• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

53 minutes ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

5 minutes ago
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

30 minutes ago
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

1 hour ago
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

2 hours ago
টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

টোপনি ভঙাৰ পিছতেই কাহ? ই হ’ব পাৰে শৰীৰৰ গুৰুতৰ ৰোগৰ সংকেত!

4 hours ago
পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

পেটৰ সমস্যাৰ পৰা এলাৰ্জিলৈ, এণ্টিবায়’টিকৰ পাৰ্শ্বক্ৰিয়াত ভুগিছে নেকি?

4 hours ago
ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

ভক্তৰ পূৰ্ণ হ’ব আশা! জানক কম টকাৰে কিদৰে দৰ্শন কৰিব বদ্ৰীনাথ ধাম

5 hours ago
টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

টোপনিৰ পৰা উঠিলেই ভাগৰুৱা অনুভৱ? এয়া কোনো ৰোগ নেকি জানক

5 hours ago
আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

আজি দেশজুৰি বন্ধ সকলো ফাৰ্মাচী! জৰুৰী যাৱতীয় ঔষধ ক্ৰয় কৰিবলৈ কি কৰিব?

6 hours ago
এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

15 hours ago
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

16 hours ago
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!

editor by editor
May 20, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
ঘৰত নিগনিৰ উপদ্ৰৱ, সহজ উপায়েৰে আজিয়েই কৰক দূৰ!
0
SHARES
305
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰৰ পৰা নিগনি খেদিবলৈ বজাৰৰ ৰাসায়নিক বিহ ব্যৱহাৰ নকৰাকৈ কিছুমান সহজ আৰু কাৰ্যকৰী ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। নিগনিয়ে কিছুমান প্ৰাকৃতিক বস্তুৰ তীব্ৰ গোন্ধ সহ্য কৰিব নোৱাৰে। ঘৰত এটা নিগনি এবাৰ প্ৰৱেশ কৰিলে ঘৰত লেতেৰা বিয়পোৱাৰ লগতে বস্তুবোৰো নষ্ট কৰি পেলায়। কেতিয়াবা কাপোৰ, কেতিয়াবা খাদ্য সামগ্ৰী নষ্ট কৰে। ঘৰত নিগনি থকাৰ বাবেও বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

আপুনি ঘৰত ৰখা কিছুমান প্ৰাকৃতিক বস্তুৰে নিগনি খেদি পঠিয়াব পাৰিব। সেইবোৰ কি কি বস্তু জানো আহক…

  • নহৰু আৰু জালুকৰ গোন্ধটোও বৰ উগ্ৰ। নিগনিয়ে যিটো একেবাৰে ভাল পায়। মাত্ৰ নহৰু আৰু জালুক পিহি গুড়ি বনাব আৰু তাৰ পিছত এটা বল বনাই ঘৰৰ চুকে-কোণত ৰাখিব। এইদৰে নিগনিৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিব।
  • নিগনি খেদি পঠিয়াবলৈ কৰ্পূৰ অতি উত্তম বিকল্প। কৰ্পৰ দিলে আপোনাৰ ঘৰত নিগনি বিচৰণ নকৰিব। আচলতে ইয়াৰ গোন্ধ ইমানেই বেছি যে ইয়াৰ পৰা নিগনি পলাই যায়। যদি আপোনাৰ ঘৰত নিগনি থাকে তেন্তে ঘৰৰ চুকত কৰ্পূৰ ৰাখক। অথবা কৰ্পূৰ জ্বলাই তাৰ ধোঁৱাও ঘৰত বিয়পাই দিব পাৰে। ইয়াৰ ফলত নিগনিবোৰ ঘৰৰ পৰা আঁতৰি যাব।
  • যদিও খাদ্যৰ সোৱাদ বৃদ্ধিৰ বাবে ভাৰতীয় ঘৰত ডালচেনি ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে যে নিগনি খেদিবলৈও ডালচেনি অতি ফলপ্ৰসূ। ইয়াৰ বাবে প্ৰথমে দালচেনিৰ গুড়ি বনাই ঘৰৰ চুক-কোণত ৰাখিব লাগে। নিগনিয়েও ইয়াৰ গোন্ধ ভাল নাপায় আৰু আপোনাৰ ঘৰৰ পৰা আঁতৰি যায়।
  • তেজ পাতে নিগনিৰ পৰা মুক্তি পাবলৈ সহায় কৰে। ইয়াৰ গোন্ধৰ বাবে নিগনি ঘৰৰ পৰা পলাই যায়। নিগনি থকা ঘৰৰ ঠাইত ৮-১০ টা তেজপাত ৰাখক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন
নিয়োগ

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

May 20, 2026
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!
জীৱনশৈলী

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

May 20, 2026
‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
অসম

‘নিৰ্বাচন গ’ল, সেইবাবেই জুবিনক্ষেত্ৰলৈ আহিছো’, মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

May 20, 2026
শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়
জীৱনশৈলী

শাৰীৰিক সম্পৰ্কৰ প্ৰতি অনিহা! এইবিধ ফলে কৰিব আপোনাক সহায়

May 20, 2026
Next Post
পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ’ব ৫ জুন!

পঞ্চক যোগে উজ্জ্বল কৰিব ভাগ্য, ৪ ৰাশিৰ বাবে বিশেষ হ'ব ৫ জুন!

ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

বেংকত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.