অসম লাইভ ২৪ঃ আজি ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। বিভিন্ন ৱেবছাইটত উপলব্ধ পৰীক্ষাৰ ফলাফল। মুঠ ১১টাকৈ ৱেৱচাইটত আপলোড কৰা হৈছে ফলাফল। বিকল্প মূল্যায়ন পদ্ধতিৰ জৰিয়তে ঘোষণা কৰা এই ফলাফলত কলা শাখাত উত্তীৰ্ণ ৯৮.৯৩ শতাংশ, বাণিজ্য শাখা ৯৯.৫৭ শতাংশ, বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ আৰু বৃত্তিমুখী শাখাত ৯৭.৪১ শতাংশ উত্তীৰ্ণ হৈছে পৰীক্ষাৰ্থী।
কলা শাখাত মুঠ পৰীক্ষার্থী— ১,৯১,৮৫৫
উত্তীর্ণ— ১,৮৯,৭৯৩
প্ৰথম বিভাগ— ৫৮,২৪৪
দ্বিতীয় বিভাগ— ৮৯,৫২০
তৃতীয় বিভাগত— ৪২,০৯০
উত্তীর্ণৰ হাৰ— ৯৮.৯৩ শতাংশ
বাণিজ্য শাখা মুঠ পৰীক্ষার্থী— ১৮,৪৪৩
উত্তীর্ণ— ১৮,৩৬৪
প্ৰথম বিভাগ— ১,১,১৮৯
দ্বিতীয় বিভাগ— ৫,৪৯৭
তৃতীয় বিভাগত— ১,৬৭৮
উত্তীর্ণৰ হাৰ— ৯৯.৫৭ শতাংশ
বিজ্ঞান শাখাত মুঠ পৰীক্ষার্থী— ৩৮,৪৩০
উত্তীর্ণ— ৩৮,০৬৮
প্ৰথম বিভাগ— ৩২,৯১৭
দ্বিতীয় বিভাগ— ৪,৬০৯
তৃতীয় বিভাগত— ৫৪২
উত্তীর্ণৰ হাৰ— ৯৯.০৬ শতাংশ
বৃত্তিমুখী শাখাত মুঠ পৰীক্ষার্থী— ১,০৮১
উত্তীর্ণ— ১,০৫৩
প্ৰথম বিভাগ— ৬১৮
দ্বিতীয় বিভাগ— ৩৮১
তৃতীয় বিভাগত— ৮৪
উত্তীর্ণৰ হাৰ— ৯৭.৪১ শতাংশ
ৰিজাল্ট উপলব্ধ ৱেবচাইটসমূহ হৈছে-
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ