• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

4 years ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

8 minutes ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

36 minutes ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

1 hour ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

2 hours ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

Railway Bharti 2026: 12th উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

2 hours ago
স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

স্নাতক যুৱক-যুৱতীসকলৰ বাবে ওলাইছে চাকৰি, ২৭ অক্টোবৰৰ পূৰ্বে কৰক আবেদন

3 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ ১২ ৰাশিৰ জাতক-জাতিকাৰ দিনটো কেনে যাব?

4 hours ago
থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

থিয় হৈ পানী খোৱাটো ভৰিৰ গাঁথিৰ বাবে অপকাৰী নেকি? বিশেষজ্ঞই ক’লে এইদৰে…

5 hours ago
অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

অমৃতপ্ৰভাৰ পিছত এইবাৰ সন্দীপন গাৰ্গে পালে জামিন, শীঘ্ৰে আহিব মুকলি আকাশৰ তলত

5 hours ago
Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

Gold Price Forecast: কোটিপতি হ’ব খুজিলে জমা কৰক সোণ, পুনৰ হ’ব পাৰে আকাশলংঘী!

6 hours ago
Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

Sun Transit 2026: সাৱধান হওক! শীঘ্ৰে মিথুন ৰাশিকে ধৰি এই ৪ ৰাশিৰ আহিব পাৰে বিপদ

7 hours ago
TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

TESLAৰ যুগান্তকাৰী আৱিষ্কাৰ: বতাহত উৰিব পৰা বাহন নিৰ্মাণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

editor by editor
May 30, 2022
in চিনেমা, বিবিধ
0
মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?
0
SHARES
233
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আই পি এল ২০২২ৰ ফাইনেলৰ দিনা অৰ্থাৎ ২৯ মে’ত বলিউদৰ পাৰ্ফেক্টচনিষ্ট আমিৰ খান আৰু কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধাৰ ট্ৰেইলাৰ মুক্তি পালে। অদ্বৈত চন্দনৰ পৰিচালনা আৰু এৰিক ৰথ আৰু অতুল কুলকৰ্ণীৰ ৰচনা কৰা লাল সিং চাদ্ধা ছবিখন চলিত বৰ্ষৰ অন্যতম প্ৰত্যাশিত ছবি। অৱশ্যে, এই ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পিছতে সামাজিক মাধ্যম বিশেষকৈ টুইটাৰত ছবিখনৰ বৰ্জনৰ জোৱাৰ উঠিছে!

কালিৰ পৰা #BoycottLaalSinghChaddha টুইটাৰত ট্ৰেণ্ড আছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ছবিখন বৰ্জন কৰাৰ অসংখ্য কাৰণ ব্যাখ্যা কৰা দেখা গৈছে৷ তাৰ মাজত আছে নেপটিজিম, দেশপ্ৰেম, আৰু অন্যান্য। তদুপৰি, নেটিজেনসকলে ছবিখনৰ ট্ৰেইলাৰ চাই ছবিখন অ’টিটি প্লেটফৰ্মত উপলব্ধ ফৰেষ্ট গাম্পৰ পৰা কপি কৰা বুলিও অভিযোগ কৰিছে৷

#BoycottLaalSinghChaddha কিন্তু কিয়?

লগতে পঢ়ক পপীয়া তৰাৰ দৰে খহি পৰিল কংগনা

বৰ্তমান টুইটাৰত #BoycottLaalSinghChaddha ট্ৰেণ্ডিঙত থকা ছবিখনৰ মুখ্য চৰিত্ৰটোৰ অভিনেতা আমিৰ খানক ট্ৰ’ল কৰি নেটিজেনসকলে পুৰণি বিতৰ্কিত বক্তব্য যেনে ‘ভাৰত অসহিষ্ণু,’ আদি প্ৰসঙ্গও উত্থাপন কৰিছে। এজন অনুৰাগীয়ে লিখিছে, ‘‘আমিৰ খানে কৈছিল ‘ভাৰত অসহিষ্ণু আৰু তেওঁ ভাৰত এৰিব বিচাৰে’ #BoycottBollywood #BoycottLaalSinghChaddha No Cleanchit Option In SSRCase (sic)।’’

বহু ট্ৰ’লাৰে আমিৰ খানৰ পুৰণি মন্তব্যবোৰ খান্দি উলিয়াই এইদৰে আক্ৰমণ কৰা দেখা গৈছে যিবোৰে পুনৰ পূৰ্বৰ দৰে বিতৰ্কৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে।

Aamir Khan Said “India Is Intolerant and He wants to Leave India”#BoycottBollywood #BoycottLaalSinghChaddha

No Cleanchit Option In SSRCase pic.twitter.com/nnQOpw0EMo

— ANGRY BOT 🦋 🌟 🦋 🌟 🦋 (@United__4SSR) May 29, 2022

লগতে পঢ়ক ছালত হোৱা ভেঁ‌কুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?

ইফালে, ছবিখনত আমিৰ খানৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে মোনা সিঙে আৰু দুয়োৰে মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। ফৰেষ্ট গাম্পৰ বিখ্যাত সংলাপ, “মোৰ মাএ সদায় কৈছিল, জীৱনটো চকলেটৰ বাকচৰ দৰে আছিল। আপুনি কেতিয়াও নাজানে আপুনি কি পাব হৈ পৰিছে’’, ‘‘মায়ে কৈছিল জীৱনটো গোলগাপ্পাৰ দৰে, পেট ভৰ্তি হ’লেও মন নভৰে।’’ আদি সংযোজন কৰা হৈছে৷ লাল সিং চাদ্ধাৰ শৈশৱৰ প্ৰেমৰ চৰিত্ৰত অভিনয় কৰিছে কৰীণা কাপুৰে।

উল্লেখ্য যে হলিউদৰ ছবি ফৰেষ্ট গাম্পৰ অফিচিয়েল হিন্দী ৰিমেক হৈছে লাল সিং চাদ্ধা। ছবিখনৰ বাবে আমিৰে তেওঁৰ 3 ইডিয়টছৰ সহ অভিনেত্ৰী কৰীণা কাপুৰ খান আৰু মোনা সিঙৰ সৈতে পুনৰ অভিনয় কৰিছে।

এই ছবিখনৰ জৰিয়তে নাগাৰ্জুনৰ পুত্ৰ নাগা চৈতন্যৰো বলীউডত অভিষেক ঘটিব। মূল হলিউদ ছবিখনত টম হেংকছকে অভিনয় কৰিছিল। জানিব পৰা মতে, ছবিখনত শ্বাহৰুখ খানে কেমিঅ’ৰ চৰিত্ৰত অভিনয় কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodkareena kapoorLaal Singh Chaddha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক
বাণিজ্য

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

October 16, 2026
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক
জীৱনশৈলী

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

October 16, 2026
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!
জীৱনশৈলী

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

October 16, 2026
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস
জীৱনশৈলী

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

October 16, 2026
Next Post
শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?

শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?

কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!

কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.