• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

1 month ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

7 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

7 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

7 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

8 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

8 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

10 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

11 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

11 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

12 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

12 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?

কিছুমান ঘৰুৱা আৰু সহজ পদ্ধতি অনুসৰণ কৰি উফিৰ সমস্যা দূৰ কৰিব পাৰি...

editor by editor
August 19, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
গৰমত উফিৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব?
0
SHARES
35
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উফি হৈছে মূৰৰ ছালত দেখা দিয়া এক সাধাৰণ সমস্যা। মূৰৰ ছাল শুকান হৈ যোৱা, ছালত তেলৰ পৰিমাণ বৃদ্ধি, ফাংগাছৰ বৃদ্ধি, চুলি পৰিষ্কাৰ নকৰা, অত্যধিক মানসিক চাপ বা কিছুমান চুলিৰ সামগ্ৰীৰ প্ৰতিক্ৰিয়াৰ ফলতো উফি হ’ব পাৰে। উফিৰ ফলত মূৰৰ ছাল খজুৱাব পাৰে আৰু কেতিয়াবা ক’লা বা গাঢ় ৰঙৰ কাপোৰত বগা বগা কণিকা পৰি অসুবিধাৰ সৃষ্টি কৰে।

গৰমত অত্যাধিক ঘাম, ধূলি-বালি জমা হৈ মূৰৰ ছাল বা স্কেলপ তেলীয়া আৰু শুকান হোৱাৰ ফলত উফিৰ সমস্যা বাঢ়ে। ইয়াৰ প্ৰতিকাৰৰ বাবে নিয়মীয়াকৈ চুলি পৰিষ্কাৰ ৰাখক, নেমুৰ ৰস বা এলোভেৰা জেল ব্যৱহাৰ কৰক আৰু এন্টি-ডেণ্ড্ৰাফ শ্বেম্পু প্ৰয়োগ কৰক।

উফি কমোৱাৰ সহজ উপায়

নিয়মিতভাৱে চুলি ধুব
মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰখাটো উফি নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ। চুলি আৰু মূৰৰ ছালৰ প্ৰয়োজন অনুসৰি নিয়মিতভাৱে শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে।

 Anti-dandruff shampoo ব্যৱহাৰ কৰিব

উফি বেছি হ’লে ketoconazole, zinc pyrithione, selenium sulfide বা salicylic acid থকা anti-dandruff shampoo উপকাৰী হ’ব পাৰে। শ্বেম্পুটো মূৰৰ ছালত কেইমিনিটমান ৰাখি তাৰ পিছত ধুই পেলোৱাটো বহু ক্ষেত্ৰত সহায়ক হয়। ব্যৱহাৰৰ নিৰ্দেশনা সদায় মানি চলিব।

মূৰৰ ছালত অত্যধিক তেল নলগাব

অত্যধিক তেল লগাই বহু সময় ধৰি ৰাখিলে কিছুমান লোকৰ উফি আৰু মূৰৰ ছালৰ তৈলাক্ততা বৃদ্ধি পাব পাৰে। সেয়ে নিজৰ চুলিৰ ধৰণ অনুসৰি তেল ব্যৱহাৰ কৰাই ভাল।

চুলি আৰু মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰাখিব

গাড়ু, টাৱেল আদি ব্যক্তিগত সামগ্ৰী আনৰ সৈতে ভাগ-বতৰা নকৰাই ভাল। ঘাম ওলোৱাৰ পিছতো মূৰৰ ছাল পৰিষ্কাৰ কৰি ৰখা উচিত।

খজুৱাই নুগুচাব

উফিৰ বাবে মূৰৰ ছাল খজুৱালেও নখেৰে বেছিকৈ ঘঁহিব নালাগে। ইয়াৰ ফলত ছালত আঘাত, জ্বলা-পোৰা বা সংক্রমণ হ’ব পাৰে।

মনত ৰাখিব, সঠিক চুলিৰ যত্ন, নিয়মিত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰয়োজন অনুসৰি উপযুক্ত anti-dandruff shampoo ব্যৱহাৰ কৰিলে অধিকাংশ সাধাৰণ উফি নিয়ন্ত্ৰণ কৰিব পৰা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Hair careskin care
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?
জীৱনশৈলী

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

September 29, 2026
Next Post
পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

পাকিস্তান আৰক্ষীৰ অদ্ভুড কাণ্ড! হাত নোহোৱা ব্যক্তিৰ ওপৰত শিলগুটি নিক্ষেপৰ অভিযোগ

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

কাজিৰঙাৰ ESZ: ২০১০ৰ পৰা ২০২৬লৈ কাৰ কি স্থিতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.