনা নাই।

অৱশ্যে এই শ্বেয়াৰৰ দাম আগন্তুক ৬/৭ মাহৰ ভিতৰত সৰ্বাধিক ১৫০/- টকা পৰ্যন্ত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এনে আৰু বহু শ্বেয়াৰ আছে যি সমূহে ৪৫ দিনৰ ভিতৰত তিনিগুণ পৰ্যন্ত লাভ দিয়াৰ উদাহৰণ আছে। তেনে শ্বেয়াৰক বুলিশ্ব শ্বেয়াৰ বুলি কোৱা হয়। ইয়াৰ পৰবৰ্তী লেখাত বুলিশ্ব লেভেলৰ বিষয়ে আলোচনা কৰা হ’ব।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamshare market
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম
বাণিজ্য

বিমানৰ টিকট বাতিল হ’লে ভৰিব নালাগে অতিৰিক্ত ধন! DGCA ৰ নতুন নিয়ম

March 22, 2026
জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন
জীৱনশৈলী

জন্মছকৰ দশম ঘৰৰ মাহাত্ম্য জানেনে? কোষ্ঠীৰ এই ঘৰেই সলাই দিব পাৰে আপোনাৰ জীৱন

March 22, 2026
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?
জীৱনশৈলী

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

March 22, 2026
ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?
জীৱনশৈলী

ডিজিটেল সোণ ক্ৰয় বেছি লাভজনক নে সাধাৰণ সোণ লাভজনক? ক’ত বিনিয়োগ কৰাটো বেছি লাভজনক?

March 22, 2026
Next Post
কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!

কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!

মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?

মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.