• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

3 months ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

21 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

1 hour ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

2 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

3 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

4 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

4 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

5 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

6 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

6 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

7 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ জীৱনত শুভ সময় আহিব?

editor by editor
July 5, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
0
SHARES
618
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ আপোনাৰ দিনটো কেনেকোৱা হ’ব সেই উত্তৰ থাকে জ্যোতিষীৰ ওচৰত। কেৰিয়াৰৰ পৰা ব্যৱসায়লৈ, বিবাহৰ যোগ কেতিয়া, বিবাহিত জীৱনত কেনেকৈ সুখেৰে জীয়াই থাকিব। এই সকলো উত্তৰ থাকে জ্যোতিষীৰ ওচৰত। সেয়ে কাইলৈ কেনে যাব আপোনাৰ দিনটো জানো আহক…

মেষ ৰাশি: কাইলৈ আপোনাৰ যিকোনো পুৰণি ভুল পৰিয়ালৰ সদস্যৰ সন্মুখত পোহৰলৈ আহিব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ’ব। অংশীদাৰিত্বত কোনো চুক্তি চূড়ান্ত কৰাৰ পৰা দূৰত থাকিব লাগিব। যদি আপোনাৰ কোনো চৰকাৰী কাম বাকী আছিল, তেন্তে সেয়া সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

বৃষ ৰাশি: কাইলৈ ব্যৱসায়িক অংশীদাৰে আপোনাক প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। বহিঃৰাজ্যলৈ গৈ শিক্ষা গ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে এটা ভাল সুযোগ পাব। আপোনাৰ পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিব লাগিব। অতিৰিক্ত শক্তি থকাৰ বাবে আনৰ কথাত বেছিকৈ নক’ব।

মিথুন ৰাশি: কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি থাকিব। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। আপোনাৰ আৰ্থিক লাভ হব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰিব। কাইলৈ প্ৰেমত অশুভ। খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশি: আপোনাৰ অৰ্থ লাভ হ’ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহ’লে আপোনাৰ বদনাম হ’ব পাৰে। কাইলৈ ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ’ব।

সিংহ ৰাশি: আপুনি কাইলৈ আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি আহিব। আপোনাৰ জীৱন-সংগীৰ লগত কিছুমান গোপনীয় কথা আলোচনা কৰাৰ আগতে এবাৰ ভালকৈ ভাবি লওক। কাইলৈ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। বৈবাহিক জীৱনত কঠিন সময় গুছি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব ।

কন্যা ৰাশি: কাইলৈ গুৰুত্বপুৰ্ণ নিৰ্ণয় ল’ব লগা হ’ব পাৰে, যাৰ ফলত আপুনি হতাশগ্ৰস্থ আৰু চিন্তিত হ’ব পাৰে। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ’ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ’ব পাৰে। ব্যক্তিগত ভাৱে সমাধান হ’ব। এই সমস্যা সমূহ অন্যৰ সন্মুখত দাঙি নধৰিব ,নহ’লে আপোনাৰ বদনাম কৰিব পাৰে। আজি প্ৰেমত মধ্যমীয়া।

তুলা ৰাশি: কাইলৈ সফলতা লাভ কৰিবৰ বাবে সময়ৰ লগত তাল মিলাই নিজৰ চিন্তা ধাৰাও সলনি কৰক। কাইলৈ ব্যক্তিত্ব বিকাশ আৰু মগজুত বিকশিত হ’ব। আজি আপুনি আপোনাৰ ঘৰৰ মানুহবোৰক ফুৰাব লৈ যাব পাৰে। আপোনাৰ হাঁহি আপোনাৰ প্ৰিয়জনৰ মনত সুখৰ লহৰ আনিবলৈ সকলোতকৈ ভাল উপাদান। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰক যোগ কৰাৰ কথা ভাৱি আছে তেন্তে প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰ ভাল কৈ চাই লওক।

বৃশ্চিক ৰাশি: কাইলৈ আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ’ব। আত্মীয়জনৰ ঘৰত যাওতে কৰা সৰু যাত্ৰা আপোনাৰ ব্যস্ত দিনযোৰাৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। প্ৰেমে আপোনাক ধৰ্ম তথা আধ্যাত্মিকতাৰ দিশত লৈ যাব পাৰে। আপোনাৰ ওচৰত কাইলৈ ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে কিন্তু আপুনি সময় দিব নোৱাৰাৰ বাবে হতাশ হৈ পৰিব।

ধনু ৰাশি: কাইলৈ পইচাৰ মূল্য বুজি পাব। প্ৰিয়জনৰ অনাৱশ্যকীয় প্ৰয়োজন সমূহৰ সন্মুখত মূৰ নত নকৰিব। আপুনি সোনকালে জীৱনৰ চলি থকা সেই সমস্যা সমাধান কৰিব পাৰিব। কাইলৈ আপোনাৰ জীৱন সংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰেই অসংবেদনশীল হ’ব পাৰে।

মকৰ ৰাশি: বহুত বেছি আনন্দ আৰু ৰোমাঞ্চে আপোনাৰ ক্ষতি কৰিব পাৰে। যদি কাইলৈ আপুনি অলপ জানি বুজি কাম কৰে তেন্তে আৰ্থিক লাভ হ’ব পাৰে। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যা লৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। প্ৰত্যেক কথাতেই প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয় ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ’ব পাৰে। ব্যৱসায়ীৰ বাবে ভাল দিন। কাইলৈ শৈশৱৰ কোনো বন্ধুক লগ পাব পাৰে।

কুম্ভ ৰাশি: গৰ্ভৱতী মহিলা সমুহ ঘুৰা-ফুৰা সময়ত অলপ বেছি সাৱধান হোৱা দৰকাৰ। দূৰণিবটীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমুলীয়া বস্তুবোৰত বিশেষ মনযোগ দি ৰাখিব নহলে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। বিবাহ উপযুক্ত যুৱকৰ বিবাহ সম্বন্ধ ঠিক হ’ব পাৰে। কষ্ট ৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ’ব পাৰিব। আনৰ লগত কথা পাতিলে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। কাইলৈ প্ৰেমত মধ্যমীয়া।

মীন ৰাশি: কাইলৈ ঘৰত থকা শান্তিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। আপোনাৰ ৰোমাণ্টিক ভাৱনা সমূহ অন্যক কৈ নুফুৰিব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোতে অসুবিধা পাই আছে, তেন্তে আজি আপুনি অলপ ভাল অনুভৱ কৰিব। জীৱন লগৰীৰ লগত মৰম আৰু ভাল পোৱাৰ বাবে বহুত সময় পাব, কিন্তু আপোনাৰ স্বাস্থ্য কাইলৈ বেয়া হ’ব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: horoscope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
Next Post
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.