• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?

মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?

4 years ago
প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

59 minutes ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

1 hour ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

2 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

3 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

4 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

5 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

7 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

15 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

15 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?

editor by editor
May 30, 2022
in ভাৰত, ৰাজনীতি, সংগীত
0
মাত্ৰ ২৮ বছৰতে হত্যাৰ বলি সিদ্ধু মুছৱালা : কিয় বিখ্যাত আছিল সিদ্ধু?
0
SHARES
225
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে দিন দুপৰতে ৰাজপথত পাঞ্জাৱী কণ্ঠশিল্পী সিদ্ধু মুছৱালাক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইফালে শিল্পীগৰাকীৰ শোকস্তব্ধ অনুৰাগীয়ে তেওঁৰ হত্যাকাণ্ডৰ বাবে পঞ্জাৱৰ আম আদমি পাৰ্টিৰ ভগৱন্ত মান চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে৷

গুলীবিদ্ধ হৈ মৃত্যু বৰণ কৰা মাত্ৰ ২৮ বছৰীয়া পাঞ্জাৱী ৰেপাৰ কণ্ঠশিল্পীগৰাকী কেৱল সংগীতৰ বাবেই সংবাদ শিৰোনাম দখল কৰি চৰ্চা লাভ কৰা নাছিল।

প্ৰকৃত নাম শুভদীপ সিং সিদ্ধু মুছৱালাৰ জন্ম হৈছিল ১৯৯৩ চনত পঞ্জাৱৰ মানছা জিলাৰ মানছা নামৰ গাঁওখনত। তেওঁৰ মাতৃ গাঁৱৰ সৰপঞ্চ আৰু দেউতাক এজন প্ৰাক্তন সেনা আছিল। কংগ্ৰেছ নেতাগৰাকীয়ে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰিছিল। কলেজতে তেওঁ সংগীতৰ ক্ষেত্ৰখনত পদাৰ্পণ কৰি আৰু পিছলৈ কানাডালৈ গুচি যায়।

লগতে পঢ়ক শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?

ইনষ্টাগ্ৰামত ৮১ লাখ ফ’ল’ৱাৰ থকা ২৮ বছৰীয়া সিদ্ধুৱে প্ৰায়ে ভিডিঅ’ আৰু ফ’টোত মাৰণাস্ত্ৰ লৈ পোজ দিয়া দেখা গৈছিল, যাৰ বাবে বিভিন্ন সময়ত তেওঁ সমালোচিত হৈ আহিছিল৷ আনকি তেওঁৰ বিৰুদ্ধে বন্দুক–সংস্কৃতিৰ প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ৰাইফলৰ গুলী চলোৱাৰ ছবি ভাইৰেল হোৱাৰ পিছতে তেওঁৰ বিৰুদ্ধে গোচৰো তৰা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে বাতিল কৰা তিনি বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে আৰম্ভ কৰা আন্দোলনৰ তেওঁ সমৰ্থক হোৱাৰ লগতে এক দৃঢ় কণ্ঠস্বৰো আছিল৷

এই জনপ্ৰিয়তাৰ বাবেই মুছৱালাক দলত যোগদান কৰোৱাইছিল কংগ্ৰেছে। সদ্য পঞ্জাৱ বিধানসভাৰ নিৰ্বাচনত মানছাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও সিদ্ধু মুছৱালাই আপৰ বিজয় চিংলাৰ হাতত পৰাস্ত হৈছিল।

লগতে পঢ়ক মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

মুছৱালাৰ মৃত্যুৰ পিছতে গেংষ্টাৰ লৰেন্স বিষ্ণই গোটে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ পোষ্টত অভিযোগ কৰা হৈছে যে গায়কজনে যুৱ আকালি দলৰ নেতা বিক্ৰমজিৎ সিঙৰ হত্যাকাৰীক আশ্ৰয় দিছিল।

ইফালে গেংষ্টাৰে মুছৱালাক মৃত্যুৰ ভাবুকি দিয়াৰ বাবে পঞ্জাৱৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে তেওঁক চাৰিজন সশস্ত্ৰ জোৱানৰ নিৰাপত্তা আৱৰণ প্ৰদান কৰিছিল।

কিন্তু তেওঁক গুলীয়াই হত্যা কৰাৰ এদিনৰ পূৰ্বে আম আদমিৰ ভগৱন্ত মানৰ চৰকাৰে অন্য ভিভিআইপিৰ সৈতে সিদ্ধু মুছৱালাৰ নিৰাপত্তাৰক্ষীৰ পৰিমাণ হ্ৰাস কৰিছিল। মুছৱালাক দুজন নিৰাপত্তাৰক্ষীৰ সুৰক্ষা আছিল যদিও তেওঁক গুলীয়াই হত্যা কৰাৰ সময়ত মুছৱালাই নিৰাপত্তাৰক্ষীৰ অবিহনে গাড়ীৰে ক’ৰবালৈ উলাই গৈছিল৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assambhagwant mannPunjab CM Bhagawant MannSiddhu Moose wala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!
ভাৰত

প্ৰধানমন্ত্ৰী মোদীৰ পোষ্ট ব্লক কৰি Meta-ই বিচাৰিলে ক্ষমা, ক’লে- ভুলতে হ’ল!

July 28, 2026
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
Next Post
UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ

UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ

কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.