• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ

UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ

4 years ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

7 hours ago
Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

Assamese Movie: ‘চুপা চুপি’ আহি আছে! আপুনি চাবলৈ সাজুনে?

7 hours ago
কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

কোনে হেক কৰিলে Cockroach Janta Party ৰ ইনষ্টাগ্ৰাম একাউণ্ট?

8 hours ago
তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

তীব্ৰবেগী ৰে’লৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন, এতিয়া বাঢ়িব নেকি ৰে’ল কৰ্মচাৰীৰ দৰমহা?

9 hours ago
বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

বিপদৰ সময়ত ধনৰ অভাৱ? সহায় নিবিচাৰে এই ৫টা ৰাশিৰ লোকে!

9 hours ago
পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

পঁইতা ভাত প্ৰিয় নেকি? এটা ভুলে কৰিব পাৰে বিষ সদৃশ!

9 hours ago
সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

সপোনত বাৰে বাৰে শনি দেৱৰ দৰ্শন, এয়া ভাগ্য উদয় নে বিপদৰ আগমণৰ ইংগিত?

10 hours ago
২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

২ জুনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ ৰাশিৰ ভাগ্য, হ’ব আৰ্থিক লাভ!

12 hours ago
গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

গোপনে বিবাহপাশত আৱদ্ধ হ’ল নেকি কংগনা ৰাণাৱট? ডিঙিৰ মংগলসূত্ৰই লগালে হাহাকাৰ!

12 hours ago
ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

ক ণ্ডমৰ মূল্য হ’ব নেকি বৃদ্ধি? মধ্যপ্ৰাচ্যৰ সৈতে ইয়াৰ সম্পৰ্ক কি জানক

13 hours ago
কেন্দ্ৰীয় কৰ্মচাৰীৰ মৌলিক দৰমহা ১৮ হাজাৰৰ পৰা ৬৯ হাজাৰলৈ বৃদ্ধি পাব নেকি?

8th Pay Commission: শীঘ্ৰে অনুষ্ঠিত হ’ব অষ্টম দৰমহা আয়োগৰ বৈঠক, দৰমহা আৰু পেঞ্চনৰ আহিব ডাঙৰ আপডেট

14 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ

editor by editor
May 30, 2022
in Uncategorized
0
UPSCৰ পৰীক্ষাৰ ফলাফল ঘোষণা, প্ৰথম তিনি স্থান দখল মহিলাৰ
0
SHARES
271
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩০ মে’ত কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২১ বৰ্ষৰ ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰিছে। প্ৰাথমিক, মূল পৰীক্ষাৰ আৰু সাক্ষাৎকাৰৰ পিছত সোমবাৰে চূড়ান্ত ফলাফল প্ৰকাশ কৰা হয়।

চলিত বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত শ্ৰুতি শৰ্মাই প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে ক্ৰমে অংকিতা আগৰৱালাই দ্বিতীয় আৰু গামিনী সিংগলাই তৃতীয় স্থান লাভ কৰিছে৷

২০২১ বৰ্ষৰ ভাৰতীয় অসামৰিক সেৱা পৰীক্ষাৰ বিশেষত্ব হৈছে যে প্ৰথম তিনিটা স্থান মহিলাই অধিকাৰ কৰিছে৷

লগতে পঢ়ক কি ভেল্কীবাজি আছে? ১১ কোটিত ক্ৰয় কৰিও সেই ঘৰত নাথাকে গৃহস্থ!

উল্লেখ্য যে যোৱা ১৭ মাৰ্চত অসামৰিক সেৱা (মূল) পৰীক্ষা ২০২১ৰ ফলাফল প্ৰকাশ পাইছিল। মূল পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলক সাক্ষাৎকাৰৰ ৰাউণ্ড (ব্যক্তিত্ব পৰীক্ষা)লৈ আমন্ত্ৰণ জনাই ২০২২ চনৰ ৫ এপ্ৰিলৰ পৰা ২৬ মে’লৈকে হোৱাৰ সাক্ষাৎকাৰ পিছতে ইউপিএছচি-এ চূড়ান্ত ফলাফল ঘোষণা কৰিছে।

ইউপিএছচি-এ চলিত বৰ্ষত ৬৮৫ গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ বাবে মনোনীত কৰিছে। সাধাৰণ শ্ৰেণীৰ ২৪৪ গৰাকী, ই ডব্লিউ এছৰ ৭৩ গৰাকী, অ’ বি চিৰ ২০৩ গৰাকী, অনুসূচিত জাতিৰ পৰা ১০৫ গৰাকী আৰু অনুসূচীত জনজাতিৰ ৬০ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ পৰীক্ষাত সফলতা অৰ্জন কৰিছে।

ইফালে এইবাৰ অসমৰ দুগৰাকী প্ৰাৰ্থীয়ে সফলতা লাভ কৰা বুলি এই মুহূৰ্তলৈকে জানিব পৰা গৈছে৷ অসমৰ শিল্পা খনিকৰে ৫০৬ আৰু দেৱজ্যোতি বৰ্মনে ৬৩৯ সংখ্যক স্থান লাভ কৰিছে৷

লগতে পঢ়ক শ্বেয়াৰ বজাৰে দিছে সুন্দৰ সুযোগ, কম টকাত অধিক লাভ কেনেকৈ?

ইউপিএছ চি অসামৰিক সেৱাৰ চূড়ান্ত ফলাফল সৰ্বভাৰতীয় ৰেংক ১ৰ পৰা ১০ লৈ

১. শ্ৰুতি শৰ্মা

২. অংকিতা আগৰৱালা

৩. গামিনী সিংগলা

৪. ঐশ্বৰ্য ভাৰ্মা

৫. উৎকৰ্ষ দ্বিবেদী

৬. যক্ষ চৌধুৰী

৭. সম্যক এছ জৈন

৮. ইশিতা ৰথী

৯. প্ৰীতম কুমাৰ

১০. হৰকীৰাট সিং ৰান্ধোৱা

লগতে পঢ়ক মুক্তিৰ পূৰ্বেই সংকটত আমিৰ খান-কৰীণা কাপুৰৰ নতুন ছবি লাল সিং চাদ্ধা! কিন্তু কিয়?

সৰ্বভাৰতীয় ৰেংক  ১১ৰ পৰা ২০ লৈ

১১. শুভংকৰ প্ৰত্যুষ পাঠক

১২. যশৰ্থ শেখৰ

১৩. প্ৰিয়ম্বদা অশোক মহদ্দলকাৰ

১৪. অভিনৱ জে জৈন

১৫. চি যশৱন্ত কুমাৰ ৰেড্ডী

১৬. অংশু প্ৰিয়

১৭. মেহক জৈন

১৮. ৰবি কুমাৰ শিহাগ

১৯. দিক্ষ যোশী

২০. অৰ্পিত চৌহান

লগতে পঢ়ক দেশজুৰি নিন্দিত ভগৱন্ত মান! দিন দুপৰতে কোনে হত্যা কৰিলে পঞ্জাৱী শিল্পী সিদ্ধুক?

সৰ্বভাৰতীয় ৰেংক ২১ৰ পৰা ৩০ লৈ

২১. দিলীপ ক কেইনিক্কাৰা

২২. সুণীল কুমাৰ ধনৱন্ত

২৩. আশীষ

২৪. পুশুপতি সাহিত্য

২৫. শ্ৰুতি ৰাজলক্ষ্মী

২৬. উৎসৱ আনন্দ

২৭. সক্ষম গোৱেল

২৮. মন্ত্ৰী মৌৰ্য ভৰদ্বাজ

২৯. ভৱিষ্য

৩০. নমন গোয়াল

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!
Uncategorized

কম EMI ত সামগ্ৰী ক্ৰয় কৰাৰ অভ্যাস, ডাঙৰ বিপদত পৰিব আপুনি!

April 19, 2026
কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ
Uncategorized

কেইবা দশকৰ পাছত গঠিত হৈছে কালসৰ্প যোগ, ১১ দিন ধৰি লাভেই লাভ এই ৩ৰাশিৰ

April 16, 2026
Next Post
কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

কৃষক নেতা ৰাকেশ টিকেইটৰ মুখলৈ ক’লা চিঞাহী, ক’ত আৰু কোনে কৰিলে নিক্ষেপ?

মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!

মুখথেকেচা মহাচীনৰ! ৭ দীপৰাষ্ট্ৰই চীনৰ জালত নিদিলে ভৰি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.